Guwahati Chanmari Flyover:
মহানগৰীৰ চান্দমাৰীত শনিবাৰে পুৱাই লাগিল হুৱাদুৱা ৷ চান্দমাৰীৰ নিৰ্মীয়মান উৰণসেঁতুত সংঘটিত এক অঘটন ৷ বিদ্যুত পৰিবাহী তাঁৰত লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন শ্ৰমিক। আঘাতপ্ৰাপ্ত শ্ৰমিকজনৰ নাম ছাইফুল আলী ৷ তেওঁক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ ৷ আনহাতে ঘটনাস্থলীত চান্দমাৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ কেনেকৈ ঘটনাটো সংঘটিত হয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷
ADVERTISEMENT