Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

    চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চুবুৰীয়াৰ লগত কাজিয়া পেচাল কৰি আমি শান্তিত থাকিব নোৱাৰো : মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটীত অসম-অৰুণাচল প্ৰদেশ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ বৈঠক

publisher by publisher
October 10, 2022
in Assam, India, News, Politics
Reading Time: 1 min read
0
চুবুৰীয়াৰ লগত কাজিয়া পেচাল কৰি আমি শান্তিত থাকিব নোৱাৰো : মন্ত্ৰী পীযুষ হাজৰীকা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙৰ স’তে আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যৰে গঠিত আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে | বিগত ছেপ্তেম্বৰত মন্ত্ৰী দুগৰাকীৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ সদস্যসকলে অসমৰ বিশ্বনাথ আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ মাজৰ বিবদমান চাৰিখন গাঁও পৰিভ্ৰমণ কৰাৰ পাছত আজিৰ বৈঠকত সমিতিৰ চূড়ান্ত প্ৰতিবেদন প্ৰস্তুতৰ বাবে বিষদভাৱে আলোচনা কৰা হয় |

ADVERTISEMENT

বৈঠকত বালিচ’, দিপিক, পাচ’ আৰু দিকালমুখ, এই গাঁওকেইখন পৰিভ্ৰমণৰ সময়ত স্থানীয় ব্যক্তিসকলৰ স’তে হোৱা বাৰ্তালাপ আৰু তেঁওলোকৰ ইচ্ছা-অনিচ্ছাৰ বিষয়ে আলোচনা কৰা হয় | আনহাতে, চাৰিওখন গাঁও মূলতঃ বনাঞ্চল অংশত পৰাৰ বাবে সমিতিয়ে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীৰ জড়িয়তে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণৰ ওপৰত গুৰুত্ব দিয়ে | এই ক্ষেত্ৰত বালিচ’, দিপিক আৰু দিকালমুখৰ স্থানীয় বাসিন্দাই অৰুণাচল প্ৰদেশৰ লগত থকাৰ বাবে ইচ্ছা প্ৰকাশ কৰা আৰু পাচ’ গাঁৱৰ অৰ্ধেক বাসিন্দাই অসমৰ সৈতে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰা বিষয়টো সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় |

বৈঠকৰ পাছত অৰুণাচলৰ মন্ত্ৰী মামা নাটুঙৰ স’তে উপস্থিত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, দুয়োজন নেতাই ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে তৎপৰ আৰু ইয়াৰ বাবেই নামচাইত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ বৈঠকত কে’বাখনো আঞ্চলিক সমিতি গঠন কৰি দিয়া হৈছিল |

মন্ত্ৰী হাজৰীকাই লগতে কয় যে বিশ্বনাথ আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ চাৰিখন বিবদমান গাঁও ক্ৰমে দিকালমুখ, দিপিক, বালিচ’ আৰু পাচ’ৰ ভিতৰত প্ৰথম তিনিখন গাঁৱৰ সকলো বাসিন্দাই অৰুণাচল প্ৰদেশৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে পাচ’ৰ অৰ্ধেক মানুহে অসমৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰিছিল | আঞ্চলিক সমিতিৰ চৰজমীন তদন্তৰ কালচোৱাত হোৱা এনে অভিজ্ঞতাৰ ভিত্তিতেই আজিৰ বৈঠকখনত প্ৰতিবেদনৰ চূড়ান্ত ৰূপ প্ৰদান কৰা হয় আৰু পৰৱৰ্তী সময়ত এই প্ৰতিবেদন ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক দাখিল কৰা হ’ব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে |

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সততেই উল্লেখ কৰা অষ্টলক্ষ্মী, উত্তৰ পূৱৰ ৰাজ্যকেইখনে উন্নয়নৰ দিশত ধাৱমান হোৱাৰ সময়তে ৰাজ্যকেইখনৰ মাজৰ সীমা সমস্যা সমাধান এটা অতিকে গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় পদক্ষেপ | চুবুৰীয়াৰ স’তে কাজিয়া পেচাল কৰি আমি কোনো শান্তিৰে থাকিব নোৱাৰো বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলো একেলগে থাকিবই লাগিব |

আনহাতে, ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ আন্তৰিক সদিচ্ছাৰ বাবে অতি সোনকালেই ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধান কৰি সীমান্ত অঞ্চলৰ উন্নয়ন সুনিশ্চিত কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই |

উল্লেখ্য যে আজিৰ বৈঠকখনত ৰাজ্য দুখনৰ মন্ত্ৰী দুগৰাকীৰ লগতে অৰুণাচল প্ৰদেশৰ বিধায়ক বিয়ুৰাম ৱাঘে, অসম চৰকাৰৰ এগৰাকী আয়ুক্ত সচিব শান্তনু পি গ’টমাৰে, পাকে কিচাং জিলাৰ উপায়ুক্ত তথা বন বিভাগৰ আন বিষয়াসকল, বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা আন বিষয়াসকল উপস্থিত আছিল |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Border DisputeMama NatungPijush Hazarika
publisher

publisher

Related Posts

কে’বা লক্ষাধিক মাটিৰ চাকিৰে পোহৰ বিলাবলৈ সাজু পূর্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী
Assam

November 2, 2026
আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস
India

আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো
India

বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

November 2, 2026
তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক
International

তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

November 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d