Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Tea Garden Worker’s agony: দুখ আৰু দৰিদ্ৰতাৰ সৈতেই সহৱস্থান নগাঁও জিলাৰ ৪৪খন চাহ বাগিচাৰ হেজাৰ হেজাৰ  শ্ৰমিকৰ

বাগিছাৰ শ্ৰমিকক যোগান ধৰা হোৱা নাই প্ৰয়োজনীয় সামগ্ৰী 

publisher by publisher
November 10, 2022
in Assam, News
Reading Time: 2 mins read
0
Nagaon Tea Garden Worker’s agony: দুখ আৰু দৰিদ্ৰতাৰ সৈতেই সহৱস্থান নগাঁও জিলাৰ ৪৪খন চাহ বাগিচাৰ হেজাৰ হেজাৰ  শ্ৰমিকৰ

Nagaon Tea Garden.Workers

2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Nagaon Tea Garden Worker’s agony: কোটি কোটি টকাৰ বকেয়া অনাদায়

:  চৰকাৰী বঞ্চনা,বাগিচা কৰ্তৃপক্ষৰ শোষণ আদিৰ পৰিপ্ৰেক্ষিতত সীমাহীন দুখ-দাৰিদ্ৰতা আৰু অপ্ৰাপ্তিৰ বেদনাৰ মাজেৰেই দিন অতিবাহিত কৰিব লগা হৈছে নগাঁও জিলাৰ  বিভিন্ন প্ৰকাৰৰ ৪৪খন চাহ বাগিছাৰ হেজাৰ হেজাৰ শ্ৰমিকে।

