Kaliabor Book Fair :
‘প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা‘। অহা ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ছদিনীয়াকৈ কুঁৱৰীটোল গান্ধী পথাৰত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাৰ লাইখুঁটা আজি মাংগলিক কাৰ্যসূচীৰে স্থাপন কৰা হয় । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শতাধিক গ্ৰন্থ বিপনিয়ে অংশগ্ৰহণ কৰিব এই গ্ৰন্থমেলাত। গ্ৰন্থমেলাক লৈ ব্যাপক প্ৰস্তুতি চলিছে কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী পথাৰত।