Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

App Assam :বিৰোধী ঐক্যৰ স্বাৰ্থত  বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আপৰ

শোণিতপুৰ, ডিব্ৰুগড়ত প্ৰতিদ্বন্দিতা কৰিব আপৰ প্ৰাৰ্থীয়ে

publisher by publisher
March 15, 2024
in Assam, India, News
Reading Time: 2 mins read
0
App Assam :বিৰোধী ঐক্যৰ স্বাৰ্থত  বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আপৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Pratik Bordoloi:পিতৃৰ পদাংক অনুকৰণ নকৰি কংগ্ৰেছতে থকাৰ সিদ্ধান্ত প্ৰদ্যুৎ তনয় প্ৰতীক বৰদলৈৰ

Akhil gogoi:ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডা° ভবেন চৌধুৰীৰ বিশেষ আলোচনা

App Assam :

বিৰোধী ঐক্যৰ স্বাৰ্থত  বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে আপে |

ADVERTISEMENT

এই সন্দৰ্ভত আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে আপ অসমে কয় যে, আম আদমী পাৰ্টিয়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে যোৱা ১২ মাৰ্চত কংগ্ৰেছে অসমৰ ১১ টাকৈ লোকসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। ডিব্ৰুগড় লোকসভা সমষ্টি এজেপিক এৰি দিছে আৰু লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা নাই।

এই ক্ষেত্ৰত অতি দুৰ্ভাগ্যজনক কথা যে এমাহ পূৰ্বেই আম আদমী পাৰ্টিয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰা গুৱাহাটী, শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিও কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষিত তালিকাত আছে। কংগ্ৰেছৰ এই আচৰণ মিত্ৰতাৰ ৰাজনীতিৰ বাবে এক মোক্ষম আঘাত।

২০২৪ চনৰ লোকসভা নিৰ্বাচন এক ঐতিহাসিক নিৰ্বাচন। কিয়নো দেশৰ স্বৈৰাচাৰী শাসক পক্ষই সংবিধান আৰু গণতন্ত্ৰ নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে। চৰকাৰে পদে পদে সংবিধান উলংঘা কৰিছে। গণতান্ত্ৰিক পৰম্পৰা ভৰিৰে মোহাৰিছে। উচ্চতম ন্যায়ালয়, নিৰ্বাচন আয়োগৰ দৰে স্বতন্ত্ৰ প্ৰতিষ্ঠানৰ প্ৰতিও বৰ্তমান চৰকাৰে ভাবুকি কঢ়িয়াই আনিছে। এনে এক জটিল সন্ধিক্ষণত লোকসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰা হৈছে ।

আম আদমী পাৰ্টি অসম প্ৰদেশ কমিটিয়ে বহু দিশ বিবেচনা কৰি গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত এই মিত্ৰজোঁটৰ অন্তৰ্ভুক্ত হৈছোঁ। এই ক্ষেত্ৰত দিল্লী, গোৱা, গুজৰাট আদি ৰাজ্য সমূহৰ আসন বুজাবুজিৰ ক্ষেত্ৰত আমাৰ দলে যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। দিল্লী বিধান সভাৰ ৭০ গৰাকী বিধায়কৰ ভিতৰত আমাৰ ৬২ গৰাকী। কংগ্ৰেছ দলৰ এজনো বিধায়ক নাই।

তথাপিও আমি কংগ্ৰেছক তিনিখন লোকসভাৰ আসন এৰি দিছোঁ। গোৱাত আমাৰ দুগৰাকী বিধায়ক, কংগ্ৰেছৰ ৩ গৰাকী। তথাপিও দুয়োখন লোকসভা সমষ্টি কংগ্ৰেছক এৰি দিছো। গুজৰাটৰ বিগত নিৰ্বাচনত আমি ১৩ শতাংশ ভোট লাভ কৰিছিলো, কংগ্ৰেছ দলে ২৬ শতাংশ লাভ কৰিছিল। তথাপিও গুজৰাটৰ ২৬ খন আসনৰ মাত্ৰ দুখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো।

