Drugs Paddlar Arrested In Jorabat:
মহানগৰীৰ পাশ্বৱৰ্তী যোৰাবাট তিনিআলীত দেওবাৰে নিশা যোৰাবাট আৰক্ষীৰ এটা দলৰ অভিযানত আটক হয় দুই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী ৷
ADVERTISEMENT
যোৱা নিশা যোৰাবাট তিনিআলিৰ ওচৰত বৰ্ণিহাটৰ পৰা খানাপাৰা দিশলৈ আহি থকা এখন অটো’ৰিক্সাত তালাচি চলাই ৩৬.৫০ গ্ৰাম হেৰ’ইন ,এটা চেমচাং গেলেক্সি এছ ২৪ আল্ট্ৰা ম’বাইল হেণ্ডছেটৰ সৈতে দুখন চিম কাৰ্ড জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰী বীৰু বড়ো (২৩) ৰি-ভই (মেঘালয় আৰু গৌতম দাস(২৪) (সোণাপুৰ)ক আটক কৰে যোৰাবাট আৰক্ষীয়ে ৷