Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পহলগামত নৰসংহাৰৰ পাছতে কঠোৰ মোদী চৰকাৰ 

সকলো পাকিস্তানীক ভাৰত ত্যাগৰ নিৰ্দেশ 

publisher by publisher
April 24, 2025
in India, News
Reading Time: 1 min read
0
পহলগামত নৰসংহাৰৰ পাছতে কঠোৰ মোদী চৰকাৰ 
1
SHARES
13
VIEWS
ShareShareShareShare

Pahelgam: ভাৰতত ভিছা লৈ থকা পাকিস্তানী নাগৰিকসকলক ৪৮ ঘণ্টাৰ ভিতৰত এই দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে নৰেন্দ্ৰ মোদী চৰকাৰে। জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকক কৰা জঘন্য আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে কালি পাঁচটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ভাৰত চৰকাৰে।

ADVERTISEMENT

তদুপৰি সিন্ধু জলচুক্তি সম্প্রতি স্থগিত কৰাৰ পৰা আৰম্ভ কৰি সীমান্তত বন্ধকে ধৰি এটাৰ পাছত আনটো কঠোৰ সিদ্ধান্ত ঘোষণা কৰিলে মোদী চৰকাৰে। মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত পাক মদতপুষ্ট সন্ত্ৰাসবাদীৰ নিশংস আক্ৰমণত ২৮ জন পর্যটকে প্রাণ হেৰুওৱাৰ পাছত বুধবাৰে কেন্দ্রীয় চৰকাৰৰ কেবিনেটৰ নিৰাপত্তা সংক্ৰান্তীয় কমিটী (চিচিএছ)ৰ জৰুৰী বৈঠকত পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় পাঁচটা কঠোৰ আৰু শাস্তিমূলক বার্তা বহনকাৰী সিদ্ধান্ত।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত তেওঁৰ সাত লোককল্যাণ মাৰ্গৰ আৱাসত আয়োজিত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সর্বোচ্চ সিদ্ধান্ত গ্রহণকাৰী কেবিনেট কমিটীয়ে লগতে নতুন দিল্লীৰ পাকিস্তানী উচ্চযুক্তৰ প্ৰতিৰক্ষা সংক্ৰান্তীয় উপদেষ্টাসকলক অবাঞ্চিত বুলি ঘোষণা কৰে। এসপ্তাহৰ ভিতৰত তেওঁলোকক ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

একে সময়তে ইছলামাবাদত থকা ভাৰতীয় দূতাবাসৰ পৰা উপদেষ্টাসকলক দেশলৈ ওভতাই অনাৰ সিদ্ধান্ত লয় কেবিনেট কমিটীয়ে । তদুপৰি ভাৰতত থকা পাকিস্তানী দূতাবাসৰ বিষয়াৰ সংখ্যা অহা এক মে’ৰ পৰা ৫৫ জনৰ পৰা ৩০লৈ হ্ৰাস কৰিবলৈ কোৱা হৈছে। বৈদেশিক মন্ত্রণালয়ে জনোৱা মতে, ভাৰতেও একেই পদক্ষেপ গ্ৰহণ কৰিব ।

পহলগামৰ আক্ৰমণৰ উত্তৰ কি? : দেশবাসীৰ গভীৰ অপেক্ষাৰ অন্তত কঠোৰ পদক্ষেপ

প্রধানমন্ত্ৰী মোদীৰ বাসভৱনত কালি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিৰাপত্তা সম্পর্কীয় সর্বোচ্চ কমিটী (চিচিএছ)ৰ জৰুৰী বৈঠকত কি সিদ্ধান্ত লোৱা হ’ব সেয়া আছিল দেশবাসীৰ বাবে গভীৰ উৎকণ্ঠাৰ বিষয়। পহলগাম আক্ৰমণৰ পাছৰে পৰা ইয়াৰ আঁৰত পাকিস্তানৰ পৃষ্ঠপোষকতা স্পষ্ট হৈ পৰে আৰু চুবুৰীয়া দেশখনৰ বিৰুদ্ধে কঠোৰ প্ৰত্যুত্তৰ প্ৰদানৰ ক্ষেত্ৰত দেশজুৰি একপ্ৰকাৰ জনমত গঢ় লয়। সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি বিভিন্ন মাধ্যমৰ জৰিয়তে এই জনমত প্রকাশিত হয়।

