Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

BORDER DISPUTE: চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোৱে গেঁঠেলা মাৰিলে নেকি?

publisher by publisher
March 6, 2025
in India
Reading Time: 1 min read
0
BORDER DISPUTE: চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোৱে গেঁঠেলা মাৰিলে নেকি?
1
SHARES
6
VIEWS
ShareShareShareShare

BORDER DISPUTE: চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোৱে গেঁঠেলা মাৰিলে নেকি?

ADVERTISEMENT

চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোৱে গেঁঠেলা মাৰিলে নেকি? চৰকাৰ গঠনৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অগ্ৰাধিকাৰ দিয়া বিষয়বোৰৰ ভিতৰত অন্যতম আছিল আন্তঃৰাজ্যিক সীমান্তক লৈ চলি অহা দীঘলীয়া সমস্যাৰ সমাধান।

RelatedPosts

Meghalaya Also Demands Sonapur-Chandrapur:সীমা বিবাদ মীমাংসাৰ তৎপৰতাৰ মাজতে আমচাং অভয়াৰণ্য-চন্দ্ৰপুৰলৈ নিজৰ অঞ্চল বুলি দাবী

চুবুৰীয়াৰ লগত কাজিয়া পেচাল কৰি আমি শান্তিত থাকিব নোৱাৰো : মন্ত্ৰী পীযুষ হাজৰীকা

স্পৰ্শকাতৰ পৰিৱেশত নতুন সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া অসম-মেঘালয়ৰ

মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ লগত থকা সীমা বিবাদ নিষ্পত্তি কৰাৰ তৎপৰতাৰে গ্ৰহণ কৰা উদ্যোগত মুখ্যমন্ত্ৰীক সহযোগ কৰিছিল সংশ্লিষ্ট ৰাজ্যকেইখনেও। অৱশ্যে নগালেণ্ডৰ লগত উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাত ৰাজ্যখনৰ লগত থকা সমস্যাটোৰ সমাধানত আনুষ্ঠানিক তৎপৰতা অসমে আৰম্ভ কৰিব পৰা নাই।

শেহতীয়াকৈ বিধানসভাত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সদৰী কৰে যে মেঘালয়ৰ লগত সীমা বিবাদ থকা ১২ টা অঞ্চলৰ ভিতৰৰ ছটাক লৈ ২০২২ৰ ২৯ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত দুয়োখন ৰাজ্যৰ চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

এই ছটা অঞ্চল হ’ল— তাৰাবাৰী, গিজাং, হাঁহিম, বকলাপাৰা, ৰাটাচাৰা আৰু খানাপাৰা-পিলিংকাটা। বাকী অঞ্চলকেইটা হ’ল— লাম্পি, দেশডুমৰীয়া, বৰদুৱাৰ, গড়ভাঙা, ব্লক ১, ব্লক ২ আৰু খান্দুলী। আনহাতে, অৰুণাচলৰ লগত ১২৩ খন গাঁৱক লৈ বিবাদ চলি আহিছে আৰু তাৰে ৭১ খনৰ সমস্যা সমাধান হৈছে।

৫২ খনৰ কাম চলি আছে। মিজোৰামৰ লগতো আলোচনা চলি আছে। কিন্তু প্রথম পৰ্যায়ত যি তৎপৰতাৰে গোটেই প্রক্রিয়া আগবাঢ়িছিল, সেয়া সম্প্রতি যথেষ্ট লেহেমীয়া হোৱাটো স্পষ্ট হৈছে। মেঘালয়ৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ত শেষৰখন বৈঠক অনুষ্ঠিত হৈছিল ২০২৩ৰ ৩০ ছেপ্টেম্বৰত ।

অৰুণাচলৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ৰ অন্তিমখন বৈঠক বহিছিল ২০২৩ৰ ৩০ মাৰ্চত। আনহাতে, মিজোৰামৰ লগত মন্ত্ৰী পৰ্যায়ত শেষৰখন বৈঠক বহিছিল ২০২৪ৰ ন আগষ্টত ।

আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ তৎপৰতা সম্প্ৰতি চকুত লগাকৈ লেহেমীয়া হৈ পৰা বুলি বিধানসভাত অভিযোগ কৰে কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে। আনহাতে, মন্ত্ৰী অতুল বৰাই সামগ্ৰিকভাৱে সমস্যাটোক লৈ মন্তব্য কৰে যে ৰাজ্য গঠনৰ সময়তে সীমা ঠিক কৰিলে আজিৰ এই সমস্যাটো উদ্ভৱ নহ’লহেঁতেন।

ইয়াৰ বাবে মন্ত্ৰীজনে কংগ্ৰেছক জগৰীয়া কৰে। মেঘালয়ৰ প্ৰসংগত বৰাই কয় যে বাকী থকা ছটা স্থানৰ বাবে দুয়োখন ৰাজ্যই গঠন কৰা আঞ্চলিক সমিতিৰ প্ৰতিবেদন এতিয়ালৈকে দুয়োজন মুখ্যমন্ত্ৰীৰ হাতত পৰা নাই।

প্রসংগক্রমে মন্ত্ৰী বৰাই উল্লেখ কৰা অনুসৰি, অৰুণাচল, নগালেণ্ড, মেঘালয় আৰু মিজোৰামে বেদখল কৰি থকা ভূমিৰ পৰিমাণ হ’ল ৮২,৭৫১.৮৬১৮ হেক্টৰ। ইয়াৰে অৰুণাচলে ১৬,১৪৪.০১১৭ হেক্টৰ, নগালেণ্ডে ৫৯,৪৯০.২১ হেক্টৰ, মেঘালয়ে ৩,৪৪১.৮৬০১ হেক্টৰ আৰু মিজোৰামে ৩,৬৭৫.৭৮ হেক্টৰ ভূমি বেদখল কৰি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Border Dispute
publisher

publisher

Related Posts

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ
India

March 9, 2026
মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি
News

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ
India

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ

March 8, 2026
মাৰ্চৰ প্ৰথম সপ্তাহত পশ্চিম এছিয়াৰ পৰা দেশলৈ উভতিল ৫২ হেজাৰৰো অধিক ভাৰতীয়!

মার্চৰ আৰম্ভণিতেই তীব্ৰ গৰমে দহিলে দিল্লী

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ
India

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ

March 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d