Minister Atul Bora:জনতা ভৱনত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াৰে বৈঠক মন্ত্ৰী অতুল বৰাৰ

atul bora

Minister Atul Bora:

দিছপুৰস্থ জনতা ভৱনত বুধবাৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰাৰ

মন্ত্ৰী গৰাকীয়ে দুয়োটা বিভাগৰে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে ৷ বৈঠকত উপস্থিত থাকে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ তথা অসম চুক্তি ৰূপায়ণ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিব প্ৰভাতী থাওচেন, যুটীয়া সচিব গৌতম মজুমদাৰ, সঞ্চালিকা শুভলক্ষ্মী ডেকা আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ সচিব নীৰা দাওলাগাপু, যুটীয়া সচিব ধৰণীধৰ দাস প্ৰমুখ্যে দুয়োটা বিভাগৰে অন্যান্য জ্যেষ্ঠ বিষয়াসকল ।

Exit mobile version