ADVERTISEMENT
ফলত জিলা খনৰ এই চাহ শ্ৰমিক সকলে স্বাধীনতাৰ সুদীৰ্ঘ ৭৫বছৰৰ পাছতো এক দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে। অতি পৰিতাপৰ বিষয়যে,প্ৰতিটো নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল সমূহৰ বাবে অতি আদৰৰ আৰু মূল্যৱান হৈ পৰা এই চাহ শ্ৰমিক সকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধিকাংশ আঁচনিয়েই ভালকৈ স্পৰ্শ কৰিব পৰা নাই।
 উল্লেখ্য যে,নগাঁও জিলাত মুঠ ৪৪ খন চাহ বাগিচা আছে।ইয়াৰে আমলখি, ডিজুভেলী আৰু লুংচূং চাহবাগিচা অসম চৰকাৰৰ  অসম চাহ কোম্পানীৰ অধীণস্থ মূল বাগিচা।ইয়াৰে ডিজুভেলীৰ শাখা বাগিচা হৈছে গুটিবাৰী,আমলখিৰ ৰঙাগড়া । আনহাতে লুংচুং চাহ বাগিচাৰ শাখা বাগিচা হৈছে বালিজুৰি আৰু চাপানলা।
আনহাতে, শাকমুঠি, ননৈ আৰু কেলিডেন চাহবাগিচা তিনিখন টাটা কোম্পানীৰ অধীনস্থ। আনহাতে কন্দলী চাহ বাগিছা খন অসম কোম্পানীৰ অধীনস্থ মূল বাগিছা।জিলা খনৰ মুঠ ৪৪  চাহ বাগিচাত কৰ্মৰত স্থায়ী শ্ৰমিকৰ সংখ্যা প্ৰায় ২৫ হেজাৰ।আনহাতে চাহ বাগিচা সমূহত অস্থায়ী শ্ৰমিকৰ সংখ্যা প্ৰায় ৩৫ হেজাৰ।
কিন্তু এই অস্থায়ী শ্ৰমিক সকলৰ প্ৰায় ১৫হেজাৰ শ্ৰমিকে বাগিচাত কাম কৰে যদিও আন ২০হেজাৰ শ্ৰমিকেই পথ নিৰ্মাণ,শিলৰ কুঁৱেৰী,ইটা ভাটা,ৰাজ মিস্ত্ৰী,কাঠ মিস্ত্ৰী,দিন হাজিৰা কৰা শ্ৰমিক হিচাপে বিভিন্ন ঠাইত কাম কৰি জীৱন নিৰ্বাহ কৰিব লগা হয়।
tea garden
স্মৰ্তব্য যে, চাহ বাগিচাত কাম কৰা অস্থায়ী শ্ৰমিকক সকল মাৰ্চ মাহৰ পৰা নৱেম্বৰ মাহ পৰ্যন্ত ন মাহ পৰ্যন্ত কামত নিয়োগ কৰা হয়।
 ইপিনে , জিলা খনৰ আটাইকেইখন চাহ বাগিচাতেই প্ৰতি পদে পদে শ্ৰমিক আইনক উলংঘা কৰি থকা হৈছে ।শ্ৰমিকৰ কল্যাণৰ নামত চৰম প্ৰহসন হোৱাৰ বিপৰীতে শোষণৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে।যিটো সময়ত দিন হাজিৰা কৰা সাধাৰণ শ্ৰমিকৰ মজুৰিও পাঁচশ টকা পৰ্যন্ত হৈছেগৈ সেই সময়তো নগাঁৱৰ চাহ বাগিচা সমূহত কৰ্মৰত চাহ শ্ৰমিক সকলক দৈনিক মাত্ৰ ২০৫টকাৰ পৰা ২৩২  টকাৰ মজুৰিত  কামত খটুৱাই থকা হৈছে।
ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকাকৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি এই পৰ্যন্ত কাৰ্যকৰী হোৱা নাই। তাৰোপৰি জিলা খনৰ আটাইবোৰ চাহ বাগিচাতেই শ্ৰমিক আইনক আংগুষ্ঠ প্ৰদৰ্শন কৰি দৰিদ্ৰ চাহ শ্ৰমিক সকলক নিতৌ পুৱা ৮বজাৰ পৰা বিয়লি ৪বজা পৰ্যন্ত দৈনিক ৮ ঘন্টাকৈ সময় কামত খটুওৱা হয়।
ইপিনে,জিলা খনৰ চাহ বাগিচাৰ শ্ৰমিক সকলৰ অধিকাংশই বৃহৎ পৰিমাণৰ ধন বকেয়া হিচাপে পাবলৈ বাকী আছে যদিও আজি পৰ্যন্ত ফুটা কড়ি এটাও লাভ কৰা নাই।তাৰোপৰি, জিলা খনৰ অসংখ্য চাহ শ্ৰমিকে অৱসৰৰ কেইবা বছৰৰ পাছতো প্ৰভিডেন্ট ফাণ্ড আৰু গ্ৰেছুইতিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ পোৱা গৈছে।
অথচ শ্ৰমিক আইন অনুসৰি, কোনো এজন শ্ৰমিকৰ অৱসৰৰ মাত্ৰ তিনি মাহৰ ভিতৰতে এই ধন আদায় দিব লাগে।
