GMC Parking free:
মহানগৰবাসীৰ বাবে এটা ভাল খবৰ ৷ গুৱাহাটী পৌৰ নিগমৰ বিশেষ সকাহ মহানগৰবাসীলৈ ৷ জিএমচি এলেকাধীন ৫১ টা শ্লটত পাকিং ১ জুনৰ পৰা হ’ব বিনামূলীয়া ৷ আনহাতে মধ্যবিত্ত সকলৰ বাবে সুকীয়াকৈ পার্কিং শ্লট নির্মাণৰো পৰিকল্পনা কৰিছে বুলি জিএমচিৰ এক সূত্ৰত প্ৰকাশ ৷
ADVERTISEMENT