Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Assam Cabinet: ৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী' পঞ্চায়ত গঠন সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ অনুমোদন

publisher by publisher
May 16, 2025
in News, Assam
Reading Time: 2 mins read
0
Assam Cabinet: ৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
1
SHARES
7
VIEWS
ShareShareShareShare

Assam Cabinet:

৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত অংশ গ্ৰহণৰ বাবেই অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী ৷ ৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব অসম বিধান সভাৰ বিশেষ অধিৱেশন ৷ অধিৱেশনত সুধাকণ্ঠৰ সৃষ্টিৰাজীৰ ওপৰত আলোচনা হ’ব ৷ এই অধিৱেশনতে ডিব্ৰুগড় বিমানবন্দৰ নাম ড:ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব সদনে ৷

ADVERTISEMENT

শুক্ৰবাৰে দিছপুৰস্থ জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেটত উল্লিখিত সিদ্ধান্ত লোৱা হয় বুলি এক সংবাদমেল সদৰি কৰে শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে ৷ ডা:পেগুৱে আৰু কয় যে আই চি ডিৰ অধীনত নিযুক্ত পোৱা ঠিকাভিত্তিক শিক্ষক সকলে পূৰ্বতে পাই থকা ১৪ হাজাৰৰ পৰা ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব তেওঁলোকৰ দৰমহা ৷ লগতে তেওঁলোকে লাভ কৰিব আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ সুবিধা।ইতিমধ্যে বাজেটত ঘোষণা কৰা এই সিদ্ধান্তক আজি অনুমোদন জনায় কেবিনেটে ৷

RelatedPosts

Himanta Viswa Sarma: এআইচিচিতো আছে এজেন্ট, ‘ৰজা’ৰ গাড়ী চালকেও খবৰ দিয়ে মোক: দাবী মুখ্যমন্ত্ৰীৰ

Dr.Bhupen Hazarika: লোকসেৱা ভৱনত ড: ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ মুল কমিটিৰ বৈঠক

Dispur Manabendra Complex:ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱা সংকল্পৰে ৰাজীৱ ভৱনত কংগ্ৰেছৰ নতুন নেতৃত্ব

আনহাতে সংবাদমেলত উপস্থিত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে পঞ্চায়ত গঠন সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ অনুমোদন সন্দৰ্ভত কয়, ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত গঠন হ’ব ২১৯২ খন গাঁও পঞ্চায়ত। এই সময়ছোৱাৰ ভিতৰত পঞ্চায়তৰ সভাপতি- উপ-সভাপতি নিৰ্বাচনৰ বাবে জিলা আয়ুক্ত সকলে নিৰ্দেশনা জাৰি কৰি একোজনকৈ বিষয়াক দায়িত্ব দিব ৷ অনুৰূপ ধৰনে ১১ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত ১৮১ খন আঞ্চলিক পঞ্চায়তৰ সভাপতি- উপ- সভাপতি নিৰ্বাচিত কৰাৰ বাবেও জিলা আয়ুক্তই নিয়োজিত কৰিব একোজনকৈ চৰকাৰী বিষয়া ৷

আনহাতে ২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত গঠন কৰা হ’ব ২৭ খন জিলা পৰিষদ। জিলা পৰিষদৰ সভাপতি- উপ- সভাপতিৰ বাবেও জিলা আয়ুক্তই নিয়োজিত কৰা বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সদস্য সকলে নিৰ্বাচিত কৰিব সভাপতি- উপ- সভাপতি ৷ গাওঁ পঞ্চায়ত,আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠনৰ অন্তত নৱ নিৰ্বাচিত সদস সকলে শপত ল’ব বুলি উল্লেখ কৰে মন্ত্ৰী দাসে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Cabinet MeetingCM Dr. Himanta Biswa SarmaDispurLoksewa BhawanPressmeetranji kumar dasRanoj Pegu
publisher

publisher

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d