এই পৰিপ্ৰেক্ষিতত বুধবাৰে চিচিএছৰ জৰুৰী বৈঠকৰ সিদ্ধান্ত কি হ’ব সেয়া দিনজুৰি চৰ্চাত থাকে। কালিৰ এই জৰুৰী বৈঠকত উপস্থিত থাকে প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক মন্ত্রী এছ জয়শংকৰ। উল্লেখ্য যে বৈঠকত মিলিত হোৱাৰ পূৰ্বেই পহলগাম হত্যালীলাৰ তাৎক্ষণিক প্ৰত্যুত্তৰ দিয়া হ’ব বুলি নতুন দিল্লীয়ে আশ্বাস প্ৰদান কৰিছিল।

ইয়াৰ পাছত সন্ধিয়া প্ৰায় আঢ়ৈ ঘণ্টাজোৰা বৈঠক আৰম্ভ হয় ছয় বজাত আৰু ৮-৩০ বজাত ইয়াৰ অন্ত পৰে। কালি এই বৈঠকত উপস্থিত নাছিল চিচিএছৰ অন্যতম সদস্য কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ।

তথ্য অনুসৰি তেওঁ আমেৰিকা ভ্ৰমণ আধাতে সামৰি দেশলৈ ওভতাৰ পথত । ইপিনে, প্রধানমন্ত্রী মোদীয়ে আজি পুৱা ছৌদি আৰবৰ পৰা নতুন দিল্লীলৈ ওভতাৰ পাছতে কঠোৰতাৰ ইংগিত দিছিল।  দেশলৈ উভতি আহিয়ে তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভালৰ স’তে আলোচনাত মিলিত হয়। বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ স’তেও তেওঁ বৈঠকত মিলিত হয়।

চিচিএছে গ্ৰহণ কৰা সিদ্ধান্ত : বিতং ব্যাখ্যা

পহলগামত ২৮ জন পৰ্যটকক গুলীয়াই হত্যা কৰা জঘন্য ঘটনাৰ স’তে পাকিস্তানৰ যোগসূত্র স্পষ্ট হোৱাত ভাৰতে অনিৰ্দিষ্টকালৰ বাবে কে’বাদশকজোৰা পুৰণি সিন্ধু জলচুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লয় । বৈঠকৰ অন্তত ভাৰতীয় বৈদেশিক পৰিক্ৰমা সচিব বিক্রম মিশ্রিয়ে এক সংবাদমেলত কয়, ‘চিচিএছৰ বৈঠকত সন্ত্ৰাসবাদী আক্ৰমণৰ স’তে সীমান্তৰ সিপাৰৰ যোগসূত্ৰৰ বিষয়ে অৱগত কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত শেহতীয়াভাৱে সফল নির্বাচন সম্পন্ন হোৱাৰ লগতে অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ দিশলৈ অঞ্চলটোৰ সুস্থিৰ অগ্ৰগতিৰ সময়তে এই আক্ৰমণ সংঘটিত কৰা হৈছে ।’ বৈঠকৰ অন্তত মিশ্রিয়ে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা পাঁচটা কঠোৰ পদক্ষেপৰ বিষয়ে ঘোষণা কৰি কয় যে জম্মু-কাশ্মীৰত সম্প্রতি সফল নির্বাচন অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে সুস্থিৰ অৰ্থনৈতিক অগ্ৰগতিৰ দিশত সমগ্ৰ উপত্যকা আগবঢ়াৰ সময়তে এই আক্ৰমণ পৰিকল্পিতভাৱে সংঘটিত কৰা হৈছে। মিশিয়ে কয় যে এই সন্ত্রাসবাদী আক্ৰমণৰ গভীৰতালৈ লক্ষ্য কৰি চিচিএছে সিদ্ধান্তসমূহ গ্ৰহণ কৰে। এইসমূহ হৈছে:

