Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

 James Harrison ২৪ লাখ শিশুক নতুন জীৱন দিয়া জেমছ হেৰিছনৰ দেহাৱসান!

অষ্ট্ৰেলিয়াত, হেৰিচনক "সোণালী বাহু থকা মানুহ" বুলিও জনা যায়। তেওঁৰ তেজত এটা বিৰল এণ্টিবডী (এণ্টি-ডি) পোৱা গৈছিল । এই এণ্টিবডীটো গৰ্ভৱতী মাতৃসকলৰ বাবে প্ৰয়োগ কৰা ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

publisher by publisher
March 4, 2025
in International
Reading Time: 1 min read
0
 James Harrison ২৪ লাখ শিশুক নতুন জীৱন দিয়া জেমছ হেৰিছনৰ দেহাৱসান!
1
SHARES
6
VIEWS
ShareShareShareShare

James Harrison ২৪ লাখ শিশুক নতুন জীৱন দিয়া জেমছ হেৰিছনৰ দেহাৱসান!

ADVERTISEMENT

বিশ্বৰ অন্যতম প্ৰভাৱশালী ৰক্তদাতা হিচাপে পৰিচিত আছিল জেমছ হেৰিছন । তেওঁৰ ব্লাড প্লাজমাত ২৪ লাখৰো অধিক শিশুৰ প্ৰাণ ৰক্ষা পৰিছে। আজি সোমবাৰে বিবিচিয়ে তেওঁৰ মৃত্যুৰ খবৰ দিয়ে।

RelatedPosts

No Content Available

আজি তেওঁৰ পৰিয়ালে জনোৱা মতে, ১৭ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ এখন নাৰ্চিং হোমত শুই থকাৰ অৱস্থাতে হেৰিছনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।

অষ্ট্ৰেলিয়াত, হেৰিচনক “সোণালী বাহু থকা মানুহ” বুলিও জনা যায়। তেওঁৰ তেজত এটা বিৰল এণ্টিবডী (এণ্টি-ডি) পোৱা গৈছিল । এই এণ্টিবডীটো গৰ্ভৱতী মাতৃসকলৰ বাবে প্ৰয়োগ কৰা ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

১৪ বছৰ বয়সত বুকুৰ ডাঙৰ অস্ত্ৰোপচাৰ কৰাৰ সময়ত ৰক্তদাতা হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হেৰিছনক অষ্ট্ৰেলিয়াৰ ৰেড ক্ৰছ ব্লাড চাৰ্ভিচে শ্ৰদ্ধাঞ্জলি জনায়। ১৮ বছৰ বয়সৰ পৰাই তেওঁ ৰক্তদান আৰম্ভ কৰে। ৮১ বছৰ বয়সলৈকে তেওঁ দুসপ্তাহৰ মূৰে মূৰে এবাৰ ৰক্তদান কৰি থাকিল।

২০০৫ চনত হেৰিছনে বিশ্বৰ সৰ্বাধিক প্লাজমা দানৰ অভিলেখ গঢ়িছিল। কিন্তু তেওঁৰ এই অভিলেখ ২০২২ চনত এজন আমেৰিকান নাগৰিকে ভংগ কৰে ।

হেৰিছনৰ জীয়ৰী ট্ৰেচি মেলোশ্বিপে জনাই যে তেওঁৰ পিতৃয়ে বিনামূলীয়া আৰু বেদনাহীনভাৱে বহুতো জীৱন ৰক্ষা কৰি অত্যন্ত গৌৰৱান্বিত।

ট্ৰেচীয়ে লগতে কয় যে তেওঁ আৰু তেওঁৰ দুটা সন্তানেও এণ্টি ডি টিকাকৰণৰ দ্বাৰা উপকৃত হৈছে ।

এন্টি-ডি বেজীয়ে গৰ্ভস্থ শিশুক হেম’লাইটিক ডিজিজ অৱ দ্য ফেটাছ এণ্ড নিউবৰ্ণ (HDFN) নামৰ জীৱন সংকটজনক তেজৰ ৰোগৰ পৰা ৰক্ষা কৰে। গৰ্ভাৱস্থাত মাতৃৰ ৰক্তকণিকা শিশুৰ তেজৰ লগত অসঙ্গতিপূৰ্ণ হ’লে এই অৱস্থাৰ সৃষ্টি হয়।

এনে পৰিস্থিতিত মাতৃৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই শিশুৰ ৰক্তকণিকাক শত্ৰু বুলি চিনাক্ত কৰি আক্ৰমণ কৰিবলৈ এন্টিব’ডি উৎপন্ন কৰে।

এই এন্টিবডিবোৰে শিশুৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত শিশুৰ তীব্ৰ ৰক্তহীনতা, হৃদৰোগ, আনকি মৃত্যুও হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: James Harrison
publisher

publisher

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

March 8, 2026
পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d