Srimanta Sankardev Sanghaশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল

sankardev sangha

Srimanta Sankardev Sangha:

ডিব্ৰুগড়ত অনুষ্ঠিত হবলগীয়া ২১ সংখ্যক কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ। দেশৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আহ্বান প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই।

Exit mobile version