Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

    GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

    ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

    Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

    ‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

     Justice BR Govai Takes Oath:দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Dilip Saikia:কংগ্ৰেছৰ বৰঘৰতে দেশবিৰোধী ষড়যন্ত্র

পাক উচ্চাযুক্তৰ লগত বৈঠকৰ পিচতে পাৰমাণবিক প্রসঙ্গ উত্থাপন কিয় ?, গৌৰৱ গগৈৰ স্পষ্টীকৰণত নাই মূল অভিযোগৰ প্ৰত্যুত্তৰঃ দিলীপ শইকীয়া

publisher by publisher
February 14, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Dilip Saikia:কংগ্ৰেছৰ বৰঘৰতে দেশবিৰোধী ষড়যন্ত্র
1
SHARES
13
VIEWS
ShareShareShareShare

Dilip Saikia:

কংগ্ৰেছ দলৰ নেতাসকলে বিভিন্ন সময়ত ৰাষ্ট্রীয় নিৰাপত্তাৰ প্রশ্ন জড়িত থকা বহু বিষয়ত বিতর্কিত স্থিতি গ্রহণেৰে দেশবাসীৰ সন্মুখত নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া কার্য্য নতুন নহয়। ইয়াৰে ধাৰাবাহিকতা অব্যাহত ৰাখি শেহতীয়াকৈ কংগ্ৰেছ দলৰ লোকসভাৰ উপ-দলপতি সাংসদ গৌৰৱ গগৈয়ে নিজৰ আৰু নিজ পত্নীৰ ওপৰত উত্থাপিত গুৰুতৰ অভিযোগৰ উত্তৰত অত্যন্ত তৰল মন্তব্য প্রকাশ কৰি দেশৰ জনতাক ভেঙুচালিহে কৰা পৰিলক্ষিত হৈছে।

ADVERTISEMENT

আনকি আজি বিষয়টো স্পষ্টীকৰণৰ নামত গৌৰৱ গগৈয়ে প্রকাশ কৰা বক্তব্যত উত্থাপিত অভিযোগৰ মূল বিষয়বস্তু সন্দর্ভত একোবেই নাই। ইয়াৰ যোগেদি গগৈয়ে এগৰাকী জনপ্রতিনিধি হিচাবে দায়িত্ববোধ অৰু বিশ্বাসযোগ্যতাৰ প্রশ্নত নিজকে চূড়ান্ত সন্দেহৰ আবর্তলৈ লৈ গৈছে”- এই বক্তব্য ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াৰ।

RelatedPosts

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে

Sit team:গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ এচআইটি টিম

বিষয়টোৰ সন্দর্ভত প্রকাশিত এটা বিবৃতিত সভাপতি শইকীয়াই কয় যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ চৰম ভাৰতবিদ্বেশী জর্জ ছ’বছৰ সৈতে সম্পর্ক বা পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্কৰ বিষয়েই হওঁক, পাকিস্তানৰ উচ্চাযুক্তৰ সৈতে গৌৰৱ গগৈৰ বৈঠকৰ পিচতে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, পাৰমাণৱিক খণ্ডৰ দৰে সংবেদনশীল বিষয়ত সংসদত প্রশ্ন উত্থাপনৰ বিষয়েই হওঁক- কংগ্ৰেছ দলৰ নেতৃত্ব বা গৌৰৱ গগৈয়ে ভৱা ধৰণে উলাই কৰিব পৰা বিষয় নহয়। ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত অত্যন্ত গুৰুতৰ আৰু প্ৰাসংগিক প্রশ্ন।

সততে সৰলতাৰ মুখা পিন্ধি দেশ তথা ৰাজ্যখনৰ জনগণক আভুৱা ভাৰিব বিচৰা কংগ্ৰেছ নেতাগৰাকীৰ প্ৰকৃত চৰিত্ৰ এই কাৰ্য্যই উন্মোচিত কৰিছে বুলি বিজেপিৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে। নিজকে অসম তথা উত্তৰ-পূৱৰ জনতাৰ প্ৰতি সমর্পিত ধাৰণা সৃষ্টি কৰিব বিচৰা গৌৰৱ গগৈয়ে কংগ্ৰেছৰ প্ৰৱাসী নেতা চেম পেট্রোদাই উত্তৰ-পূৰ্বাঞ্চলৰ জনগণকলৈ কৰা চৰম বৰ্ণবাদী মন্তব্যৰ সময়ত নিমাতী কইনাৰ ভাওঁ লোৱা বিষয়টো অসম তথা উত্তৰ-পূৱৰ জনসাধাৰণে পাহৰা নাই বুলি শইকীয়াই প্রকাশ কৰে।

আকৌ বিবাহৰ ১২ বছৰ পিছতো কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিদেশী পত্নীয়ে ভাৰতবৰ্ষৰ নাগৰিকত্ব নোলোৱাৰ আৰত থকা বিষয়ো আজি দেশৰ জনসাধাৰণৰ মাজত সংবেদনশীল প্রশ্ন হিচাবে বিবেচিত হৈছে। আকৌ আজি বিষয়টোৰ স্পষ্টীকৰণৰ নামত গৌৰৱ গগৈয়ে একাংশ বিশিষ্ট ব্যক্তিক অপ্রাসংগিকভাৱে জড়িত কৰি নিজকে ধোৱা তুলসীৰ পাত হিচাপে প্রতিপন্ন কৰিব বিচৰা কাৰ্য্য গৰিহণাৰ যোগ্য। চিৰাচৰিত ধৰণে কংগ্ৰেছ দল তথা গৌৰৱ গগৈয়ে অভিযোগৰ মূল বিষয়বস্তুৰ পৰা পলায়ন কৰা কাৰ্য্যই তেখেতসকলৰ ষড়যন্ত্রমূলক কাম কাজকেই প্রতিপন্ন কৰিছে বুলি ৰাজ্যিক বিজেপি সভাপতিয়ে মত পোষণ কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam State BjpDilip SaikiaGaurav Gogoi
publisher

publisher

Related Posts

অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া
News

May 14, 2025
GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !
India

GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

May 14, 2025
ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 
News

ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

May 14, 2025
Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা
Assam

Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

May 14, 2025
‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?
News

‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

May 14, 2025
 Justice BR Govai Takes Oath:দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ
India

 Justice BR Govai Takes Oath:দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d