Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

AICC Rally in Delhi:সত্যক ৰক্ষা কৰিয়েই মোদী-শ্বাহক গাদীৰ পৰা ওফৰোৱাৰ হুংকাৰ ৰাহুলৰ

'ভোট চোৰ গাদী ছোড়' শীর্ষক কংগ্ৰেছৰ সমাৱেশত উত্তাল ৰামলীলা ময়দান

publisher by publisher
December 15, 2025
in National
Reading Time: 1 min read
0
AICC Rally in Delhi:সত্যক ৰক্ষা কৰিয়েই মোদী-শ্বাহক গাদীৰ পৰা ওফৰোৱাৰ হুংকাৰ ৰাহুলৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

AICC Rally in Delhi:

কংগ্ৰেছৰ বহু চৰ্চিত ‘ভোট চোৰ গাদী ছোড়’ প্রতিবাদে এইবাৰ দিল্লীৰ ৰামলীলা ময়দান উত্তাল কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন কংগ্রেছ কর্মী ৰামলীলা ময়দানত উপস্থিত হৈ দেওবাৰে মোদী চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণৰ সংকল্প গ্রহণ কৰে।

ADVERTISEMENT

সমবেশত দলীয় নেতা-কর্মীসকলক উদ্দেশি ভাষণ দি ৰাহুলে প্রত্যক্ষভাৱে মোদী চৰকাৰক আক্রমণ কৰে। বিজেপিৰ অভিভাৱক সংগঠন আৰএছএছকো আক্ৰমণৰ লক্ষ্য কৰি লৈ জ্যেষ্ঠ কংগ্রেছ নেতাজনে কয়, ‘আৰএছএছৰ মুৰববী মোহন ভাগৱতে কি কৈছে শুনক। তেওঁ কৈছে যে বিশ্বই সত্যলৈ নাচায়, ক্ষমতালৈহে চায়। ক্ষমতাত যিয়ে থাকে তেওঁকে সম্মান জনোৱা হয়। এয়া হৈছে মোহন ভাগৱতৰ চিন্তাধাৰা। এই আদর্শ আৰএছএছৰ। আমাৰ আদর্শ, ভাৰতৰ আদর্শ, হিন্দুত্ববাদৰ আদৰ্শ আৰু বিশ্বৰ প্ৰতিটো ধৰ্মৰ আদৰ্শই কৈছে যে সত্য সবাতোকৈ গুৰুত্বপূৰ্ণ কথা। মোহন ভাগৱতে কৈছে যে সত্য অর্থহীন, ক্ষমতাহে গুৰুত্বপূর্ণ। মই এই মঞ্চৰ পৰাই আপোনালোকক নিশ্চিতি দিছো যে সত্যক ৰক্ষা কৰি, সত্যৰ পাছফালে থিয় দি আমি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ, আৰএছএছ চৰকাৰক ভাৰতৰ পৰা অপসাৰণ কৰিম।’ স্বাভাৱিকতে আজিও তেওঁ নির্বাচন আয়োগলৈ পুনৰ বাক্যবাণ নিক্ষেপ কৰে।

ৰাহুলে কয়, ‘নির্বাচন আয়োগে বিজেপিৰ স’তে বুজাবুজিৰে কাম কৰিছে। নির্বাচন আয়ুক্তই যিয়েই নকৰক, নির্বাচন আয়ুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব পৰা আইন মোদীয়ে সলনি কৰিয়ে বিজেপিয়ে ভোট চুৰি কৰি আহিছে। নির্বাচন চলি থকাৰ সময়ত ১০ হেজাৰ কোটি টকা বিলালে। ‘শাসক দলৰ স্বাৰ্থত কাম নকৰিবলৈও নির্বাচন আয়োগক কংগ্রেছ নেতাজনে সকীয়াই দিয়ে। তেওঁ কয়, ‘নির্বাচন আয়োগে পাহৰি যোৱা উচিত নহয় যে তেওঁলোক দেশৰ নিৰ্বাচন আয়োগ, মোদীৰ নির্বাচন আয়োগ নহয়। আয়োগৰ দায়বদ্ধতা ঘূৰাই আনিবলৈ কংগ্রেছে কাম কৰিব।’ তেওঁ দলীয় নেতা-কর্মীসকলক প্রতিশ্রুতি দিছে যে মোদী চৰকাৰে নিৰ্বাচন আয়োগৰ বিষয়াবৰ্গক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সলনি কৰা আইন কংগ্ৰেছে বাতিল কৰিব। সমৱেতসকলৰ কৰধ্বনিৰ মাজতে তেওঁ কয়, ‘বিজেপি-আৰএছএছ বিৰোধী যুঁজখন সত্য আৰু অহিংসাৰ ভিত্তিত হ’ব। ইয়ে সময় ল’ব পাৰে কিন্তু সর্বশেষত সত্যৰ জয় হ’ব। আমি মোদী-শ্বাহক পৰাস্ত কৰিবলৈ সত্য আৰু অহিংসাৰ স’তে কাম কৰিম।’

