Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

APDCL:১২ হেজাৰ কোটি টকাৰ ঘাটি পূৰাবলৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে দিব মাধমাৰ

নিজস্ব উৎপাদনত আওকাণ কৰি অহা শক্তি বিভাগৰ বিদ্যুৎ ক্রয়তে বছৰি ব্যয় ১০ হেজাৰ কোটিৰো অধিক টকা, প্রতি ইউনিটত গড়ে ৯.৭০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ এপিডিচিএলৰ, ২৪শ মেগাৱাট চাহিদাৰ বিপৰীতে উৎপাদন ৩২০ মেগাৱাট

publisher by publisher
January 30, 2025
in News, Assam, India
Reading Time: 2 mins read
0
APDCL:১২ হেজাৰ কোটি টকাৰ ঘাটি পূৰাবলৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে দিব মাধমাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

APDCL:

বাৰে বাৰে উপভোক্তাৰ মূৰত ৰাম টাঙোন শোধাই অধিক পৰিমাণৰ মাচুল আদায়ত লিপ্ত হোৱা অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ নিজৰ ঘাটি পুৰাবলৈ সকলো ধৰণৰ অপচেষ্টা অব্যাহত ৰাখিছে। সেই লক্ষ্যৰেই অহা এপ্ৰিলৰ পৰা পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ অসম বিদ্যুৎ নিয়ামক আয়োগত প্রস্তাব দাখিল কৰিছে।

ADVERTISEMENT

এপিডিচিএলে নিয়ামক আয়োগক অৱগত কৰা অনুসৰি, তেওঁলোকে ১১,৬৫২.৪৯ কোটি টকা সংগ্ৰহ কৰিবই লাগিব। তেতিয়াহে নিজৰ ব্যয়ৰ জোৰা মাৰিব পাৰিব। ইয়াৰ বাবে উপাৰ্জনৰ একমাত্র পথ হ’ল বিদ্যুৎ মাচুল। প্রতি ইউনিট বিদ্যুৎ মাচুল বৰ্তমানৰ তুলনাত বৃদ্ধি নকৰিলে উক্ত পৰিমাণৰ ব্যয়ৰ জোৰা মৰা মুঠেই সম্ভৱ নহ’ব। এপিডিচিএলে সেই কাৰণে নতুন কৌশলৰে উপভোক্তাৰ পৰা অধিক মাচুল আদায়ৰ প্ৰস্তাৱ নিয়ামক আয়োগক দাখিল কৰিছে।

RelatedPosts

APDCL:২০৩০-৩১লৈ এপিজিচিএলৰ ১৪৪ মেগাৱাটহে উৎপাদনৰ পৰিকল্পনা

APDCL:নতুন বিত্তীয় বর্ষত লুণ্ঠনৰ নতুন কৌশল এপিডিচিএলৰ

Aap Protest In Guwahati:প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত আপৰ বিক্ষোভ

প্রস্তাৱটোত উল্লেখ কৰা হৈছে যে এপিডিচিএলে ২০২৫-২৬ বিত্তীয় বর্ষত ১২,০১৫ নিযুত ইউনিট বিদ্যুৎ গ্রাহকক বিক্ৰীৰ লক্ষ্য লৈছে। ইয়াৰে একেবাৰে নগণ্য পৰিমাণৰ বিদ্যুতহে অসমে নিজাকৈ উৎপাদন কৰে। গতিকে বিদ্যুৎ ক্রয়ত সৰ্বাধিক পৰিমাণৰ ধন ব্যয় হ’ব। প্ৰস্তাৱত উল্লেখ কৰা অনুসৰি, আগন্তুক বিত্তীয় বর্ষটোত কমেও ১০,২০৪.৭৫ কোটি টকা ব্যয় হ’ব। একেদৰে বিদ্যুৎ বিভাগটো পৰিচালনাৰ বাবদ ব্যয় হ’ব কমেও ১,৬৯৫ কোটি টকা।

আনহাতে, বিষয়া-কৰ্মচাৰীৰ বাবদ ব্যয় হ’ব কমেও ১,০৯৬.৮০ কোটি টকা। গতিকে সর্বমুঠ ব্যয় হ’ব ১২,৯৯৬.৩০ কোটি টকা। ইয়াৰে ১,৩০০ কোটি টকা বিভিন্ন উৎসৰ পৰা এপিডিচিএলে লাভ কৰিব। সেয়েহে বাকী ৰোৱা ১১,৬৫২.৪৯ কোটি টকা মাচুলৰ জৰিয়তে সংগ্রহ কৰাৰ বিকল্প নাই। এই পৰিমাণৰ ব্যয় সংগ্ৰহ কৰিবলৈ প্রতিষ্ঠানটোৱে প্রতি ইউনিট বিদ্যুতৰ মূল্য গড়ে ৯.৭০ টকা ধার্য কৰিছে। ২০২৪-২৫ত এই পৰিমাণ আছিল ৯.৫৫ টকা। অর্থাৎ গড়ে ন্যূনতম ১৫ পইচাকৈ সকলো শ্ৰেণীৰ উপভোক্তাৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ কৰিছে।

