Birds count in Kaziranga Sanctuary:কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বিলত জলজ পক্ষী গণনা

শীতত আগমন ১.১২ লাখ জলচৰ পক্ষী

knp 1

Birds count in Kaziranga Sanctuary:

পক্ষী প্ৰেমী সকলৰ বাবে এটা ভাল খবৰ ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত পক্ষী গণনাত ওলাল ১.১২ লাখ জলচৰ পক্ষীৰ উপস্থিতি ৷

জলচৰ পক্ষীৰ এই গণনাত মুঠ ১২৪টা বিভিন্ন প্ৰজাতিৰ ভিতৰত ৬২টা প্ৰজাতি পৰিভ্ৰমী চৰাই আগমন ঘটে অভয়াৰণ্য খনৰ বিভিন্ন বিললৈ

উল্লেখ্য যে শীতৰ সময়ছোৱাত ৰাষ্ট্ৰীয় অভয়াৰণ্য খনলৈ আগমন ঘটে লাখ লাখ পৰিভ্ৰমী চৰাই ৷ যাৰবাবে এইবাৰ অভয়াৰণ্য কৰ্তৃপক্ষই কাজিৰঙাৰ ১৮৯খন বিলত চলাইছিল জলজ পক্ষীৰ গণনা ৷

Exit mobile version