(১) তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ১৯৬০ত স্বাক্ষৰিত সিন্ধু জলচুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে । পাকিস্তানে আন্তঃসীমান্ত সন্ত্ৰাসৰ প্ৰতি থকা সমর্থন যিমুহূৰ্তলৈ গ্রহণযোগ্যভাৱে আৰু সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ নকৰে তেতিয়ালৈ স্থগিত থাকিব জল আবণ্টনৰ এই চুক্তি। উল্লেখ্য যে ১৯৬০ৰ ১৯ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত হৈছিল এই বহু চৰ্চিত চুক্তি। ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ৰ ভাৰত-পাকিস্তানৰ মাজত সংঘটিত তিনিখনকৈ যুদ্ধৰ তিক্ত অভিজ্ঞতাক নেওচি সম্পন্ন কৰা চুক্তি এতিয়া ভাৰতে সম্প্ৰতি উদ্ভৱ হোৱা পৰিস্থিতিত অনির্দিষ্ট কাললৈ স্থগিত কৰে। এই চুক্তি স্থগিত কৰাটো কালি গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত সবাতোকৈ কঠোৰ বুলি কোৱা হৈছে ৷ ইয়াৰ লগে লগে সিন্ধু নৈ আৰু ইয়াৰ উপ-নৈসমূহ ক্ৰমে ঝিলাম, চেনাব, ৰবি, ব্যাস আৰু শতদ্রুৰ জৰিয়তে পাকিস্তানলৈ পানীৰ যোগান বন্ধ কৰি দিয়া হ’ব। এই নৈকেইখনে সম্প্রতি পাকিস্তানলৈ পানীৰ যোগান ধৰি আছে আৰু দেশখনৰ বহু লক্ষ লক্ষ লোকৰ জীৱনদায়নী এই নদীৰ বোঁৱতী পানী।

(২) আটাৰী-বাঘা সংহত সীমান্ত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বন্ধ ঘোষণা কৰা হৈছে। উপযুক্ত নথিপত্ৰ বহন কৰি যিসকল পাকিস্তানী ভাৰতলৈ আহিছিল তেওঁলোকক এক মে’ পর্যন্ত সময়সীমা বান্ধি দিয়া হৈছে। এই সময়সীমাৰ ভিতৰত তেওঁলোকে পাকিস্তানলৈ উভতি যাব লাগিব ।

(৩) ‘ছাৰ্ক ভিছা ৰেহাই প্রকল্প’ (এছভিইএছ)ৰ অধীনত কোনো পাকিস্তানী নাগৰিকক আৰু ভাৰতলৈ প্ৰৱেশৰ ভিছা প্ৰদান কৰা নহ’ব। ইতিমধ্যে যদি এনে ভিছাৰ জৰিয়তে ভাৰতলৈ প্ৰৱেশৰ বাবে পাকিস্তানী নাগৰিকক অনুমতি দিয়া হৈছিল, তেন্তে সেয়া বাতিল ঘোষণা কৰা হয়। এই ভিছাৰ অধীনত যিসকল পাকিস্তানী নাগৰিক এতিয়া ভাৰতত আছে তেওঁলোকে ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব । উল্লেখ্য যে এছভিইএছ হৈছে বাংলাদেশ, ভাৰত, পাকিস্তান, নেপাল, ভূটান, মালদ্বীপ আৰু শ্ৰীলংকাকে ধৰি গঠিত ছাৰ্ক দেশসমূহৰ মাজত স্বাক্ষৰিত এক বিশেষ চুক্তি। ইয়াৰ জৰিয়তে ব্যক্তিগত ভিছাৰ উপৰঞ্চি এই সাতখন দেশৰ ভিতৰত নাগৰিকসকলে যাতায়াত কৰিব পাৰে। পাকিস্তানৰ ক্ষেত্ৰত এই অনুমতি প্ৰত্যাহাৰ কৰিছে ভাৰতে ।

