দিল্লীত আহি উপস্থিত হ’ল ২৬/১১ ৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰাণা । আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছে ৰাণাক ।
ADVERTISEMENT
দিল্লীত অৱতৰণ কৰাৰ পাছতে ৰাণাক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰে।
২৬/১১ ৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ডক ভাৰতত অৱতৰণ কৰাৰ পাছত পাটিয়ালা হাউচ আদালতলৈ লৈ যোৱা হ’ব।
আদালতৰ চৌহদক কঠোৰ নিৰাপত্তাৰ অধীনত ৰখা হৈছে।