Third phase of the Gunotsav starts today:
➡️ আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৷
ADVERTISEMENT
➡️ ১০ খন জিলাত ৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত গুণোৎসৱ ৷
➡️ গুণোৎসৱ অনুষ্ঠিত হ’ব ১২,৩৭৫ খন বিদ্যালয়ত ৷
গুণোৎসৱত ১১,৩৮,২৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ হ’ব মূল্যাৱন ৷