Arjun Shiva Thapa wins silver medal in boxing at National Games:
উত্তৰাখণ্ডত হৈ থকা ৰাষ্ট্ৰীয় ক্ৰীড়াত অৰ্জুন শিৱ থাপায়ে আজি বক্সিঙৰ পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত অৱতীৰ্ণ হৈ ছাৰ্ভিছেজৰ ব বক্সাৰৰ হাতত পৰাভূত হৈ সোণ লাভ কৰাত ব্যৰ্থ হয় ৷ ফলস্বৰূপে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ক্ৰীড়াবিদজন ৷
ADVERTISEMENT
উল্লেখ্য যে গুজৰাট অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱই লাভ কৰিছিল বঞ্জ ৷ আনহাতে অসমৰ আন এজন তৰুণ বক্সাৰ অভিনৱ শইকীয়াইও শুকুৰবাৰে ফাইনেলত অৱতীৰ্ণ হৈ ছাৰ্ভিছেজৰ প্ৰতিদ্বন্দিৰ হাতত পৰাস্ত হয় ৷ তেওঁ সন্তুষ্ট থাকিবলগীয়া হয় ৰূপৰ পদকতে ৷