Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

‘ঝুমইৰ বিনন্দিনী’ : আদিবাসী ছাত্ৰ সন্থাৰ ক্ষোভ , মেট্ৰিকত অৱতীৰ্ণ নোহোৱা ৬,৭৫৬ শিক্ষাৰ্থীৰ তথ্য ৰাজহুৱা কৰাৰ দাবী

‘অনুষ্ঠানৰ ফটোসমূহ চাব, তাত কোনোবা ফুলকুমলীয়া মেট্রিক দিয়া ছাত্রী আছিল নেকি? সকলো ছোৱালীৰ বয়স সকলোৱে দেখিছে।' ‘ঝুমইৰ বিনন্দিনী' অনুষ্ঠানত অংশগ্ৰহণৰ বাবেই ৰাজ্যৰ কে’বা হেজাৰ ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে বুলি অব্যাহত থকা বিতৰ্কৰ মাজতে মংগলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে বিষয়টোৰ তদন্ত দাবী কৰে আদিবাসী ছাত্ৰ সন্থা (আছা)ই।

publisher by publisher
March 5, 2025
in Lifestyle
Reading Time: 1 min read
0
‘ঝুমইৰ বিনন্দিনী’ : আদিবাসী ছাত্ৰ সন্থাৰ ক্ষোভ , মেট্ৰিকত অৱতীৰ্ণ নোহোৱা ৬,৭৫৬ শিক্ষাৰ্থীৰ তথ্য ৰাজহুৱা কৰাৰ দাবী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

 ‘ঝুমইৰ বিনন্দিনী’ : আদিবাসী ছাত্ৰ সন্থাৰ ক্ষোভ , মেট্ৰিকত অৱতীৰ্ণ নোহোৱা ৬,৭৫৬ শিক্ষাৰ্থীৰ তথ্য ৰাজহুৱা কৰাৰ দাবী

‘দৈনিক অগ্ৰদূত’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া অব্যাহত:বিবৃতি দাবীৰ পাছতো নীৰৱ চৰকাৰ-সংশ্লিষ্ট বিভাগ:ছহেজাৰ কিয়, এগৰাকী শিক্ষার্থীও কিয় বঞ্চিত হ’ব:চৰকাৰে উত্তৰ দিয়ক

‘অনুষ্ঠানৰ ফটোসমূহ চাব, তাত কোনোবা ফুলকুমলীয়া মেট্রিক দিয়া ছাত্রী আছিল নেকি? সকলো ছোৱালীৰ বয়স সকলোৱে দেখিছে।’ ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণৰ বাবেই ৰাজ্যৰ কে’বা হেজাৰ ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে বুলি অব্যাহত থকা বিতৰ্কৰ মাজতে মংগলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে বিষয়টোৰ তদন্ত দাবী কৰে আদিবাসী ছাত্ৰ সন্থা (আছা)ই।

ADVERTISEMENT

একে সময়তে ডিৱাইএফআইৰ ৰাজ্যিক কমিটীয়ে চৰকাৰক এই সম্পৰ্কীয় বিতং তথ্য ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে।

হেডলাইন পাবলৈ গগৈয়ে যিকোনো কথা কয় : মুখ্যমন্ত্রী সোমবাৰে বিধানসভা চৌহদত বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত ‘দৈনিক অগ্রদূত’ত প্ৰকাশিত বাতৰিৰ উদ্ধৃতিৰে এই বিষয়ত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পৰা এটা ৰাজহুৱা বিবৃতি দাবী দাবী কৰিছিল।

যদি ঝুমুৰ অনুষ্ঠানৰ কাৰণে শিক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল, তেন্তে তেওঁলোকৰ বাবে বিশেষ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে গগৈয়ে ৷ লগতে বিধায়কজনে এই বিষয়টো পৰ্যালোচনা কৰিবলৈ ছাত্ৰ সংগঠনসমূহক আহ্বান জনায়।

