Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Dilip Saikia:কংগ্ৰেছৰ বৰঘৰতে দেশবিৰোধী ষড়যন্ত্র

পাক উচ্চাযুক্তৰ লগত বৈঠকৰ পিচতে পাৰমাণবিক প্রসঙ্গ উত্থাপন কিয় ?, গৌৰৱ গগৈৰ স্পষ্টীকৰণত নাই মূল অভিযোগৰ প্ৰত্যুত্তৰঃ দিলীপ শইকীয়া

publisher by publisher
February 14, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Dilip Saikia:কংগ্ৰেছৰ বৰঘৰতে দেশবিৰোধী ষড়যন্ত্র
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

Dilip Saikia:

কংগ্ৰেছ দলৰ নেতাসকলে বিভিন্ন সময়ত ৰাষ্ট্রীয় নিৰাপত্তাৰ প্রশ্ন জড়িত থকা বহু বিষয়ত বিতর্কিত স্থিতি গ্রহণেৰে দেশবাসীৰ সন্মুখত নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া কার্য্য নতুন নহয়। ইয়াৰে ধাৰাবাহিকতা অব্যাহত ৰাখি শেহতীয়াকৈ কংগ্ৰেছ দলৰ লোকসভাৰ উপ-দলপতি সাংসদ গৌৰৱ গগৈয়ে নিজৰ আৰু নিজ পত্নীৰ ওপৰত উত্থাপিত গুৰুতৰ অভিযোগৰ উত্তৰত অত্যন্ত তৰল মন্তব্য প্রকাশ কৰি দেশৰ জনতাক ভেঙুচালিহে কৰা পৰিলক্ষিত হৈছে।

ADVERTISEMENT

আনকি আজি বিষয়টো স্পষ্টীকৰণৰ নামত গৌৰৱ গগৈয়ে প্রকাশ কৰা বক্তব্যত উত্থাপিত অভিযোগৰ মূল বিষয়বস্তু সন্দর্ভত একোবেই নাই। ইয়াৰ যোগেদি গগৈয়ে এগৰাকী জনপ্রতিনিধি হিচাবে দায়িত্ববোধ অৰু বিশ্বাসযোগ্যতাৰ প্রশ্নত নিজকে চূড়ান্ত সন্দেহৰ আবর্তলৈ লৈ গৈছে”- এই বক্তব্য ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াৰ।

বিষয়টোৰ সন্দর্ভত প্রকাশিত এটা বিবৃতিত সভাপতি শইকীয়াই কয় যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ চৰম ভাৰতবিদ্বেশী জর্জ ছ’বছৰ সৈতে সম্পর্ক বা পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্কৰ বিষয়েই হওঁক, পাকিস্তানৰ উচ্চাযুক্তৰ সৈতে গৌৰৱ গগৈৰ বৈঠকৰ পিচতে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, পাৰমাণৱিক খণ্ডৰ দৰে সংবেদনশীল বিষয়ত সংসদত প্রশ্ন উত্থাপনৰ বিষয়েই হওঁক- কংগ্ৰেছ দলৰ নেতৃত্ব বা গৌৰৱ গগৈয়ে ভৱা ধৰণে উলাই কৰিব পৰা বিষয় নহয়। ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত অত্যন্ত গুৰুতৰ আৰু প্ৰাসংগিক প্রশ্ন।

সততে সৰলতাৰ মুখা পিন্ধি দেশ তথা ৰাজ্যখনৰ জনগণক আভুৱা ভাৰিব বিচৰা কংগ্ৰেছ নেতাগৰাকীৰ প্ৰকৃত চৰিত্ৰ এই কাৰ্য্যই উন্মোচিত কৰিছে বুলি বিজেপিৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে। নিজকে অসম তথা উত্তৰ-পূৱৰ জনতাৰ প্ৰতি সমর্পিত ধাৰণা সৃষ্টি কৰিব বিচৰা গৌৰৱ গগৈয়ে কংগ্ৰেছৰ প্ৰৱাসী নেতা চেম পেট্রোদাই উত্তৰ-পূৰ্বাঞ্চলৰ জনগণকলৈ কৰা চৰম বৰ্ণবাদী মন্তব্যৰ সময়ত নিমাতী কইনাৰ ভাওঁ লোৱা বিষয়টো অসম তথা উত্তৰ-পূৱৰ জনসাধাৰণে পাহৰা নাই বুলি শইকীয়াই প্রকাশ কৰে।

আকৌ বিবাহৰ ১২ বছৰ পিছতো কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিদেশী পত্নীয়ে ভাৰতবৰ্ষৰ নাগৰিকত্ব নোলোৱাৰ আৰত থকা বিষয়ো আজি দেশৰ জনসাধাৰণৰ মাজত সংবেদনশীল প্রশ্ন হিচাবে বিবেচিত হৈছে। আকৌ আজি বিষয়টোৰ স্পষ্টীকৰণৰ নামত গৌৰৱ গগৈয়ে একাংশ বিশিষ্ট ব্যক্তিক অপ্রাসংগিকভাৱে জড়িত কৰি নিজকে ধোৱা তুলসীৰ পাত হিচাপে প্রতিপন্ন কৰিব বিচৰা কাৰ্য্য গৰিহণাৰ যোগ্য। চিৰাচৰিত ধৰণে কংগ্ৰেছ দল তথা গৌৰৱ গগৈয়ে অভিযোগৰ মূল বিষয়বস্তুৰ পৰা পলায়ন কৰা কাৰ্য্যই তেখেতসকলৰ ষড়যন্ত্রমূলক কাম কাজকেই প্রতিপন্ন কৰিছে বুলি ৰাজ্যিক বিজেপি সভাপতিয়ে মত পোষণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State BjpDilip SaikiaGaurav Gogoi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d