Pahelgam:পহলগাম আক্ৰমণৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে অমিত শ্বাহে।
ADVERTISEMENT
প্ৰথম ভাষণতে তেওঁ স্পষ্টকৈ উল্লেখ কৰি কয় যে, বাছি বাছি প্ৰতিশোধ লোৱা হ’ব।
কোনোবাই যদি ভাৱে কাপুৰুষৰ দৰে আক্ৰমণ কৰি জয়ী হ’ব পাৰে ভাৱে তেন্তে মনত ৰখা প্ৰয়োজন যে এয়া নৰেন্দ্ৰ মোডীৰ ভাৰত।
গতিকে এজন এজনকৈ সকলোৰে প্ৰতিশোধ লোৱা হব।