Thift Arrested In Khanapara:
মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত দুই কুখ্যাত চোৰ৷ বিশেষ খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ এটা দলে আজি খানাপাৰাত অৰ্তকিতে অভিযান চলাই দুই ম’বাইল চোৰক আটক কৰিবলৈ সক্ষম হয় ৷
ADVERTISEMENT
ধৃত চোৰ দুটা হ’ল মিলন চেত্ৰী ওৰফে হানি সিং (২২) – (খানাপাৰা) আৰু সুক্ষন আলী (২০) (সোণতলি) ৷ দুই চোৰৰ পৰা আইটেল কিপেড ফোন, Realme ফোন, ২এ প্লাছ আৰু Oppo ম’বাইল ফোন জব্দ কৰে ৷