Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assam Book Fair:নিজম পৰিল খানাপাৰাৰ অসম গ্ৰন্থমেলাৰ বাকৰি

বিভিন্ন প্ৰতিযোগিতাত কোনে কোনে লাভ কৰিলে বঁটা

publisher by publisher
January 8, 2025
in India, News
Reading Time: 2 mins read
0
Assam Book Fair:নিজম পৰিল খানাপাৰাৰ অসম গ্ৰন্থমেলাৰ বাকৰি
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Assam Book Fair:

১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ মঙলবাৰে সামৰণি পৰে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজিত চতুৰ্থ অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰব্বী ড॰ সচ্ছিদানন্দ যোশীয়ে অংশগ্ৰহণ কৰি গ্ৰন্থমেলাৰ পৰিৱেশ দেখি আপ্লুত হৈ পৰে ৷

ADVERTISEMENT

লগতে তেওঁ ভাষণত কয়, ‘গ্ৰন্থমেলা মানেই জ্ঞানৰ পেৰা মুকলি কৰি দিয়া স্থান ৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত সম্প্ৰীতিৰ সেতু নিৰ্মাণ হয় ৷’ তেওঁ লগতে কয় যে অসমীয়া ভাষাই ধ্ৰুপদীৰ মৰ্যাদা লাভ কৰাটো গৌৰৱৰ বিষয়৷ মাতৃভাষাৰ উত্তৰণ মানেই জাতিৰ উত্তৰণ বুলি তেওঁ মন্তব্য কৰি পুনৰ কয়, ‘নিজৰ ঠাইৰ বাহিৰত কাৰোবাৰ মুখত মাতৃভাষা শুনিলে মন আনন্দৰে ভৰি উঠে ৷

মাতৃভাষাই সকলোকে একত্ৰিত কৰি ৰাখে৷ এয়া মাতৃভাষাৰ মহত্ত্ব ৷’ দেশৰ মাটিয়েই আমাৰ মাতৃ বুলি তেওঁ উল্লেখ কৰি কয় যে ভাৰতবৰ্ষত পৃথিৱীৰ সবাতোকৈ অধিক প্ৰাচীন পাণ্ডুলিপি আছে ৷ ইয়াৰ দ্বাৰা আমাৰ হেজাৰ বছৰীয়া সভ্যতাৰ বিষয়ে জানিব পৰা যায় বুলি তেওঁ কয় ৷ গ্ৰন্থই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জ্ঞান কঢ়িয়াই নিয়ে বুলি ড॰ যোশীয়ে ভাষণত উল্লেখ কৰাৰ লগতে এটি চিন্তা উদ্দীপক কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে ৷

অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ননীগোপাল মহন্তই কয় যে গ্ৰন্থ মানুহৰ সৰ্বোত্তম বিশ্বাসী বন্ধু৷ কিতাপে মানুহৰ মনৰ দুৱাৰ মুকলি কৰে ৷ সুস্থ সমাজ এখন গঢ়াত গ্ৰন্থৰ ভূমিকা অপৰিসীম বুলি তেওঁ উল্লেখ কৰে৷ একেদৰে সভাখন সঞ্চালনা কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি আনন্দ লগা বুলি মন্তব্য কৰি গ্ৰন্থমেলাত বহু লেখক-সাহিত্যিক, গুণী-জ্ঞানী ব্যক্তিৰ সমাৱেশ ঘটিলে বুলি কয় ৷

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক হৰেন কলিতা প্ৰমুখ্যে আন আন বিষয়ববীয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে শিল্পী তন্ময়ী বৰাই শাস্ত্ৰীয় নৃত্যৰ আধাৰত পৰিৱেশন কৰা এটা শিৱ বন্দনাৰে অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ আৰম্ভ হয় ৷

ইফালে, শিশুৰ দিন উপলক্ষে যোৱা পাঁচ জানুৱাৰীত গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটাসমূহ আজি সামৰণি অনুষ্ঠানত বিতৰণ কৰা হয়৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত বিকিৰাজ কাশ্যপে প্ৰথম, অদ্‌ভিক বিজিতে দ্বিতীয়, নিবিড় ৰাজবংশীয়ে তৃতীয় আৰু উদগনি বঁটা লাভ কৰে ভাৰ্গৱী ৰাজবংশী, হৃয়ান কলিতা আৰু নিনাদ ছেত্ৰীয়ে ৷ ‘খ’ শাখাত মানস প্ৰতীম ডেকাই প্ৰথম, নিৰ্জুমন বৰাই দ্বিতীয়, আৰু আফ্ৰিনে তৃতীয় আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে অভিজ্ঞান শৰ্মা, তৃষ্ণা নাথ আৰু নিভৃতি পাঠকে ৷ একেদৰে ‘গ’ শাখাত এনি কাশ্যপে প্ৰথম, নিষ্ঠা প্ৰিয়ম শৰ্মাই দ্বিতীয়, মুক্তিস্নাতা বৰ্মনে তৃতীয় আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে শিল্পা বৰা, চিন্ময় দাস আৰু ধৃতিমা ডেকাই ৷

আনহাতে, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত পূৱাঞ্চী দাসে প্ৰথম, প্ৰীতিষা কাশ্যপ, শ্ৰুতি মাধুৰ্যই যুটীয়াভাৱে দ্বিতীয়, ৰাগিনী কাশ্যপ, মঞ্জিতা হাজৰিকাই যুটীয়াভাৱে তৃতীয় আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে অক্ষিতা কাশ্যপ, শ্ৰেয়াংশ্ৰী ডি এম শইকীয়া আৰু আত্মিষা প্ৰজ্ঞা হাজৰিকাই৷ ‘খ’ শাখাত বকুল প্ৰাণ ভূঞাই প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, গাৰ্গী কাশ্যপে তৃতীয়, উদগনি বঁটা লাভ কৰে ক্ৰমে হিমজ্যোতি কুমাৰ, অংশ্ৰুতা লক্ষ্মী গোস্বামী আৰু মূর্চনা শৰ্মাই ৷

উল্লেখ্য যে সাংস্কৃতিক প্ৰতিযোগিতাত বিদ্যালয় শাখাত কাহিলিপাৰাৰ নৰ্থ ইষ্ট পাব্লিক স্কুলে প্ৰথম, বৰ্ষাপাৰাৰ ছাউথ পইণ্ট স্কুল আৰু লখৰাৰ এনপিএছ ইণ্টাৰনেচনেল স্কুলে যুটীয়াভাৱে দ্বিতীয়, বিষ্ণু পথৰ শংকৰদেৱ বিদ্যা নিকেতনে তৃতীয় আৰু মালিগাঁৱৰ নীলাচল জাতীয় বিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰে ৷ মহাবিদ্যালয় শাখাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে প্ৰথম, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ে দ্বিতীয়, কটন বিশ্ববিদ্যালয়ে তৃতীয় আৰু মিৰ্জাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে চতুৰ্থ স্থান লাভ কৰিছে ৷

বটা বিতৰণী সভাত নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড: সমুদ্ৰগুপ্ত কাশ্যপ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত বৰ্মন আদিয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে গ্ৰন্থমেলাত আন আন গ্ৰন্থসমূহৰ উপৰি ৰেখা আৰু বনলতা প্ৰকাশনৰ তথা সাহিত্যিক মনীষা শৰ্মাৰ ‘ভেম’ আৰু ‘হাতী আৰু ফান্দী’ উপন্যাস দুখনে গ্ৰন্থপ্ৰেমীৰ সঁহাৰি লাভ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Book fair 2025GuwahatiKhanapara Veterinary Playground
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d