Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

    অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Education Minister Dr Ranoj Pegu:মন্ত্ৰী গোটৰ প্ৰতিবেদন সংশোধন হ’ব, বিলম্ব হ’ব দিল্লীলৈ প্ৰেৰণ

বিশ্লেষণ কৰিবলৈ ছয় জনগোষ্ঠীয়ে এমাহ সময় লৈছে:শিক্ষামন্ত্ৰী

publisher by publisher
December 8, 2025
in Uncategorized
Reading Time: 1 min read
0
Education Minister Dr Ranoj Pegu:মন্ত্ৰী গোটৰ প্ৰতিবেদন সংশোধন হ’ব, বিলম্ব হ’ব দিল্লীলৈ প্ৰেৰণ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

Education Minister Dr Ranoj Pegu:প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু

Assam Assembly Winner Session 3ed Day:জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্রতিবেদন সদনত দাখিল মন্ত্ৰী ডা:ৰণোজ পেগুৰ

Education Minister Dr Ranoj Pegu:

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ক মন্ত্রী গোটে অলপতে বিধানসভাত দাখিল কৰা প্ৰতিবেদনত মটক জনগোষ্ঠীৰ এটা সংশোধনী গ্রহণ কৰা হৈছে বুলি সদৰী কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। মন্ত্রীগোটৰ অধ্যক্ষ ডাঃ পেগুৱে জনোৱা মতে, প্ৰতিবেদনত মটকসকলৰ ঐতিহ্যৰ এটা বিষয় বাদ পৰিছে। সেইটো হ’ল মটক ৰজা সৰ্বানন্দ সিংহই বেংমৰা ৰাজ্য প্ৰতিষ্ঠা কৰাটো। ডাঃ পেগুরে কয়, ‘মটক সংগঠন সমূহৰ পৰা এটা সংশোধনী আহিছে, আমি এই সংশোধনী গ্রহণ কৰিছো। সেই সংশোধনী কৰাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদন মর্মে প্রতিবেদন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব।’ তেওঁ লগতে কয় যে প্রতিবেদনখনক সকলোৱে যোগাত্মক দৃষ্টিৰে গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে জনজাতিকৰণ হ’ব লাগে বুলি কেবল দাবীটোহে উত্থাপন হৈ আহিছে। দাবীটোৰ উল্লেখেৰে কেইটামান শাৰীহে লিখা হৈছিল। তাৰ বিপৰীতে দাবীটো পূৰণৰ কৌশল কি হ’ব পাৰে, সেয়া নাছিল। ডাঃ পেগুৱে পুনৰ কয়, ‘এই প্রতিবেদন দাবীটো পূৰণৰ এটা ফ্রেম ৱৰ্ক। ইয়াৰ পূৰ্বে এনে ফ্রেম বর্ক নাছিল। আমি এই ফ্রেম ৱর্ক দিল্লীক দাখিল কৰিম। ইতিমধ্যে তালিকাভুক্ত জনজাতিসকলৰ অধিকাৰক ৰক্ষা কৰি বাকীসকলৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰি, তাৰ উল্লেখ এই প্রতিবেদনত আছে।’

ADVERTISEMENT

ইপিনে, এই প্রতিবেদনক লৈ জনজাতিকৰণৰ দাবী উত্থাপন কৰি অহা জনগোষ্ঠী কেইটাই নিজৰ নিজৰ জনগোষ্ঠীৰ বিশেষজ্ঞৰ দ্বাৰা প্ৰতিবেদনখন আলোচনা কৰি সেই বিষয়ে অৱগত কৰিব আৰু ইয়াৰ বাবে এমাহ সময় লোৱা বুলিও মন্ত্রী ডাঃ পেণ্ডৱে সদৰী কৰে। উল্লেখ্য যে মন্ত্রীগোটে প্রতিবেদন দাখিলৰ ১০ দিন মানৰ ভিতৰতে প্রতিবেদনখন দিল্লীলৈ প্রেৰণ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° শর্মাই ইতিপূর্বে সদৰী কৰিছিল।

