HSLC Examination:
🔷 আজিৰে পৰা আৰম্ভ হৈছে HSLC পৰীক্ষা ৷
ADVERTISEMENT
🔷 পৰীক্ষাৰ প্ৰথমটো দিনতে লাগিল কেনা ৷
🔷 গোৰেশ্বৰৰ গাছবাৰী হাইস্কুলৰ কেন্দ্ৰত আধাঘণ্টা পলমকৈ আৰম্ভ হ’ল পৰীক্ষা ৷
🔷 কেন্দ্ৰলৈ পলমকৈ অনা হৈছিল প্ৰশ্নকাকত ৷
🔷 যাৰবাবে নিলম্বিত হ’বলগীয়া হ’ল গোৰেশ্বৰৰ গাছবাৰী হাইস্কুলৰ প্রধান শিক্ষক অশোক চৌধুৰী ৷