Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News City

বিধ্বস্ত পথে দাঙি ধৰিছে ‘স্মার্ট’ মহানগৰীৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

samimsultana by samimsultana
February 12, 2025
in City, News
Reading Time: 1 min read
0
বিধ্বস্ত পথে দাঙি ধৰিছে ‘স্মার্ট’ মহানগৰীৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ
1
SHARES
9
VIEWS
ShareShareShareShare

বিধ্বস্ত পথে দাঙি ধৰিছে ‘স্মার্ট’ মহানগৰীৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

গোপাল বড়ো বিদ্যালয়ৰ সন্মুখৰ বিধ্বস্ত পথে দাঙি ধৰিছে উন্নয়নৰ ফোঁপোলা স্বৰূপ

ছেদেলি-ভেদেলি হৈ পৰি ৰৈছে ডিভাইডাৰৰ খুঁটা

নাই কোনো ব্যৱস্থা

তীব্র যানজট বিধানসভা চৌহদৰ সমীপতে বিধ্বস্ত বাট-পথ, নিৰ্বিকাৰ চৰকাৰ কৰ্তৃপক্ষ

WhatsApp Image 2025 02 12 at 3.14.33 PM
স্বয়ং দিছপুৰৰ অসম বিধানসভা চৌহদৰ বিধ্বস্ত বাট-পথে সৃষ্টি কৰিছে এক অৰাজক পৰিৱেশৰ। গণেশগুৰি উৰণীয়া সেতুৰ পৰা গণেশমন্দিৰলৈ প্ৰায় পাঁচশ মিটাৰ দূৰত্বৰ এই পথছোৱাত সৃষ্টি হোৱা তীব্র যান-জঁটে ত্রাহি মধুসূধন সোঁৱৰাইছে নাগৰিকৰ ।’স্মার্ট’ মহানগৰীৰ অন্যতম সদাব্যস্ত এই পথছোৱাৰ বিধ্বস্ত ৰূপে চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ দাঙি ধৰিছে। বিশেষকৈ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথছোৱা আজি দীৰ্ঘদিন ধৰি বিধ্বস্ত অৱস্থাত আছে যদিও আজিকোপতি পথছোৱাৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট পক্ষই।

ADVERTISEMENT

বৰঞ্চ মুখ্যমন্ত্ৰীকে ধৰি অসংখ্য ভিভিআইপি দৈনিক এই পথেৰে অহা-যোৱা কৰে যদিও বিধ্বস্ত পথছোৱা চকুত নপৰা বিষয়টোৱে চৰকাৰৰ সদিচ্ছাক লৈ প্রশ্ন উত্থাপন কৰিছে।সমান্তৰালভাৱে পথছোৱাৰ মাজত থকা ডিভাইডাৰ তথা ৰঙা ৰঙা খুঁটাসমূহ আজিৰ দিনটোত অ’ত-ত’ত ছেদেলি-ভেদেলি হৈ পৰি ৰৈছে।

RelatedPosts

Drama: সামৰণি পৰিল ছয়গাঁৱৰ নাট সমাৰোহৰ

ফলত যিয়ে য’তে মন যায় স্বইচ্ছাই বাহন ঘূৰাইছে আৰু ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ আহিছে। উল্লেখ্য যে অসম বিধানসভাৰ লগতে বিধায়ক আৱাসলৈ যোৱা এই পথছোৱাত পূৰ্বতে সৰু ভঙা অংশ এটাও নাছিল বুলি স্থানীয় লোকে সদৰী কৰি মুখ্যমন্ত্ৰীৰূপে ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছতে পথছোৱা বিধ্বস্ত হৈ পৰিছে বুলি অভিযোগ কৰিছে। স্থানীয় লোকসকলে সদৰী কৰা অনুসৰি, পূৰ্বতে প্ৰতিখন বিধানসভা অধিবেশনৰ প্ৰাকক্ষণত এই পথছোৱা মেৰামতি কৰি ডিভাইডাৰসমূহ সুন্দৰকৈ ৰং দি সজাই তোলা হয়। যোৱা দুই-তিনি বছৰ এনে পদক্ষেপ নাই।

সম্প্রতি গোপাল বড়োৰ সন্মুখৰ মূল পথছোৱাৰ প্ৰায় ১০-১৫ মিটাৰ ভাঙি পৰি আছে। সংশ্লিষ্ট স্থানৰে বাহনসমূহ পাৰ হওঁতে ৰৈ দিবলগীয়া হয়। ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ আহিছে। একেদৰে গোপাল বড়ো হাইস্কুলৰ পৰা গণেশমন্দিৰ চ’কলৈ পথছোৱাৰ মাজত এতিয়া নামত ডিভাইডাৰ বুলিবলৈ অ’তে-ত’ত দুই-এটা খুঁটা আছে। একপ্ৰকাৰ এই পথছোৱা চৰম অৰাজক হৈ পৰিছে বুলি স্থানীয় লোকে অভিযোগ তুলি শীঘ্ৰে পথছোৱাৰ মেৰামতিৰ দাবী কৰিছে। উল্লেখ্য যে এই পথছোৱা মাথোঁ এক উদাহৰণহে।মহানগৰীত সম্প্ৰতি বহু পথ মেৰামতিৰ অভাৱত স্থান বিশেষে বিধ্বস্ত হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: assam newsbad roadsGuwahati News
samimsultana

samimsultana

Related Posts

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে
News

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

March 5, 2026
Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব
News

Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

March 5, 2026
ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!
News

ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

March 5, 2026
Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !
National

Nitish Kumar :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

March 5, 2026
ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ
News

ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

March 5, 2026
FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !
News

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

March 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d