এই সন্দৰ্ভত অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি শুকদেৱ নায়কে আজি “দৈনিক অগ্ৰদূত”ক কয়-নগাঁও জিলাত ৪৪খন চাহ বাগিচা আছে।ইয়াৰে তিনি খন যেনে আমলখি,ডিজুভেলী,লুংচুং অসম চাহ কোম্পানীৰ বাগিচা আছিল। চৰকাৰে কোনোবা বেজবৰুৱাক বাগিচা কেইখন বিক্ৰী কৰিছে। কিন্তু অসম চৰকাৰৰ অধীনস্থ এই চাহ বাগিচাৰ শ্ৰমিক সকলক বাগিচা কৰ্তৃপক্ষই বিগত ২০০৫ৰ পৰা ২০২১ৰঅক্টোবৰ মাহ পৰ্যন্ত প্ৰায় ৮২কোটি টকাৰ বকেয়া আদায় দিবলৈ বাকী আছে।ইয়াৰ ভিতৰত আছে শ্ৰমিকে বছৰ বছৰ ধৰি নোপোৱাকৈ থকা প্ৰভিডেন্ট ফাণ্ড,বোনাচ,ৰেচন,ছুটী, সামগ্ৰী আদিৰ ধন।
Tea Garden
নায়কে  কয়-চৰকাৰী আইন অনুসৰি,শ্ৰমিকক বকেয়া আদায় নিদিয়া পৰ্যন্ত বাগিচা বিক্ৰী কৰিব নোৱাৰে।আমি চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা নাই। বাগিচা যাকেই বিক্ৰী কৰে কৰক,তাত আপত্তি নাই।আমি কাম কৰি খোৱা মানুহ,আমি কামেই কৰি খাম।কিন্তু আমাৰ অনাদায় বিলাক প্ৰথমে আদায় দিয়ক। কোটি কোটি টকাৰ বকেয়া শ্ৰমিকক আদায় নিদিয়াৰ বাবেই বাগিচা ক্ৰয় কৰা গোস্বামীৰ মানুহ বাগিচাত প্ৰৱেশত শ্ৰমিকে বাধা প্ৰদান কৰি আছে।জিলা খনৰ অন্যান্য চাহ বাগিচাৰ মালিকেও শ্ৰমিকক কোটি কোটি টকাৰ বকেয়া আদায় দিবলৈ বাকী আছে।
চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই বুলি অভিযোগ তুলি নায়কে কয়-চৰকাৰে নিজেই প্ৰতিশ্ৰুতি দিছিল চাহ শ্ৰমিকৰ মজুৰি ৩৫১টকালৈ বৃদ্ধি কৰিব বুলি। কিন্তু নগাঁও জিলাৰ চাহ বাগিচাৰ শ্ৰমিক সকলে আজিৰ দিনতো ২০৫টকাৰ পৰা ২৩২টকা মজুৰীত দৈনিক আঠ ঘন্টাকৈ কাম কৰি থাকিব লগীয়া হৈছে।ফলত চাহ শ্ৰমিক সকলে দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হ’ব পৰা নাই।
উল্লেখ্য যে,চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিক সকলক ছাতি, ত্ৰিপাল, দীঘল দা,চেণ্ডেল, এপ্ৰ’ন, আঁঠুৱা, কম্বল, খৰি,দা আদি যোগান ধৰিব লাগে যদিও নগাঁও জিলাৰ টাটা কোম্পানীৰ তিনি খন চাহ বাগিচাৰ বাহিৰে আন কোনো এখন চাহ বাগিচাৰ শ্ৰমিককে এই সামগ্ৰী সমূহ যোগান ধৰা নহয় বুলি জানিব পৰা গৈছে। অৱশ্যে চাহ শ্ৰমিকৰ নামত সংশ্লিষ্ট বিভাগৰ পৰা এই সামগ্ৰীসমূহ কাগজে কলমে যোগান ধৰি থকা হৈছে।
নগাঁও জিলাৰ আটাইবোৰ চাহ বাগিচাৰ শ্ৰমিকেই বাগিচা কৰ্তৃপক্ষৰ পৰা পাব লগীয়া আৱাস গৃহৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হৈছে।শ্ৰমিক আইন অনুসৰি, বাগিচা কৰ্তৃপক্ষই চাহ বাগিচাৰ স্থায়ী শ্ৰমিক সকলৰ বাবে আৱাসগৃহৰ সুব্যৱস্থা কৰি দিব লাগে।চাহ বাগিচাত কৰ্মৰত স্থায়ী শ্ৰমিক সকলৰ বাবে বছৰি আঠটাকৈ আৱাসগৃহ নিৰ্মাণ কৰি দিব লাগে।
কিন্তু জিলা খনৰ চাহ শ্ৰমিক সকলৰ অধিকাংশই পঞ্চাশ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা আৰু বৰ্তমান মেৰামতিৰ অভাৱত জহি খহি উৱলি যোৱা আৱাস গৃহতেই বসবাস কৰি থাকিব লগীয়া হৈছে।
আনহাতে আন একাংশই নিজেই সেই আৱাসগৃহ মেৰামতি কৰি লোৱাৰ উপৰিও কাষতে অতিৰিক্ত কোঠা নিজা খৰচত নিৰ্মাণ কৰি লোৱা পৰিলক্ষিত হৈছে। শ্ৰমিক আইন অনুসৰি বাসগৃহৰ ব্যৱস্থা কৰি দিব নোৱাৰা চাহ শ্ৰমিক সকলক কৰ্তৃপক্ষই ঘৰভাড়াৰ ধন পৰ্যন্ত আদায় দিব লাগে।কিন্তু নগাঁও জিলাৰ ৪৪ খন চাহ বাগিচাৰ হেজাৰ হেজাৰ স্থায়ী শ্ৰমিকে এতিয়া জৰাজীৰ্ণ জুপুৰিতহে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam Tea GardenNagaonTea Worker
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d