Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ

    অমৰনাথ যাত্রা পথত’ন’ ফ্লাইং জ’ন’! যাত্ৰীসকলৰ বাবে নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ

    Gst Raid In Cachar:২৫ কোটি টকাৰ জিএছটি ফাঁকি দিয়া প্ৰতিষ্ঠানৰ প্ৰৱন্ধক আটক

    Devastating fire in Bamonimaidam:মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড

    দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

    দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

আজিৰ দিনটোৰ ৰাশিফল

publisher by publisher
April 9, 2025
in Horoscope
Reading Time: 1 min read
0
আজিৰ দিনটোৰ ৰাশিফল
5
SHARES
53
VIEWS
ShareShareShareShare

ADVERTISEMENT

Horoscope :মেষ : কর্মক্ষেত্ৰত সাফল্যৰ যোগ, দায়িত্ব পালনৰ কাৰণে নিজৰ অৰ্থক্ষতি, নতুন মিত্ৰ লাভৰ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত চিন্তা বাঢ়িব। অলপ খঙৰ কাৰণে ডাঙৰ ক্ষতি হ’ব পাৰে। ভ্ৰমণত আঘাত প্ৰাপ্তিৰ সম্ভাৱনা ।

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

বৃষ : কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব। গুপ্ত শত্ৰুৰ কাৰণে নিবনুৱাৰ কৰ্ম প্রান্তিত বাধা। দিনৰ মাজভাগৰ পৰা হঠাৎ অৱনতি ঘটিব পাৰে। অযথা ব্যয়-বৃদ্ধিৰ ফলত মানসিক চাপ বৃদ্ধি । উচ্চ বিদ্যা লাভৰ বাবে একাধিক সুযোগ আহিব। প্ৰেমত অস্থিৰতা। দাম্পত্যত শান্তি বজাই থাকিব ।

মিথুন : কর্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। নিবনুৱা জাতক-জাতিকাৰ নতুন সুযোগ আহিব। বাধা বিঘিনিৰ মাজেৰে ব্যৱসায়ত সাফল্য আহিব।পিতৃ-মাতৃৰ শাৰীৰিক অৱস্থাৰ কাৰণে চিন্তা। প্ৰেম আৰু দাম্পত্যত মতবিৰোধ। আর্থিক উন্নতিৰ যোগ। বিদ্যাৰ্থীৰ মধ্যম ফল।

কর্কট : বাধা থকা সত্ত্বেও কর্মক্ষেত্ৰত উন্নতি অব্যাহত থাকিব। পাৰিবাৰিক অশান্তিৰ কাৰণে মানসিক অশান্তি থাকিব। আর্থিক উন্নতিৰ যোগ আছে যদিও লগত কিছু বাধা থাকিব। অযথা ব্যয় বৃদ্ধি। বিদ্যাৰ্থীৰ অপ্ৰত্যাশিতভাৱে জটিলতা দেখা দিব পাৰে ।

সিংহ : অযথা বিবাদৰ ফলত দৈনন্দিন কামত ক্ষতি। কর্মক্ষেত্ৰত পদোন্নতিৰ লগত স্থান পৰিৱৰ্তনৰ সম্ভাৱনা দেখা দিব পাৰে। ভ্ৰমণৰ মাধ্যমত অর্থ উপাৰ্জনৰ যোগ। সুযোগৰ অপব্যৱহাৰ নকৰি কামত লগোৱাৰ চেষ্টা কৰিব ।

কন্যা : অপ্রত্যাশিতভাৱে কৰ্মক্ষেত্ৰত জটিলতা দেখা দিব। মিছা অপবাদৰ ভয় আছে। গতিকে চলাফুৰা আৰু যাত্ৰা কথা-বতৰাৰ পৰা সতৰ্ক থাকিব। উচিত কথা কোৱাৰ কাৰণে শত্ৰুতাৰ সৃষ্টি হ’ব। সৎ বন্ধু লাভৰ যোগ দৈনন্দিন খৰচ পাতিৰ বিষয়ে অলপ সতর্ক দৃষ্টি ৰাখিব। প্ৰেমত অশুভ ফল।

তুলা : চাকৰি ক্ষেত্ৰত উন্নতিৰ যোগ। আবেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ কাম নকৰিব। পাৰিবাৰিক ক্ষেত্ৰত নতুনকৈ কোনো সমস্যা দেখা দিব পাৰে। দিনটোত আয় আৰু ব্যয়ৰ পৰিমাণ সমান হ’ব।

বৃশ্চিক : সামাজিক কামত সন্মান বৃদ্ধিৰ যোগ। দিনৰ মাজভাগৰ পৰা ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। অবৈধ প্ৰেমৰ ক্ষেত্ৰত মানহানি আৰু মামলা মোকদমাৰ যোগ, গতিকে সাৱধান হোৱা আৱশ্যক।

ধনু : বাধাৰ মাজেদিও গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব। বিদ্যাৰ্থীৰ অপ্রত্যাশিতভাৱে ডাঙৰ কোনো বাধা পৰিব পাৰে। সমাজত ভাল কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। কিবা বিষয় লৈ পিতৃ-মাতৃৰ লগত মতবিৰোধ হ’ব পাৰে। সমাজৰ ভাল কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব ।

মকৰ : চাকৰিৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ। পাৰিবাৰিক ক্ষেত্ৰত চলি থকা সমস্যাবোৰৰ সমাধান হ’ব পাৰে। অপ্রত্যাশিক ভাৱে কিছু অতিৰিক্ত অর্থ হাতলৈ অহাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীৰ মধ্যম ফল।

কুম্ভ : চাকৰি ক্ষেত্ৰত কিছু অতিৰিক্ত দায়িত্ব আহিব পাৰে। প্ৰাপ্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰতাৰণা হ’ব পাৰে। বিশেষ কামৰ বাবে কিছু অর্থ ঋণ কৰিব লগা হ’ব পাৰে। নতুন যোগাযোগৰ ক্ষেত্ৰত শুভ প্রভাব পৰিব ।

মীন : কৰ্মক্ষেত্ৰত নিজৰ ব্যক্তিত্বৰ স্বীকৃতি লাভ কৰিব। হঠাৎ ব্যৱসায়-বাণিজ্যত বিশৃংখলা দেখা দিব পাৰে। সামাজিকতাত ব্যস্ত থকাৰ ফলত নিজৰ গুৰুত্বপূৰ্ণ কামৰ ক্ষতি। পিতৃ-মাতৃৰ লগত মতভেদ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Today Horoscope
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

June 16, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

June 15, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

June 14, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

June 12, 2025
দিনটোৰ ৰাশিফল
Horoscope

June 11, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

June 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d