Education Minister Dr.Ranoj Pegu:
আলি-আঃয়ে-লৃগাঙৰ দিনটোতে মিছিং জনগোষ্ঠীৰ বাবে এটা ভাল খবৰ ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰি ৰাজ্যৰ ২০০খন বিদ্যালয়ত চলিব মিচিং ভাষাৰ পাঠদানৰ কথা সদৰি কৰে ৷ ইতিমধ্যে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰে ৰাজ্য চৰকাৰে ৷
ADVERTISEMENT
এতিয়াৰ পৰা দুই শতাধিক নিম্ন প্রাথমিক বিদ্যালয়ত মিচিং ভাষাত আৰম্ভ হ’ব পাঠদান ৷ ২০২৫-২৬ বৰ্ষৰে পৰা আৰম্ভ হ’ব মিচিং ভাষাৰ পাঠদান ৷