Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

    কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

    এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Citizens meeting’ organized by Sachetan Nagarik Manch in Nagaon:ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নগাঁৱত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত’ নাগৰিক সভা’

samimsultana by samimsultana
September 18, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Citizens meeting’ organized by Sachetan Nagarik Manch in Nagaon:ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নগাঁৱত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত’ নাগৰিক সভা’
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

Citizens meeting’ organized by Sachetan Nagarik Manch in Nagaon:

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নগাঁৱত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত অলপতে এখন ‘ নাগৰিক সভা ‘অনুষ্ঠিত হয় ৷নগাঁও চহৰৰ এলফিনষ্টন চাৰিআলিৰ সচেতন নাগৰিক মঞ্চৰ স্থায়ী সভাগৃহত অনুষ্ঠিত হয়। অৱসৰ প্ৰাপ্ত অধ্যাপক মজিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত সোণাপুৰৰ কচুতলিৰ বৰ্বৰ,অমানৱীয় উচ্ছেদ কাৰ্যৰ ফলত ৩ জন সাধাৰণ মানুহৰ মৃত্যু ঘটা আৰু ৪০ জন লোক আহত হোৱা ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে এই ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰে ।

ADVERTISEMENT

ইয়াৰ উপৰিও বিকল্প ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰখা, নিহত আৰু আহত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া, ম্যাদী পট্টাৰ মাটিত উচ্ছেদ বন্ধ ৰখা, বীৰ লাচিত সেনাৰ নেতা শৃঙ্খল চলিহাই এ,কে৪৭ ৰাইফল বিচৰাৰ লগতে এক বিশেষ জনগোষ্ঠীক ভয়-ভাবুকি দিয়া কাৰ্যক গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে শংঙ্খলক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে আইন অনুযায়ী বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে সভাই অহা ২৯ ছেপ্তেম্বৰত দিনৰ ১০ বজাত নগাঁও জিলা সাহিত্য সভা কমলাদেৱী টোডী ভৱনত এখন চিন্তন বৈঠক পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাৰ অন্তত সচেতন নাগৰিক মঞ্চ, নগাঁওৰ মুখ্য আহবায়ক প্ৰাক্তন বিধায়ক তথা অধ্যাপক মুজিবুৰ ৰহমানৰ নেতৃত্বত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি বিশেষকৈ উচ্ছেদ আৰু অসামাজিক কাৰ্যকলাপ আদিৰ সম্পৰ্কে বিশদ ভাৱে আলোচনা কৰা হয় আৰু মঞ্চৰ সভাত গ্ৰহণ কৰা প্ৰস্তাৱলী বিহিত ব্যৱস্থা গ্ৰহণাৰ্থে দাখিল কৰা হয়।

আয়ুক্ত গৰাকীক সাক্ষাৎ কৰা প্ৰতিনিধি সকলৰ ভিতৰত মুখ্য আহবায়ক অধ্যাপক মুজিবুৰ ৰহমানৰ উপৰিও যুটীয়া মুখ্য আহবায়ক মজিবুৰ ৰহমান (প্ৰাক্তন বিধায়ক,ৰূপহীহাট),সমন্বয়ক ফজলুল হক মৰল,চৰকাৰ গিয়াছুদ্দিন আহমেদ, ইক্ৰামুল হুদা,অধিবক্তা নুৰুল আমিন,আব্দুৰ ৰফিক উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Citizens meetingKasutali eviction INCIDENTNagaonSachetan Nagarik Manch
samimsultana

samimsultana

Related Posts

শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস
Assam

September 28, 2026
চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী
Assam

চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

September 28, 2026
বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী
Assam

বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

September 28, 2026
কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ
Assam

কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d