এই আহ্বানৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ড° শৰ্মাই সাংবাদিকৰ প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘এনেকৈ কথা ক’ব নাপায়। তাতে যিসকলে অংশগ্ৰহণ কৰিছিল কোনোবা স্নাতকোত্তৰ ডিগ্ৰীধাৰী, কোনোবা স্নাতক উত্তীর্ণ, কোনোবা বেংক, চৰকাৰী কৰ্মচাৰী, টে’টৰ শিক্ষয়িত্ৰী আছে।

তেওঁৰ জ্ঞান নাই কাৰণে এই কথাবোৰ কৈ থাকে। অনুষ্ঠানৰ ফটোসমূহ চাব, তাত কোনোবা ফুলকুমলীয়া মেট্রিক দিয়া ছাত্রী আছিল নেকি? সকলো ছোৱালীৰ বয়স সকলোৱে দেখিছে। সেই কাৰণে অখিল গগৈক মানুহে আজিকালি ধেমালি সুৰত লয়।

এটা হেডলাইন পাব কাৰণে সংবাদিকৰ আগত তেওঁ যিকোনো কথা কয়। আজিৰ ঝুমুৰৰ বিৰুদ্ধে কোৱাৰ লগে লগে বাগিচাৰ মানুহে তেওঁক বেয়া পাব, মোৰ লাভ হ’ব।’

পৰীক্ষাৰ পৰা শিক্ষাৰ্থীক কিয় বঞ্চিত কৰা হ’ল চৰকাৰে স্থিতি স্পষ্ট কৰক: আছা

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চলি থকাৰ সময়ত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত এই পৰীক্ষাত অৱতীৰ্ণ শিক্ষার্থীয়ে অংশগ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্রী ড° শৰ্মাই দাবী কৰাৰ পাছতে ইয়াক নস্যাৎ কৰি সৰৱ হৈছে আদিবাসী ছাত্ৰ সন্থা (আছা)।

ঝুমইৰ অনুষ্ঠানৰ বাবে বহু পৰীক্ষাৰ্থী বাধাগ্ৰস্ত হৈছিল বুলি আছাই মন্তব্য কৰি সংখ্যাৰ কথা নহয়, এগৰাকী শিক্ষার্থীও কিয় পৰীক্ষাৰ পৰা বঞ্চিত হ’ল এই বিষয়ে চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়। বৰছলা সমষ্টিত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা কে’বাগৰাকী ছাত্রী ঝুমইৰ বিনন্দিনীৰ বাবে বাছনিভুক্ত হৈছিল যদিও শেষমুহূৰ্তত বিষয়টো সংশ্লিষ্ট পক্ষই অৱগত হৈ তেওঁলোকৰ নাম কৰ্তন কৰি ঘৰলৈ পঠিয়াই দিছিল।

এই বিষয়টো ধৰা পেলাইছিল স্থানীয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্যসকলে। সমষ্টি পৰ্যায়ত বৰছলা সমষ্টিৰ চাৰিদুৱাৰ চাহ বাগিচাত অনুষ্ঠিত ঝুমইৰৰ বাছনি প্ৰক্ৰিয়াত প্ৰথম আৰু দ্বিতীয় দিনা পৰীক্ষাৰ্থীৰ নাম কৰ্তন কৰিছিল স্থানীয় আছা আৰু আটছাৰ সদস্যসকলে ।

ইয়াৰ পাছতে সংগঠন দুটাৰ নেতৃত্ব সৰৱ হয় আৰু ঝুমইৰৰ বাবে বহু পৰীক্ষাৰ্থী বাধাগ্ৰস্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ এই সন্দৰ্ভত শোণিতপুৰ জিলা আছাৰ সভাপতি আনন্দ তাঁতীয়ে কয়, ‘ঝুমইৰ বিনন্দিনীৰ বাবে বহু শিক্ষার্থী বাধাগ্রস্ত হৈছিল, যিটো আমাৰ দৃষ্টিগোচৰ হৈছিল। শেষত আমাৰ তৎপৰতাত বহু কেইগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিবলৈ বাধ্য হৈছিল।

