Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

After Mahakumbh, flight, accommodation in seven-star hotels:মহাকুম্ভৰ পাছত বিমান যাত্রা, সপ্ততাৰকা হোটেলত আশ্রয় !

ভিৰৰ মাজতো কাৰ কথা মনত পৰিছে মনালিছাৰ ?

publisher by publisher
February 19, 2025
in India, News
Reading Time: 2 mins read
0
After Mahakumbh, flight, accommodation in seven-star hotels:মহাকুম্ভৰ পাছত বিমান যাত্রা, সপ্ততাৰকা হোটেলত আশ্রয় !
1
SHARES
10
VIEWS
ShareShareShareShare

After Mahakumbh, flight, accommodation in seven-star hotels:

বাংগালুৰুৰ এখন সাত তাৰকাযুক্ত হোটেলত থাকিবলৈ লৈছে মনালিছাই। এটা সময়ত দৰিদ্ৰতাৰ স’তে সহ-অবস্থান কৰি তেওঁ মালা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল।

ADVERTISEMENT

মহাকুম্ভৰ বাবে নিশাটোৰ ভিতৰতে জনপ্রিয়তা লাভ কৰিলে মনালিছা ভোছলেই। নীলবৰণীয়া চকুৰ বাবে দেশজুৰি চৰ্চিত হৈ পৰা যোলবছৰীয়া সুন্দৰী গৰাকী পৰিচালকসকলৰ চকুৰ পৰাও সাৰি নগ’ল। দ্যা ডায়েৰী মণিপুৰ শীর্ষক চিনেমাৰ বাবে চুক্তিবদ্ধও হ’ল মনালিছা। ফুল বিক্রেতাৰ জীৱিকা এৰি অভিনেত্রী হোৱাৰ উচ্চাকাংক্ষাৰে নতুন চহৰলৈ গুচি গ’ল মনালিছা ভোছলে। সনোজ মিশ্রৰ চিনেমা ‘মণিপুৰ ডায়েৰী’ত অভিনয় কৰাৰ সুযোগ পাইছিল মনালিছাই।

RelatedPosts

পুনৰ আকাশত যান্ত্ৰিক ত্ৰুটি, দিল্লিলৈ উভতি আহিল স্পাইচজেটৰ লেহ্‌গামী বিমান

ইণ্ডিগ’ৰ গাফিলতিত দেশজুৰি উড়ান সংকট, ২২.২০ কোটি টকাৰ জৰিমনা ডিজিচিএৰ

২৯ জানুৱাৰীৰ পৰা ঢাকা–কৰাচি পোনপটীয়া বিমান সেৱা

এতিয়া মনালিছাই প্ৰথমবাৰৰ বাবে পৰিচালকৰ স’তে বিমানেৰে বাংগালুৰুত উপস্থিত হয়। বজাৰ কৰা অনুষ্ঠান এটাত অংশ ‘ল’বলৈ তেওঁ বেংগালুৰুলৈ যায়। সম্প্রতি সেই ফটোখনো ৰাজহুৱা কৰা হৈছে। মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ পাছত মনালিছাৰ কেইবাখনো ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে। শেহতীয়াকৈ পোষ্ট কৰা এটা ভিডিঅ’ত মনালিছাই সেউজীয়া আৰু ৰঙা ৰঙৰ ড্ৰেছ পিন্ধা দেখা গৈছে। ডিঙিত মালা। কিন্তু এই সকলো কথাৰ ভিতৰত এটা কথা তেওঁৰ বৰকৈ মনত পৰে। জীৱনে তেওঁক মহাকুম্ভৰ পৰা আন এখন চহৰলৈ লৈ গৈছে। নিমিষতে তেওঁৰ জীৱনলৈ বহু পৰিৱৰ্তন আহিছে।

# কিন্তু ইমান জনপ্রিয়তাৰ মাজতো তেওঁৰ হৃদয় এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল। কোন তেওঁ ?

মনালিছাই নিজেই ছ’চিয়েল মিডিয়াত নিজৰ ছবিখন শ্বেয়াৰ কৰি কয় যে তেওঁৰ কাৰ কথা মনত পৰিছে বেছিকৈ। কেপচনত তেওঁ লিখিছে, ‘দেউতা, মই তোমাক বহুত মিছ কৰিছো।’ সেই পোষ্টটোত অনুৰাগীয়ে মনালিছাক শুভেচ্ছাৰে ওপচাই
পেলাইছে। কোনোবাই লিখিছে, “মনা, তুমি সঁচাকৈয়ে ধুনীয়া। তোমালৈ বহুত শুভেচ্ছা।’ আন এজন ব্যক্তিয়ে মন্তব্য কৰিছিল, ‘মনালিছা, তুমি জীৱনৰ সকলো সফলতা লাভ কৰা।’

বাংগালুৰুৰ এখন সাত তাৰকাযুক্ত হোটেলত থাকিবলৈ লৈছে মনালিছাই। এটা সময়ত দৰিদ্ৰতাৰ স’তে সহাৱস্থান কৰি তেওঁ মালা বিক্ৰী কৰিবলৈ আৰম্ভকৰিছিল। পঢ়া-শুনাও শেষ কৰিব নোৱাৰিলে। আগতে ঘৰৰ কাম-কাজ চম্ভালিছিল। কিন্তু এতিয়া জীবনে এটা গতি লৈছে। সেয়ে তেওঁ পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AccommodationFlightmahakumbhMonalisa Bhosleseven-star hotels
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d