উল্লেখ্য যে মাচুল বৃদ্ধিৰ কৌশল হিচাপে এপিডিচিএলে নিয়ামক আয়োগক ২০২৫-২৬ৰ বাবে যি প্রস্তাৱ দাখিল কৰিছে, তাত দিনটোৰ ২৪ ঘণ্টাক বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত তিনিটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল- সৌৰ ঘণ্টা, সর্বোচ্চ চাহিদা ঘণ্টা আৰু নৈশ ঘণ্টা। পূর্বে তথা বর্তমান সর্বোচ্চ চাহিদা আৰু সর্বনিম্ন চাহিদা হিচাপেহে দুটা ভাগত ভাগ কৰি বিদ্যুৎ যোগান ধৰি অহা হৈছে। সর্বোচ্চ চাহিদাৰ সময় হ’ল সন্ধিয়া পাঁচ বজাৰ পৰা নিশা ১০ বজালৈ আৰু সৰ্বনিম্ন চাহিদাৰ সময় হ’ল নিশা ১০ বজাৰ পৰা পাছদিনা সন্ধিয়া পাঁচ বজালৈ।

ইয়াৰ বিপৰীতে প্ৰস্তাৱিত নতুন ব্যৱস্থাত সর্বোচ্চ চাহিদাৰ সময় ধৰা হৈছে সন্ধিয়া পাঁচ বজাৰ পৰা মাজনিশা ১২ বজালৈ, নৈশ ঘণ্টাৰ সময় ধৰা হৈছে নিশ ১২ বজাৰ পৰা পুৱা পাঁচ বজালৈ আৰু সৌৰ ঘণ্টাৰ সময় ধৰা হৈছে পুৱা ছয় বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ। সর্বোচ্চ চাহিদাৰ সময়ত প্রতি ইউনিট বিদ্যুৎ মাচুলৰ মূল্য আন দুটা ঘণ্টাৰ তুলনাত বৃদ্ধি কৰা হৈছে। তদুপৰি সৰ্বোচ্চ চাহিদাৰ সময়ো বৰ্তমানতকৈ দুঘণ্টা বৃদ্ধি কৰা হৈছে। এনেদৰেই লুণ্ঠনৰ নতুন কৌশল গ্রহণৰে গড়ে ন্যূনতম ১৫ পইচাকৈ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ এপিডিচিএল উঠি পৰি লাগিছে।

দুর্নীতি, নিজা বিদ্যুৎ উৎপাদনত ব্যৰ্থতা আদিৰ পৰিণাম সাধাৰণ উপভোক্তাক ভুগিবলৈ এৰি দিছে এপিডিচিএলে। অসমে নিজাববীয়াকৈ মাত্র ৩২০ মেগাৱাট বিদ্যুতহে উৎপাদন কৰে। গতিকে কমেও ২৪০০ মেগাৱাটলৈ চাহিদা বৃদ্ধি হোৱা ৰাজ্যখনে বাহিৰা উৎসৰ পৰাই অধিক মূল্যত বিদ্যুৎ দৈনিক ক্ৰয় কৰি থাকিবলৈ বাধ্য হৈছে। অথচ নিজাববীয়া বিদ্যুৎ উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ সম্পূৰ্ণ সুযোগ ৰাজ্যখনৰ আছে আৰু সেই কথা সঘনে আওৰাই আহিছে বিভাগটোৰ মন্ত্রী-আমোলা, শীর্ষ বিষয়াসকলে।

পৰিতাপৰ বিষয় এয়ে যে অসমৰ নিজা উৎপাদন ক্ষমতা ৪৫০ মেগাৱাটৰো অধিক যদিও সেয়াও উৎপাদন কৰাত ব্যৰ্থ হৈছে ৰাজ্যখন। চৰকাৰ তথা শক্তি বিভাগে ইচ্ছাকৃতভাৱেও নিজা উৎপাদনৰ পৰিমাণ বৃদ্ধিক আওকাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চর্চা অনুসৰি, বিভাগটোৰ সফলতা মন্ত্রী-আমোলাৰ মুখৰ কথাতহে আবদ্ধ হৈ ৰৈছে। সাধাৰণ উপভোক্তাৰ মূৰত মাচুল বৃদ্ধিৰে কঁঠাল ভাঙি এনে সফলতা দাবী কৰি অহা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APDCLAssam Electricity Regulatory CommissionIncrease Fees
publisher

publisher

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d