Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

    Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

    Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

    Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

    Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

    Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Donald Trump‘ তিনি লাখৰ পৰা আঠ হেজাৰৰলৈকে হ্ৰাস পালে অবৈধ অনুপ্রৱেশকাৰী ‘ : ট্ৰাম্পৰ দাবী

২০ জানুৱাৰীত ট্ৰাম্পে হোৱাইট হাউছৰ দায়িত্ব লয়। সেই হিচাপে ফেব্ৰুৱাৰী মাহত সভাপতি হিচাপে এই ভূমিকাত তেওঁৰ প্ৰথম মাহ সম্পূৰ্ণ। ট্ৰাম্পে সেই মাহৰ পৰিসংখ্যা দেখুৱাইছে ।

publisher by publisher
March 2, 2025
in International
Reading Time: 1 min read
0
Donald Trump‘ তিনি লাখৰ পৰা আঠ হেজাৰৰলৈকে হ্ৰাস পালে অবৈধ অনুপ্রৱেশকাৰী ‘ : ট্ৰাম্পৰ দাবী
3
SHARES
26
VIEWS
ShareShareShareShare

Donald Trump‘ তিনি লাখৰ পৰা আঠ হেজাৰৰলৈকে হ্ৰাস পালে অবৈধ অনুপ্রৱেশকাৰী ‘ : ট্ৰাম্পৰ দাবী

মেক্সিকো সীমান্তৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী পূৰ্বতে আছিল মাহে তিনি লাখতকৈও অধিক । ফেব্ৰুৱাৰী মাহত সেইয়া হ’ল মাত্ৰ আঠ হেজাৰ !

ADVERTISEMENT

পৰিসংখ্যা প্ৰকাশ কৰি এই কথা দাবী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনক কটাক্ষ কৰি তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ অধীনত মেক্সিকোৰ পৰা অবৈধ প্ৰব্ৰজনৰ হাৰ যথেষ্ট হ্ৰাস পাইছে।

RelatedPosts

অহা সপ্তাহত পাকিস্তানৰ স’তে শুল্ক আলোচনা! ভাৰতৰ স’তে চুক্তি কিমান দূৰ আগবাঢ়িছে প্ৰকাশ ট্ৰাম্পৰ 

‘মোৰ সময় শেষ’,মার্কিন প্রশাসন ত্যাগ কৰিলে ট্রাম্পৰ ‘বন্ধু’ মাস্কে 

যুদ্ধই প্ৰতি সপ্তাহত পাঁচ হেজাৰ লোকৰ প্ৰাণ কাঢ়িছে!

২০ জানুৱাৰীত ট্ৰাম্পে হোৱাইট হাউছৰ দায়িত্ব লয়। সেই হিচাপে ফেব্ৰুৱাৰী মাহত সভাপতি হিচাপে এই ভূমিকাত তেওঁৰ প্ৰথম মাহ সম্পূৰ্ণ। ট্ৰাম্পে সেই মাহৰ পৰিসংখ্যা দেখুৱাইছে ।

হোৱাইট হাউচৰ মতে, ফেব্ৰুৱাৰীত মেক্সিকোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ৮,৩২৬ জন লোকক সীমান্তত ৰখাই তেওঁলোকক নিজৰ দেশলৈ ঘূৰাই পঠোৱা হয়।

উল্লেখ্য যে ,বিডেনৰ অধীনত ২০২৩ চনৰ ডিচেম্বৰত এই সীমান্তৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰা লোকৰ সংখ্যা আছিল তিনি লাখ এক হেজাৰ ৯৮১ জন।

ট্ৰাম্পে দাবী কৰে যে তেওঁলোক সকলোকে আমেৰিকাত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। ট্ৰাম্পৰ দিনত সেই অনুপ্ৰৱেশৰ হাৰ ৯৬ শতাংশ হ্ৰাস পাইছে। ছ’চিয়েল মিডিয়াত ট্ৰাম্পে লিখিছে, ‘ফেব্ৰুৱাৰী, মোৰ কাৰ্যকালৰ প্ৰথম সম্পূৰ্ণ মাহ। আমেৰিকাত অবৈধ প্ৰৱেশৰ চেষ্টাৰ সংখ্যা চলিত মাহত সৰ্বনিম্ন। ভৱিষ্যতে আৰু কমিব। ফেব্ৰুৱাৰী মাহত মেক্সিকোৰ সীমান্তত ৮৩২৬ জন লোকক আটক কৰা হৈছিল। লগে লগে তেওঁলোকক উভতাই পঠিয়াই দিয়া হ’ল। কিছুমান ক্ষেত্ৰত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।”

ইয়াৰ পাছত ট্ৰাম্পে লিখিছে,” সীমান্ত বন্ধ । আমাৰ দেশত আক্ৰমণও বন্ধ ।”

আনহাতে আমেৰিকাৰ কেবাটাও সংবাদ মাধ্যমে দাবী কৰে যে মেক্সিকো সীমান্তৰ পৰিসংখ্যা সঠিকভাৱে প্ৰকাশ কৰা হোৱা নাই।

বাইডেনৰ সময়ত যি নিয়ম বলবৎ আছিল, ট্ৰাম্পে বন্ধ কৰি দিছে। প্ৰাকৃতিক কাৰণত সেয়েহে অনুপ্ৰৱেশ কমি গৈছে। বাইডেন প্ৰশাসনৰ পৰিসংখ্যাত বৈধ অনুপ্ৰৱেশৰ সংখ্যাও সন্নিবিষ্ট কৰা হৈছে

যিসকলে পূৰ্বৰ অনুমোদন লৈ আইনগতভাৱে আমেৰিকাত প্ৰৱেশ কৰিছে। ট্ৰাম্পে ক্ষমতালৈ অহাৰ পাছত মেক্সিকান সীমান্তত এই ব্যৱস্থা বন্ধ কৰি দিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMP
publisher

publisher

Related Posts

চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!
News

June 1, 2025
জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০

পেটত ভোক, বুকুত গুলী! গাজাত সাহায্য প্ৰদান কৰা লোকৰ ওপৰত গুলীচালনা ইজৰাইলৰ, মৃত্যু ৩০জন

ৰাছিয়াত ভাঙিল ব্রিজ, লাইনচ্যুত ট্রেন! ২৪ ঘণ্টাত দুখন ৰেল দুর্ঘটনাত মৃত সাত?
News

ৰাছিয়াত ভাঙিল ব্রিজ, লাইনচ্যুত ট্রেন! ২৪ ঘণ্টাত দুখন ৰেল দুর্ঘটনাত মৃত সাত?

June 1, 2025
অহা সপ্তাহত পাকিস্তানৰ স’তে শুল্ক আলোচনা! ভাৰতৰ স’তে চুক্তি কিমান দূৰ আগবাঢ়িছে প্ৰকাশ ট্ৰাম্পৰ 
News

অহা সপ্তাহত পাকিস্তানৰ স’তে শুল্ক আলোচনা! ভাৰতৰ স’তে চুক্তি কিমান দূৰ আগবাঢ়িছে প্ৰকাশ ট্ৰাম্পৰ 

May 31, 2025
থাৰুৰৰ প্ৰতিবাদত ইউ টাৰ্ণ!
News

থাৰুৰৰ প্ৰতিবাদত ইউ টাৰ্ণ!

May 31, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d