HSLC Examination:
সকলো উৎকণ্ঠৰ অন্ত পেলাই ৰাজ্যত মঙলবাৰৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষার্থী ৷ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা প্ৰায় ১, ০৪৬টা ৷ পৰীক্ষা প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচিটিভিৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসার্ধত ১৬৩ ধাৰা বলবৎ কৰাৰ লগতে মোতায়েন কৰা হ’ব আৰক্ষী ।
ADVERTISEMENT



































