ATTSA President Dhiraj Gowala condem about Sankarjyoti Baruah:আছু’ৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হেণ্ডকাফ লগোৱা কাৰ্যক তীব্ৰভাৱে বিৰোধীতা আটছাৰ

aasu 2

ATTSA President Dhiraj Gowala condem about Sankarjyoti Baruah:

আছু’ৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে হেণ্ডকাফ লগোৱা কাৰ্যক তীব্ৰভাৱে বিৰোধীতা কৰিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ৰ সভাপতি ধীৰাজ গোৱালাই । সাধাৰণ মাৰপিটৰ ঘটনা এটাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে কাৰ নিৰ্দেশত শংকৰজ্যোতি বৰুৱাক দূৰ্ধষ অপৰাধীৰ দৰে ব্যৱহাৰ কৰিলে সেইবিষয়ত অসম চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।

ADVERTISEMENT
Exit mobile version