একেদৰে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেও মোদী-শ্বাহ তথা আৰএছএছৰ বিৰুদ্ধে সৰৱ হৈ উঠে। ভাষণত কংগ্রেছ সভাপতিজনে কয়, ‘আমাৰ যুঁজ হৈছে বিজেপি-আৰএছএছৰ বিৰুদ্ধে, আমাৰ যুঁজ হৈছে ভোট চুৰিত জড়িত থকা দেশদ্রোহীসকলৰ বিৰুদ্ধে।’ ৰাহুল গান্ধীক কটাক্ষ কৰা শাসকীয় পক্ষক উভতি ধৰি খার্গেই লগতে কয়, ‘বিজেপিৰ নেতাসকলে কেৱল নাটক কৰে। সংসদৰ অধিবেশনৰ পাছত ৰাহুল গান্ধী বিদেশলৈ যাব নেকি বুলি কিছুসংখ্যক বিজেপি নেতাই প্রশ্ন কৰে। সংসদৰ অধিবেশনত মোদী উপস্থিত নাথাকি বিদেশ ভ্রমণ কৰে। ভোট চুৰি কৰি তেওঁলোক ক্ষমতাত বহি আছে। আমি এই দেশদ্রোহীসকলক ক্ষমতাৰ পৰা আঁতৰাব লাগিব। তেওঁলোকে জনাদেশ চুৰি কৰিছে।’ সংসদৰ চলিত অধিবেশনত সৰৱ ভূমিকা পালন কৰি থকা কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীও সমাৱেশত মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে। মোদী চৰকাৰে দেশৰ গণতান্ত্রিক প্রতিষ্ঠানসমূহক দুৰ্বল কৰিছে বুলি অভিযোগ কৰি তেওঁ কয় যে এতিয়া আৰু দেশত নিকা নির্বাচন অনুষ্ঠিত হোৱা নাই।

নির্বাচনী প্ৰক্ৰিয়াটোৰ প্ৰতিটো পদক্ষেপতে সন্দেহ ঘনীভূত হয় বুলিও তেওঁ মন্তব্য কৰে। আজো ককাক নেহৰুক সোঁৱৰণ কৰি প্ৰিয়ংকাই লগতে কয়, ‘নেহৰুরে কৈছিল যে ভাৰতৰ জনতা, ভাৰতৰ প্ৰত্যেক পুত্ৰ আৰু কন্যা ভাৰত মাতৃৰ অংশ। এই ভাবধাৰাই আমাৰ সংবিধানক গঢ় দিয়ে। সংবিধানে আপোনালোকক ভোটাধিকাৰ প্ৰদান কৰিছে। আমাৰ মাত প্রধানমন্ত্রীৰ বাসভৱন পোৱা উচিত। আপোনালোকৰ ভোটে যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেই কথা বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ।’ মোদী চৰকাৰৰ স্বাৰ্থত কাম কৰিবলৈ দেশৰ সাংবিধানিক সংস্থাসমূহক বাধ্য কৰোৱা হৈছে বুলিও প্রিয়ংকাই অভিযোগ উত্থাপন কৰে। নির্বাচনী ভোটাৰ তালিকাক লৈ যিসমূহ অভিযোগ উত্থাপন হৈছে সেইসমূহ নির্বাচন আয়োগে আওকাণ কৰি আহিছে বুলিও কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে। তেওঁ লগতে