এই গুৰুতৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে আমি আৰম্ভণিৰ পৰাই চৰকাৰক আহ্বান জনাইছিলো যে পৰীক্ষাৰ সময়ত এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ কিমান যুক্তিযুক্ততা আছে। ঝুমইৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা বিষয়টো আদৰণীয়; কিন্তু পৰীক্ষাৰ সময়ত হ’ব নালাগে বুলি আমি কৈছিলো।

শিক্ষাৰ্থীৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়ত এই অনুষ্ঠান আয়োজন কৰাৰ বিপৰীতে দিন সলনি কৰি অনুষ্ঠান কৰিবলৈ আহ্বান জনাইছিলো; কিন্তু চৰকাৰে আমাৰ আহ্বানক কর্ণপাত নকৰিলে।’ শেহতীয়াকৈ এইবাৰ মেট্ৰিক পৰীক্ষাত ৬,৭৫৬ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ নোহোৱাৰ তথ্য শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা কৰিছে আৰু ইয়াৰে গৰিষ্ঠ সংখ্যক চাহ বাগিচা অঞ্চলৰ বুলি দাবী কৰা হৈছে বুলি আছাৰ জিলা সভাপতিজনে মন্তব্য কৰি পুনৰ কয়, ‘আমাৰ স্পষ্ট কথা যে ছহেজাৰ হওক বা এহেজাৰ হওক, ইয়াত সংখ্যাৰ কথা নাই। এগৰাকী শিক্ষার্থীও কিয় পৰীক্ষাৰ পৰা বাদ পৰিব সেয়া ডাঙৰ কথা।

পৰীক্ষাৰ সময়ত নাচ-বাগ কৰাটোত আমাৰ আপত্তি আছিল; যাৰ বাবে আমি বিৰোধিতা কৰিছিলো। আমি কিয় বিৰোধিতা কৰিছিলো আজি স্পষ্ট হৈছে। এইসকল শিক্ষাৰ্থীৰ এটা শিক্ষা বৰ্ষ নষ্ট হ’ল।’

লগতে তেওঁ কয় যে তিতাবৰৰ এজন অভিভাৱকে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁৰ ছোৱালীয়ে ঝুমইৰ বিনন্দিনীত অংশ ল’বলৈ যাব। পৰীক্ষা পুনৰ আহিব; কিন্তু বিশ্ব অভিলেখ গঢ়া ঝুমইৰ বিনন্দিনী আৰু কেতিয়াও নাপায় ।

তাঁতীয়ে লগতে কয়, ‘অনুষ্ঠানটোৰ পূৰ্বে চৰকাৰক এই বিষয়টো আঙুলিয়াই দিয়া হৈছিল। এয়া মাথোঁ এটা উদাহৰণহে।’ তেওঁ কয় যে চৰকাৰে পৰীক্ষাৰ দিন সলনি বা অনুষ্ঠানৰ বিকল্প দিন বিবেচনা নকৰিলে, যাৰ ফলত বহু শিক্ষার্থী বিপাঙত পৰিল ।

এই ক্ষেত্ৰত চৰকাৰক জগৰীয়া কৰি তেওঁ বিষয়টো তদন্ত কৰি পৰীক্ষাৰ পৰা বাদ পৰা শিক্ষাৰ্থীক পুনৰ পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। উল্লেখ্য যে আছা-আটছাৰ তৎপৰতাৰ বাবে বহু শিক্ষাৰ্থীয়ে পৰীক্ষাৰ অৱতীৰ্ণ হ’বলৈ সক্ষম হৈছিল, অন্যথা অৱতীৰ্ণ নোহোৱাৰ সংখ্যা অধিক বৃদ্ধি হ’লহেঁতেন বুলি তেওঁ মন্তব্য কৰে।