সেই অনুসৰি, যোৱা ২৯ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনৰ অন্তিম মুহূর্তত এই প্রতিবেদন দাখিল কৰা হৈছিল। প্রতিবেদন দাখিলৰ দেওবাৰে সাতদিন উকলি যায়। দিছপুৰৰ তথ্য অনুসৰি, প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ আৰু কিছুদিন সময় লাগিব। বিশেষকৈ জনজাতি আৰু জনগোষ্ঠীবোৰে প্ৰতিবেদনখন বিশ্লেষণ কৰিবলৈ এমাহ সময় লোৱাত কেন্দ্ৰীয় চৰকাৰলৈ ইয়াক প্ৰেৰণ কৰিবলৈ অধিক দিনৰ প্রয়োজন হ’ব বুলি প্রশাসনীয় স্তৰত ধাৰণা কৰা হৈছে।

# বিৰোধীৰ প্ৰতিক্রিয়া

মন্ত্রী পেণ্ডবে আজি উল্লেখ কৰা সংশোধনী সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াই কয় যে ৰাজ্য চৰকাৰে কি সংশোধনী গ্রহণ কৰিছে সেই বিষয়ে তেওঁ’ জ্ঞাত নহয়। শইকীয়াই কয় যে ৩০ বছৰ পূৰ্বেই জনজাতিকৰণৰ ক্ষেত্রত লোকসভা বাছনি সমিতিয়ে ইতিমধ্যে জনজাতিৰ মৰ্যাদা লাভ কৰা সকলৰ সুবিধা কর্তন নকৰাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দিয়া পৰামৰ্শৱলী গ্ৰহণ কৰি ৰাজ্য চৰকাৰে প্ৰচেষ্ট আগবঢ়াব লাগিছিল। তাকে নকৰি জোলোঙাৰ মেকুৰী উলিয়াই লৈ এক বিশ্বাসহীনতা আৰু সন্দেহৰ পৰিবেশত মন্ত্ৰীগোটৰ বৈঠকৰ জৰিয়তে কৰিলে। এনে কাৰ্যৰ দ্বাৰা বিজেপিয়ে এক বিভ্রান্তিৰ সৃষ্টি কৰিছে।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন সদ্যসমাপ্ত অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা দাখিল কৰিলে বুলি উল্লেখ কৰি শইকীয়াই কয়, ‘এই বিষয়টোক লৈ এই মুহূর্তত বিধানসভাৰ কোনো প্রতিক্রিয়া থাকিবই নোৱাৰে। কিয়নো এই বিষয়ক লৈ বিধানসভাত কোনো আলোচনাই নহ’ল।’ তেওঁ কয় যে ১৯৯৬ত লোকসভাৰ বাছনি সমিতিয়ে দিয়া পৰামৰ্শবলী আৰু ২০১৪ত অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলে যোৱা প্রতিনিধি দলৰ স্মাৰকপত্ৰৰ বিষয়ে ঘুণাক্ষৰেও উল্লেখ নকৰি চৰকাৰে বিষয়টোৰ পৰা মুনাফা আদায় কৰি ইয়াক ৰাজনৈতিক হাতিাৰৰূপে ব্যৱহাৰ কৰিব বিচৰাটো স্পষ্ট হৈছে।

# মটক ৰজা সর্বানন্দ সিংহৰ নাম মৰাণৰে যুক্ত হৈছে

আনহাতে, মটক যুৱ-ছাত্ৰ সম্মিলনৰ সভাপতি উদয় শংকৰ মোহনে কয় যে মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা সর্বানন্দ সিংহৰ নাম মৰাণৰ স’তে যুক্ত হৈছিল। ইয়াৰ সংশোধনী দাবী কৰি মন্ত্রীগোটৰ অন্যতম সদস্য পীযূষ হাজৰিকাক যুৱ-ছাত্র সম্মিলনে সাক্ষাৎ কৰে। জনজাতিকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক শক্তিশালী স্থিতি গ্রহণ কৰিবলৈও মটক যুৱ-ছাত্ৰ সম্মিলনৰ নেতাজনে দাবী জনায়। তেওঁ কয়, ‘প্রক্রিয়াটোত ৰাজ্য চৰকাৰে সবল স্থিতি ল’ব লাগিব। মুখ্যমন্ত্ৰীৰ শক্তিশালী স্থিতিৰ কথাও আছে। ২০১৯ত ৰাজ্যসভা পর্যন্ত বিধেয়ক গৈছিল।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Education minister Dr. Ranoj Peguminister's groupTribalization Report
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d