Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

    সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

    পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৩৬ ঘন্টাৰ ভিতৰত ভাৰতে আৰম্ভ কৰিব বৃহৎ সামৰিক অভিযান !

দেশক সতর্ক কৰি দাবী আতংকিত পাক মন্ত্রী

publisher by publisher
April 30, 2025
in India, News
Reading Time: 1 min read
0
৩৬ ঘন্টাৰ ভিতৰত ভাৰতে আৰম্ভ কৰিব বৃহৎ সামৰিক অভিযান !
2
SHARES
15
VIEWS
ShareShareShareShare

Military Action : জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে আতংকিত হৈ পৰিছে পাকিস্তান। কালি ভাৰতীয় সেনাক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে মোডী চৰকাৰে ।

ADVERTISEMENT

এই পৰিবেশতেই পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে নিজৰ উদ্বেগ প্ৰকাশ কৰি এটা ডাঙৰ বক্তব্য আগবঢ়ায়।পাকিস্তানৰ সম্প্ৰচাৰ মন্ত্ৰী আতাউল্লাহ তাহাৰে মঙলবাৰে পুৱা দুই বজাত ছ’চিয়েল মিডিয়াযোগে দেশখনক সকীয়াই দি লিখিছে যে ভাৰতে ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পাকিস্তানৰ বিৰুদ্ধে বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিব পাৰে।

RelatedPosts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পহলগামত নিৰাপত্তাৰ বাবে পর্যটকে মানিব লাগিব এই নিয়ম

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

মঙলবাৰে নিশা ছ’চিয়েল মিডিয়াত প্ৰেৰণ কৰা ভিডিঅ’ বাৰ্তাত পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে কয় যে, পহলগাঁও কাণ্ডৰ বাবে আমাক দোষাৰোপ কৰি ভাৰতে অহা ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পাকিস্তানক আক্ৰমণ কৰিবলৈ ওলাইছে বুলি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা আমি তথ্য লাভ কৰিছো। অৱশ্যে ভাৰতৰ যিকোনো একপক্ষীয় পদক্ষেপৰ প্ৰতি সঁহাৰি জনাবলৈও পাকিস্তান সাজু।’

লগতে পাকিস্তানী মন্ত্ৰীজনে তেওঁৰ সুৰ কোমল কৰি কয় যে পাকিস্তান নিজেই সন্ত্ৰাসবাদৰ বলি। গতিকে আমি এই বিষটো বুজি পাওঁ। আমি পৃথিৱীৰ যিকোনো প্ৰকাৰে সন্ত্ৰাসবাদৰ যিকোনো কাৰ্যক গৰিহণা দিছো। দায়বদ্ধ ৰাষ্ট্ৰ হিচাপে পাকিস্তানে ভাৰতক নিৰপেক্ষ সংস্থাৰ দ্বাৰা এই ঘটনাৰ স্বচ্ছ তদন্ত কৰিবলৈ আহ্বান জনাইছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সংঘাতৰ পথত খোজ দিয়াৰ সিদ্ধান্ত লৈছে। যাৰ পৰিণতি ভয়ংকৰ হ’ব।’

পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে আৰু অভিযোগ কৰে যে কেৱল ৰাজনৈতিক স্বাৰ্থ সেৱাৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপ অত্যন্ত দুৰ্ভাগ্যজনক। অৱশ্যে ভাৰতে যদি কোনো ধৰণৰ আক্রমণ কৰে তেন্তে পাকিস্তানে পৰম দৃঢ়তাৰে প্রত্যুত্তৰ দিব৷

একে সময়তে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বলৈ বাৰ্তা প্ৰেৰণ কৰি কয় যে এই আক্ৰমণৰ পৰিণতিৰ বাবে ভাৰত সম্পূৰ্ণৰূপে দায়ী হ’ব। পাকিস্তানে নিজৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ বাবে দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ।

বিগত ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত পৰ্যটকসহ ২৬ জন লোক নিহত হয়। শেহতীয়াকৈ ভাৰতত সন্ত্ৰাসবাদৰ উত্থানে সীমান্ত সুৰক্ষাক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে। এই আক্ৰমণৰ বাবে ভাৰতে প্ৰত্যক্ষভাৱে পাকিস্তানক জগৰীয়া কৰিছে।

আক্ৰমণত জড়িত চাৰিজন সন্ত্ৰাসবাদীৰ দুজন পাকিস্তানৰ আছিল। পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন টিআৰএফে পাছত এই আক্ৰমণৰ দায়িত্ব অস্বীকাৰ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ স’তে উচ্চ পৰ্যায়ৰ আলোচনা তৈয়াৰ কৰে। ইয়াৰ পাছত, ভাৰত চৰকাৰে সেনাক সম্পূৰ্ণ স্বাধীনতা ঘোষণা কৰে।

নতুন দিল্লীত মোডী চৰকাৰৰ কাৰ্যকলাপক লৈ পাকিস্তান স্বাভাৱিকতে আতংকিত হৈ পৰিছে। ইয়াৰ মাজতে পাকিস্তানী মন্ত্ৰীৰ এই বাৰ্তাই এতিয়া সীমান্তৰ সিপাৰেও হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indiaPahelgamPahelgam Terror AttackPakistan
publisher

publisher

Related Posts

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ
News

ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ

April 30, 2026
এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!
News

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

April 30, 2026
সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত
News

সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

April 30, 2026
পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ
News

পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d