(৪) নতুন দিল্লীস্থ পাকিস্তানী উচ্চায়ুক্তৰ পৰা প্ৰতিৰক্ষা অথবা সামৰিক উপদেষ্টা তথা নৌ উপদেষ্টা আৰু বায়ু উপদেষ্টাক নতুন দিল্লীয়ে অবাঞ্ছিত বুলি ঘোষণা কৰে। তেওঁলোকে এসপ্তাহৰ ভিতৰতে ভাৰত ত্যাগ কৰিব লাগিব । একে সময়তে ভাৰতেও পাকিস্তানত থকা নিজস্ব প্রতিক্ষা-নৌ-বায়ু উপদেষ্টাসকলক দেশলৈ ওভতাই আনিব। সংশ্লিষ্ট উচ্চায়ুক্তসমূহত তৎকালীনভাৱে বলৱৎ হোৱাকৈ এই পদসমূহ বাতিল কৰা হৈছে। তদুপৰি সেইসকল উপদেষ্টাৰ সহকাৰীসকলকো দুই উচ্চায়ুক্তৰ পৰা তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰা হয় ৷

(৫) লগতে উচ্চায়ুক্তসমূহৰ সামগ্রিক শক্তি বৰ্তমানৰ ৫৫ৰ পৰা ৩০ লৈ হ্ৰাস কৰা হ’ব । অহা এক মে’ৰ ভিতৰত এই সিদ্ধান্ত কার্যকৰী কৰা হ’ব ।ইয়াৰ উপৰি বৈদেশিক সচিব মিশ্রিয়ে কয়, ‘চিচিএছে পৰিস্থিতিৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাক পুনৰীক্ষণ কৰে আৰু দেশৰ সকলো নিৰাপত্তা বাহিনীকে উচ্চ সতর্কতা অৱলম্বন কৰিবলৈ কয় । চিচিএছে প্রতিশ্রুতিবদ্ধ হয় যে আক্ৰমণৰ স’তে জড়িত কাকো ৰেহাই দিয়া নহ’ব। ভুক্তভোগীক ন্যায় প্ৰদান কৰা হ’ব আৰু আক্ৰমণকাৰীৰ পৃষ্ঠপোষকসকলক জবাবদিহি কৰা হ’ব বুলি কয় মিশ্রিয়ে। তেওঁ কয় যে মুম্বাই আক্ৰমণৰ (২৬/১১) মূল অভিযুক্ত তাহাউৰ ৰাণাৰ শেহতীয়া প্ৰত্যৰ্পণৰ পটভূমিত ভাৰতে সন্ত্রাসমূলক কার্যকলাপত লিপ্ত থকাসকল আৰু তেওঁলোকৰ আঁৰৰ ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ প্ৰতিশ্রুতিবদ্ধ।

মন কৰিবলগীয়া যে ১৯৬০ৰ সিন্ধু জলচুক্তি অনুসৰি উমৈহতীয়া ছখন নদীৰ ভিতৰত ৰবি, ব্যাস আৰু শতদ্রু নৈৰ ওপৰত ভাৰতে পূর্ণ অধিকাৰ সাব্যস্ত কৰে । আনহাতে, সিন্ধু, ঝিলাম আৰু চেনাব নৈৰ ওপৰত অধিকাৰ আছে পাকিস্তানৰ ৷ এই জলচুক্তি হৈছে ভাৰত-পাকিস্তানৰ মাজত থকা অতি বিৰল দীৰ্ঘদিনীয়া চুক্তি আৰু ইয়াক দুই দেশৰ সহযোাগিতাৰ সফলতম উদাহৰণ বুলি কোৱা হয়।

২০১৯৩ জম্মু-কাশ্মীৰৰ পুলৱামাত অৰ্ধসামৰিক বাহিনীৰ কনভয়ৰ ওপৰত পাক সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে চিচিএছৰ বৈঠকত কৈছিল যে ৰক্ত আৰু নৈ একে সময়তে প্রবাহিত হ’ব নোৱাৰে। অৱশ্যে সেই সময়ত ইয়াক ৰূপায়ণ কৰা নহ’ল যদিও কালিৰ আক্ৰমণৰ পাছত কালি সর্বোচ্চ সিদ্ধান্তকাৰী কমিটীখনে ল’লে কঠোৰ পদক্ষেপ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra ModiPahelgamPahelgam Terror Attack
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d