অৱতীৰ্ণ নোহোৱা শিক্ষার্থীসকল কোন কোন জিলাৰ কোন কেইটা কেন্দ্ৰৰ আছিল, চৰকাৰে তথ্য ৰাজহুৱা কৰক

এই সন্দৰ্ভত মুখ্যমন্ত্রীকে ধৰি শাসকীয় পক্ষৰ কে’বাজনো বিধায়কে প্রকাশ কৰা প্ৰতিক্ৰিয়াত বিষয়টো স্পষ্ট নহ’ল বুলি উল্লেখ কৰি সৰৱ হৈছে ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডিৱাইএফআই)ৰ অসম ৰাজ্যিক কমিটীয়ে।

এক বিবৃতিত সংগঠনটোৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে কয় যে প্রকাশিত বাতৰিত উন্মোচিত ভয়াৱহ দিশটো চৰকাৰী পক্ষই নস্যাৎ কৰিছে যদিও ইয়াৰ সঠিক উত্তৰ দিয়াৰ পৰা এতিয়াও বিৰত আছে। চৰকাৰে মেট্ৰিক পৰীক্ষা দিয়া শিক্ষাৰ্থীয়ে ঝুমুৰত অংশগ্ৰহণ কৰা নাছিল বুলি দাবী কৰিছে; কিন্তু শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা কৰা তথ্য অনুসৰি, এই ৬,৭৫৬ গৰাকী শিক্ষার্থীয়ে তেন্তে কিয় পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল ?

এই সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই ৰাজ্যিক যুটীয়া সম্পাদক নাথে কয়, ‘প্রকাশিত বাতৰিত কোৱা হৈছিল যে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাসকলৰ গৰিষ্ঠ সংখ্যকে চৰকাৰৰ উদ্যোগত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল তথা এই অনুষ্ঠান অংশগ্ৰহণ কৰাৰ বাবেই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল।

এতিয়া মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰী পক্ষই এই কথা নস্যাৎ কৰিছে যদিও প্রকৃততে এই শিক্ষাৰ্থীসকলে কিয় পৰীক্ষাত অৱতীৰ্ণ নহ’ল, সঠিক উত্তৰ দিয়াৰ পৰা বিৰত আছে। এয়া এক বিচার্য বিষয়; কিয়নো এই ৬,৭৫৬জন পৰীক্ষাৰ্থীৰ এটা শিক্ষাবৰ্ষ নষ্ট হ’ল।

যদি ঝুমুৰত অংশগ্ৰহণ কৰা নাছিল, তেন্তে কি এনে সমস্যাৰ সন্মুখীন হৈছিল যে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল। এই বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে লৈ পৰ্যালোচনা কৰা উচিত। লগতে অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীসকল কোন কোন জিলাৰ কোন কেইটা কেন্দ্ৰৰ আছিল, চৰকাৰে তথ্য ৰাজহুৱা কৰক, তেতিয়া সকলো জলজল-পটপট হৈ পৰিব।’

দুই-এজন শিক্ষার্থী পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই :

আটজা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ কে’বা হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱৰা বুলি বিতৰ্ক অব্যাহত থকাৰ সময়তে আজি এক বিবৃতিত বিৰোধিতা কৰাসকলক জাতিদ্রোহী আখ্যা দিয়ে।

