Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Bilasipara Festival Incident:অথঃবিলাসীপাৰাৰ মিউজিক ফেষ্টিৱেল কাণ্ড

আয়োজক গোষ্ঠীৰ বিৰুদ্ধে সচেতন নাগৰিক-সংগঠণৰ গোচৰ

publisher by publisher
February 3, 2025
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Bilasipara Festival Incident:অথঃবিলাসীপাৰাৰ মিউজিক ফেষ্টিৱেল কাণ্ড
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

Road Block in kakapathar:পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ কাকপথাৰত পথ অৱৰোধ

Karbianglong Missing:কাৰ্বি আংলঙত নির্বাচনী বিষয়া নিৰুদ্দেশ !

Bilasipara Festival Incident:

বিলাসীপাৰাত আৰম্বৰপূৰ্ণ এক সংগীতানুষ্ঠানৰ লঙ্কাকাণ্ডই সমগ্ৰ ৰাজ্যতে জোকাৰনীৰ সৃষ্টি কৰিছে। সৃষ্টি হৈছিল বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে অঞ্চলটোৰ সচেতন নাগৰিক আৰু সংগঠনে আয়োজক গোষ্টীৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ দিয়া পৰিলক্ষিত হৈছে।

ADVERTISEMENT

উল্লেখ্য যে, এফ, এইচ, প্ৰডাকচন’ৰ উদ্যোগত বিলাসীপাৰা চহৰত যোৱা ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া এক আৰম্বৰপূৰ্ণ সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল। উদ্যোক্তাগোষ্ঠীয়ে চহৰখনৰ আই, এন, এ, খেলপথাৰত আয়োজন কৰিছিল এই সংগীতানুষ্ঠানৰ। য’ত বলিউডৰ স্বনামধন্য তথা জনপ্রিয় শিল্পী মহম্মদ ফাইজ, অসমৰ ৰিতু পাঠকৰ লগতে কেইবাজনো শিল্পীক আমন্ত্ৰণ কৰা হৈছিল।

বিলাসীপাৰাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা নিজৰ পছন্দৰ তথা জনপ্রিয় শিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ সংগীতপ্রেমী সকল হিল-দল ভাঙি আহিছিল। উৎসুক দর্শকে ২০০০, ১০০০ আৰু ৫০০ টকীয়া প্ৰবেশ পত্ৰ ক্ৰয় কৰি সংগীতানুষ্ঠানত প্রবেশ কৰে।

প্রথমাৱস্থাত আমন্ত্রিত শিল্পী সকলে নৃত্য, গীত পৰিবেশন কৰিবলৈ লয়। ইমানলৈ ঠিকেই আছিল যদিও নিশা ১’৩০ মান বজাৰ পিছতো নিমন্ত্ৰিত শিল্পী মহম্মদ ফাইজ মঞ্চত নুঠাত এক অপ্রীতিকৰ পৰিস্থিতিৰ সূচনা হয়। জনপ্রিয় শিল্পী ফাইজৰ গীত উপভোগ কৰিবলৈ অহা দর্শক সকল আয়োজক গোষ্টীক জবাবদিহি কৰিবলৈ লয়। আয়োজক গোষ্ঠীৰ পৰা কোনো সুদোত্তৰ নোপোৱাত পৰিস্থিতি ক্ৰমাত ভয়াবহ হবলৈ ধৰে।

বিক্ষুব্ধ দর্শকে এফালৰ পৰা চকীসমূহ ভাঙি চুৰমাৰ কৰাতে ক্ষান্ত নাথাকি যিয়ে যেনি পাৰে আমন্ত্রিত অতিথিৰ বাবে ৰখা আটক ধুনীয়া চকী, ছোফা আদিলৈ ঘৰমুৱা হবলৈ ধৰে। ইফালে মুম্বাইৰ জনপ্রিয় শিল্পী ফাইজে নিজৰ ইনষ্টাগ্রাম পেইজত এক পোষ্ট যোগে প্ৰডাকচনটোৰ বিৰুদ্ধে দিলে বিস্ফোৰক অভিযোগ। শিল্পী জনে কি পৰিস্থিতিত সংগীত পৰিবেশন কৰাৰ পৰা বিৰত থাকিব লগীয়া হৈছে তাক বিবৰি দিয়া ভিডিও ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ঐতিহ্যমণ্ডিত বিলাসীপাৰা চহৰৰ গৰিমা প্ৰাক্তন মন্ত্ৰী মহিবুল হ’কৰ নেতৃত্বত গঠিত প্ৰডাকচনে স্নান কৰা কাণ্ডক বিভিন্ন দ’ল সংগঠনে সহজভাবে লব পৰা নাই। দ’ল সংগঠনৰ নেতৃত্বই শিল্পী ফাইজৰ লগত চুক্তিবদ্ধ হোৱা ধন নিদিয়াৰ বাবে সংগীত পৰিবেশনৰ পৰা বিৰত থকা ঘটনাই চহৰখনত আন এক বিতৰ্কৰ সৃষ্টি হৈছে।

