Amrit Snan:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁ অধিকাংশ কেবিনেট সতীৰ্থৰ লগতে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী – মন্ত্ৰী বিধায়কৰ লগতে বিজেপিৰ নেতা- পালিনেতাৰ মহাকুম্ভত অমৃত স্নান পিছত এইবাৰ কংগ্ৰেছৰ দুই শীৰ্ষ নেতাও কৰিব অমৃত স্নান ৷
ADVERTISEMENT
দুই শীৰ্ষ নেতা অন্য কোনো নহয় ৷ তেওঁলোক হ’ল ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৷ ১৬ ফেব্ৰুৱাৰীত দুই সাংসদে প্ৰয়াগৰাজত উপস্থিত হৈ ত্ৰিবেণী সংগমত কৰিব অমৃত স্নান ৷