শেহতীয়াভারে কেৰালাৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে প্রদৰ্শন কৰা বিপুল জয়ৰ প্ৰসংগও উত্থাপন কৰে। এই সফলতা ধাৰাবাহিক কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ই এক শক্তিশালী ৰাজনৈতিক বার্তা প্ৰেৰণ কৰিছে। ইউডিএফৰ এই জয়ে প্রতিষ্ঠান বিৰোধী ঢৌকো সূচাইছে বুলি তেওঁ মন্তব্য কৰে। এই প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, জ্যেষ্ঠ নেতা শচীন পাইলট আদিয়েও বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ চৰকাৰ আৰু নির্বাচন আয়োগক কঠোৰ ভাষাৰে সমালোচনা কৰে। পাইলটে কয়, ‘সমগ্র দেশত আজি গণতান্ত্রিক প্রতিষ্ঠানসমূহৰ কাম-কাজৰ নীতি-নিষ্ঠাক লৈ উদ্বেগৰ সৃষ্টি হৈছে। নির্বাচন আয়োগে সততা আৰু নিকাৰে কাম কৰাৰ উচিত। দুর্ভাগ্যজনক কথা হ’ল যে আয়োগক প্রশ্ন সুধিলে বিজেপি মুখপাত্ৰসকলে উত্তৰ দিয়ে। নির্বাচন আয়োগে নেতা, আদর্শ বা দলৰ ঊর্ধ্বত থাকি কাম কৰিব লাগে।’ একেদৰে বেণুগোপালেও অভিযোগ উত্থাপন কৰে যে নির্বাচন আয়োগে পক্ষপাতিত্বৰে কাম কৰি দেশৰ গণতন্ত্ৰৰ প্ৰতি শংকা কঢ়িয়াইছে। ভোট চুৰিৰ বিৰুদ্ধে দেশজুৰি পাঁচ কোটি লোকৰ স্বাক্ষৰ কংগ্ৰেছে সংগ্ৰহ কৰিছে বুলিও তেওঁ কয়।

# বিজেপিৰ প্ৰত্যুত্তৰ: কংগ্রেছে উৎপীড়ক ভাষা প্রয়োগ কৰিছে

ৰামলীলা ময়দানৰ পৰা দেওবাৰে কংগ্ৰেছ নেতৃবর্গই উত্থাপন কৰা অভিযোগলানিৰ তাৎক্ষণিক প্ৰত্যুত্তৰ দিছে শাসক দল বিজেপিয়ে। দলৰ সাংসদ সম্বিত পাত্রই কয়, ‘এছআইআৰৰ বিষয়টো সংসদত আলোচনা হৈ যোৱাৰ পাছতো কংগ্ৰেছে ৰামলীলা ময়দানত এই সমাৱেশৰ আয়োজন কৰিলে। কেন্দ্ৰীয় গৃহমন্ত্রীয়েও বিষয়টোক লৈ বিবৃতি দিলে। সদায়ে টি ছাৰ্ট পৰিধান কৰা এজন ব্যক্তিয়ে সেইদিনা খাদীক লৈ বক্তৃতা দিলে। ইয়াৰ দ্বাৰা তেওঁলোকৰ আচল চৰিত্ৰ উন্মোচিত হ’ল। ‘পাত্রই লগতে কয়, ‘যেতিয়া তেওঁলোকে হিমাচল প্রদেশ, কর্ণাটক, তেলেংগানাত জয়লাভ কৰিলে তেতিয়া ভোট চুৰিৰ কথা কোৱা নাছিল। কিন্তু যেতিয়া বিজেপিয়ে একোখন ৰাজ্যত জয়লাভ কৰিলে তেতিয়া তেওঁলোকে ভোট চুৰিৰ কথা ক’লে।’ একেদৰে দলৰ নেতা সুধাংশু ত্রিবেদীয়ে অভিযোগ কৰে যে কংগ্ৰেছে কথা-বতৰাত উৎপীড়ক ভাষা প্রয়োগ কৰি দেশত বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ বিচাৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AICC RallyDELHIMallikarjun KhargeRahul GandhiRamlala MAIDANSonia Gandhi
publisher

publisher

Related Posts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d