এক বিবৃতিত আটজাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কালিন্দী আৰু সাধাৰণ সম্পাদক সন্তোষ কুর্মীয়ে কয়, ‘আদিবাসী চাহ জনগোষ্ঠীৰ উন্নয়ন আৰু সাংস্কৃতিক ক্ষেত্ৰখনক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বিৰোধিতা কৰা নেতৃত্ববাহীসকল জাতিদ্রোহী। যি সময়ত দেশৰ ৰাষ্ট্ৰপতি পদত দ্রৌপদী মুমুক নিৰ্বাচিত কৰা হৈছে, তেনেক্ষণত এচামে আদিবাসী চাহ জনগোষ্ঠীক কটু সমালোচনা কৰাৰ উপৰি ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা সকলো কলা-কুশলী শিক্ষিত হোৱা বাবে ইয়াৰ অপমন্তব্য দিবলৈ উঠি-পৰি লগা কার্য কোনো কাৰণতে সহ্য কৰা নহয়।’

লগতে তেওঁলোকে কয়, ‘দুই-এজন শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই; কিন্তু কেইজনমান জাতিদ্ৰোহীয়ে ছহেজাৰ পৰীক্ষাৰ্থী আছিল বুলি ভুৱা দম্ভালি মৰাটো চৰম হাস্যকৰ।’

মেট্ৰিক পৰীক্ষাত ৬,৭৫৬ শিক্ষার্থী অৱতীৰ্ণ হোৱা নাছিল

সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬,৭৫৬ গৰাকী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ নহ’ল। এই তথ্য সদৰী কৰিছিল স্বয়ং শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। যোৱা ১৫ ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে স্পষ্টকৈ উল্লেখ কৰিছিল যে ২০২৫ৰ মেট্ৰিক পৰীক্ষাৰ বাবে সৰ্বমুঠ ৪,২৯,৪৪৯ জন শিক্ষার্থীয়ে আবেদন কৰিছিল যদিও ইয়াৰে ৯৮.৪২ শতাংশ অর্থাৎ ৪,২২,৬৭৯গৰাকী শিক্ষাৰ্থীয়েহে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

প্ৰথম দিনা অৰ্থাৎ ইংৰাজী প্ৰশ্নকাকতৰ পৰীক্ষাত ৬,৭৫৬জন পৰীক্ষাৰ্থী অনুপস্থিত আছিল। উল্লেখ্য যে এই গম্ভীৰ বিষয়টো শিক্ষা বিভাগে তাৎক্ষণিকভাৱে অনুসন্ধান চলাইছিল। অনুসন্ধানত পোহৰলৈ আহিছিল যে পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত গৰিষ্ঠ সংখ্যকে ছাত্রী।

লগতে গৰিষ্ঠ সংখ্যক চাহ বাগিচা অঞ্চলৰ । এইসকল ছাত্ৰীৰ একাংশ‍ই যোৱা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্রহণ কৰিছিল। লগতে আন একাংশই গুৱাহাটীৰ অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলেও স্থানীয়ভাৱে আখৰাত অংশগ্ৰহণ কৰিছিল।

ফলত প্রস্তুতিত অসুবিধা হোৱাত তেওঁলোক পৰীক্ষাত অৱতীৰ্ণ নহ’ল। স্বয়ং শিক্ষা বিভাগৰ সূত্ৰই এই কথা সদৰী কৰিছিল। অৱশ্যে এই উদ্বেগজনক তথ্য পোহৰলৈ আহিলেও বিভাগটোৱে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে।

এই সন্দৰ্ভত যোৱা সোমবাৰে ‘দৈনিক অগ্ৰদূত’ত ‘ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণৰ বাবে মেট্ৰিকত অৱতীৰ্ণ নহ’ল ছয় সহস্ৰাধিক’ শীৰ্ষক এটা বাতৰি
প্ৰকাশ পায় আৰু এই বাতৰিয়ে ৰাজ্যজুৰি তোলপাৰ লগায় । কালি বিধানসভাৰ চৌহদত এই বাতৰিৰ উদ্ধৃতি দি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল যদিও এই গম্ভীৰ বিষয়টোৰ পৰা চৰকাৰ তথা সংশ্লিষ্ট বিভাগে গা এৰাহে দি আহিছে বুলি অভিযোগ উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ঝুমইৰ বিনন্দিনী
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d