উচ্চ হাৰত প্ৰবেশ পত্র বিক্রী হোৱাৰ পিছতো জনপ্রিয় শিল্পী জনক চুক্তি হোৱা ধন আদায় নিদিয়াকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনফালে আয়োজক গোষ্টীয়ে চহৰখনৰ মাজ মজিয়াত থকা হাংগ্রীলেণ্ড ৰেষ্টুৰেণ্টক স্পঞ্চৰ হিচাপে লৈ কেইবালাখ টকা প্ৰৱঞ্চনাৰে ধন সৰকাই লয়। ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰে জনোৱা মতে সংগীতানুষ্ঠানৰ স্পঞ্চৰ হিচাপে প্রথমে নগদ এক লাখ টকা আদায় কৰে। পিছত গোষ্ঠীটোৱে নিতৌ ৰেষ্টুৰেণ্টখনত উদৰ পূৰাই খোৱাৰ পিছতো কোনো বিল দিয়া নাছিল। তাৰোপৰি অনুষ্ঠানটোত দর্শক সকলৰ বাবে নিশাৰ আহাৰ যোগান ধৰাৰ বাবে ৰেষ্টুৰেণ্টখনকে দায়িত্ব দিয়ে। পিছে অনুষ্ঠানটোত সংঘটিত হোৱা লঙ্কা-কাণ্ডত সকলো সামগ্রী বিনষ্ট হোৱাত কেইবা লাখ টকা লোকচান হয়।

ৰেষ্টুৰেণ্টখনৰ লগত কৰা প্ৰৱঞ্চনা কৰাত ইতিমধ্য এফ, এইচ, প্ৰডাকচন’ৰ কৰ্ম-কর্তা তথা প্রাক্তন মন্ত্রী মহিবুল হক, পুত্ৰ ৰেহাল খান, ৰফিকুল ইছলামৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰিছে। অকল এয়াই নহয় প্ৰডাকচনটোৰ বিৰুদ্ধে এজন সচেতন নাগৰিক হিচাপে মনোৱাৰ হুছেইন আৰু আমছু’ৰ বিলাসীপাৰা জিলা সমিতিয়ে স্থানীয় থানাত পৃথকে পৃথকে গোচৰ তৰে। আজি আকৌ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতি আৰু অঞ্চলটোৰ অধিবক্তা জহিবুল ইছলামেও পৃথকে পৃথকে আয়োজক তিনি জনৰ বিৰুদ্ধে থানাত গোচৰ তৰে।

তেনেদৰে সদৌ অসম ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলা সমিতিও আয়োজক গোষ্ঠীৰ বিৰুদ্ধে হিলাসীপাৰা মহকুমা আদালতত গোচৰ তৰে। প্ৰডাকচন’ৰ এনে কর্ম-কাণ্ডত জাঙুৰ খাই উঠা সদৌ অসম সংখ্যালঘু সংগ্রাম পৰিষদ, আমছু, নাথ-যোগী ছাত্র সন্থা, ছাত্র মুক্তি সংগ্ৰাম পৰিষদ কে ধৰি বিভিন্ন দ’ল সংগঠনৰ নেতৃত্বই দর্শক ৰাইজৰ ক্ৰয় কৰা প্ৰৱেশ পত্ৰৰ মূল্য শীঘ্ৰে ওভোতাই দিয়াৰ দাবী উত্থাপন কৰে। তাৰোপৰি চহৰখনৰ গৰিমা ম্লান কৰা বিষয়টোৰ ওপৰত তদন্তক্রমে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বিভিন্ন সংগঠনৰ লগতে সচেতন মহলে দাবী উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BilasiparaF S ProductionFIR filedmusical Festival NitePublic Protest
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d