Argentina: আৰ্জেণ্টিনাত ভয়ংকৰ ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৫। ছুনামীৰ সতৰ্কবাণী জাৰি কৰাৰ কিছু মিনিটৰ ভিতৰতে কপি উঠিল দেশৰ দক্ষিণ অংশ ।
ADVERTISEMENT
ছুনামী অহাৰ আশংকাও আছে। যদিও এতিয়ালৈকে কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও ব্যাপক ক্ষতিৰ আশংকা কৰা হৈছে।