অসমতো বিজেপিক পৰাজিত কৰাৰ বাবে ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰাৰ থল আছিল। কিন্তু কংগ্ৰেছৰ নেতৃত্বত ইয়াত সন্মিলিত বিৰোধী ঐক্যমঞ্চ গঠন কৰা হয়। মাথোঁ গণতন্ত্ৰ বিৰোধী বিজেপিক পৰাজিত কৰাৰ হকে আমি এই ঐক্যমঞ্চৰ অংশীদাৰ হওঁ। কিন্তু ইয়াত অন্তৰ্ভূক্ত দলসমূহৰ অগ্ৰগতি লেহেমীয়া হোৱাৰ বাবেই এমাহ পূৰ্বে আমাৰ দলে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছিলোঁ।

কিন্তু আশ্চৰ্যজনকভাৱে কংগ্ৰেছ নেতৃত্বই আমি প্ৰাৰ্থিত্ব দিয়া তিনিওটা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাত বিৰোধী ঐক্যত সংকট সৃষ্টি হয়। কংগ্ৰেছৰ এই কাণ্ডই মিত্ৰতাৰ ৰাজনীতিত এক বিশ্বাসঘাতকতাৰ বাহিৰে আন একো নহয়। ১১ টাকৈ সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজত কংগ্ৰেছে মাথোঁ আম আদমী পাৰ্টিকে যে বিশ্বাসঘাতকতা কৰিছে তেনে নহয়, পৰিবৰ্তনকামী জনসাধৰণকো দলটোৱে প্ৰতাৰণা কৰিছে।

কিয়নো আমাৰ দলৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে মিত্ৰতা সন্দৰ্ভত কথা- বতৰা অব্যাহত থকাৰ মাজতে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে কংগ্ৰেছে। কিন্তু বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ অসমবাসী ৰাইজে ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হৈ থকাটো বিচাৰে।

ডিব্ৰুগড় আৰু শোণিতপুৰত আমাৰ দলে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত প্ৰায় প্ৰতিদিনেই কংগ্ৰেছৰ একাংশ নেতাৰ পৰা প্ৰাৰ্থীৰ ওপৰত হেচাঁ প্ৰয়োগ কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ফোনযোগে আমাৰ প্ৰাৰ্থীক কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। এই কথাই প্ৰমাণ কৰে যে উক্ত সমষ্টি সমূহৰ বাবে কংগ্ৰেছ দলৰ উপযুক্ত প্ৰাৰ্থী নাই। কংগ্ৰেছৰ লক্ষ্য যদি বিজেপিক পৰাজিত কৰাটোৱেই হলহেঁতেন তেন্তে তেওঁলোকে আপক উক্ত সমষ্টি দুটা এৰি দিলেহেঁতেন।

সাম্প্ৰতিক পৰিস্থিতিত আম আদমী পাৰ্টিৰ উচ্চ ক্ষমতা সম্পন্ন ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ সিদ্ধান্ত মৰ্মে বিৰোধী ভোট বিভাজন ৰোধ কৰি বিজেপি প্ৰাৰ্থীৰ বিজয়ৰ পথ ৰূদ্ধ কৰাৰ স্বাৰ্থত আমি গুৱাহাটী লোকসভা সমষ্টিৰ আসনত প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত ঘোষণা কৰিলো।

দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজত আমাৰ দলৰ এয়া সৰ্বোচ্চ ত্যাগ। আমি কংগ্ৰেছ নেতৃত্বক ডিব্ৰুগড় আৰু শোণিতপুৰৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিবলৈ প্ৰত্যাহ্বান জনালোঁ। বিৰোধীৰ ভোট বিভাজন ৰোধ কৰি গণতান্ত্ৰিক শিবিৰক বিজয়ী কৰাৰ স্বাৰ্থত কংগ্ৰেছে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক।

অন্যথা এই কথা প্ৰমাণিত হ’ব যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ পৰা দাবী কৰি অহাৰ দৰেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে তেওঁৰ সুসম্পৰ্ক আছে। কংগ্ৰেছে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে এই কথা স্পষ্ট হ’ব যে বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবেহে কংগ্ৰেছ দলে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: aap Guwahati CandidateDr. Bhaben ChoudhariLoksabha Election 2024Withdrawal Of Candidacy
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d