Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

CM Press Meet:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিত ৰাজ্যিক কেবিনেট

কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন,৮ ডিচেম্বৰত গুৱাহাটী বৃহৎ কনচাৰ্ট,গীত পৰিৱেশন কৰিব আমেৰিকান ৰেপাৰ 'পোষ্ট মেলন

publisher by publisher
May 21, 2025
in News, Assam
Reading Time: 2 mins read
0
CM Press Meet:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিত ৰাজ্যিক কেবিনেট
1
SHARES
14
VIEWS
ShareShareShareShare

CM Press Meet:

দেৰগাঁৱস্থ লাচিত বৰফুকন পুলিচ একাডেমিত বুধবাৰে অনুষ্ঠিত হয় অসম কেবিনেটৰ বৈঠক ৷ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠক কেতবোৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ADVERTISEMENT

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী এক সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰি কৰে ৷ কেবিনেটে ‘অসমৰ কনচার্ট পর্যটনৰ অর্থনীতি’ক অনুমোদন জনাইছে। ইয়াৰ উদ্দেশ্য হৈছে বৃহৎ পৰিসৰৰ কনচার্ট আৰু সংগীত উৎসৱ আয়োজন কৰিব পৰাকৈ অসমক এক মুখ্য সংগীত আৰু বিনোদন পর্যটন কেন্দ্রৰ ৰূপত প্রতিষ্ঠা কৰা | এই নীতি অনুসৰি উন্নতমানৰ সংগীত স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্রযুক্তিৰ সৈতে বিকশিত কৰি তোলা হ’ব আৰু অসম পর্যটনে আৱশ্যকীয় ভি জি এফৰে সংগীতানুষ্ঠানসমূহক সমর্থন আগবঢ়াব ৷ গুৱাহাটী,ডিব্ৰুগড় আৰু যোৰহাটত হ’ব বৃহৎ কনচাৰ্ট ৷ সেই অনুসৰি গুৱাহাটীত ৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৃহৎ কনচাৰ্টত গীত পৰিৱেশন কৰিব আমেৰিকান ৰেপাৰ ‘পোষ্ট মেলন ৷

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

ৰাজ্যৰ সৌৰ শক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূর্ণৰূপে ব্যৱহাৰ কৰিবলৈ কেবিনেটে ‘অসম সৌৰ শক্তি উৎপাদন প্ৰচাৰ নীতি ২০২৫’ত অনুমোদন কৰিছে, যাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ৩৫০০ মেগাৱাট সৌৰ ক্ষমতা উৎপাদন কৰা তথা ৰাজ্যত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগ আকর্ষণ কবি প্রায় ১৫,০০০ নিয়োগ সৃষ্টি কৰা ৷ এই নীতিয়ে ঔদ্যোগিক উদগনি, শক্তি ক্রয়, ছিংগল উইণ্ড’ ক্রীয়াবেঞ্চ, আন্তঃগাঁথনি উন্নয়ন, পৰিবহণ শুল্ক আৰু বিদ্যুৎ কৰ ৰেহাই আদিৰ লগতে বহুতো সুবিধা প্রদান কৰিব ৷

আনহাতে লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উন্নয়নৰ দ্বিতীয় পর্যায়ৰ বাবে কেবিনেটে ২২৯.৪১ কোটি টকা ব্যয়ৰ প্রশাসনিক অনুমোদন আগবঢ়াইছে। আনুমানিক ২ বছৰত ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে ৷

ডিব্ৰুগড়ক ৰাজধানী ৰূপ দিয়াৰ দিশত অন্য এক খোজ দিয়াৰ লক্ষ্যৰে কেবিনেটে ২৮৪.০৩ কোটি টকা ব্যয়সাপেক্ষে ডিব্রুগড়ত নতুন সংসদ পৰিসৰ আৰু বিধায়ক আবাস নির্মাণত অনুমোদন জনাইছে ৷ ডিব্ৰুগড়ৰ খনিকৰ ক্ৰীড়া পৰিসৰ উন্নীতকৰণৰ বাবে কেবিনেটে ২০৯.১৩ কোটি টকা ব্যয়েৰে মূল ষ্টেডিয়ামৰ আসনৰ ক্ষমতা ৫,০০০ৰ পৰা ৩৫,০০০ আসনলৈ বৃদ্ধি কৰাৰ অনুমোদন প্রদান কৰিছে ৷

একেদৰে কেবিনেটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজকৰ অধীনত ৪৭,৩০৬.৩৩ হেক্টৰ এলেকা চূড়ান্ত অধিসূচনাৰ প্রস্তাব অনুমোদন প্রদান কৰিছে | এই সম্প্ৰসাৰণৰ অধীনত গোপালঝাৰণি, গোনাইটাপু, ঠুটেচাপৰি, জবৰে, বালিগাঁও, বিশ্বনাথ ঘাট, উমাটুমনি, গাখীৰখাইতী, শিলঘাট আৰু হাতীমুৰা গাঁওসমূহ অন্তর্ভুক্তিৰ আওতাৰ বাহিৰত ৰখা হৈছে ৷

আনহাতে কেবিনেটে নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল)ত অসম চৰকাৰৰ অনুমোদিত ইকুইটীবিনিয়োগৰ চতুৰ্থ আৰু চূড়ান্ত পৰ্যায়ৰ বাবে ২০৫.৭২৫ কোটি টকা মুকলিত অনুমোদন জনায় ৷ ইয়াৰ সৈতে অসম চৰকাৰে এন আৰ এলৰ প্ৰসাৰৰ বাৰে আগতে প্রতিশ্রুতি আগবঢ়োৱা ৮২৩ কোটি টকাৰ বিনিয়োগ সম্পূর্ণ কৰিব ৷

কেবিনেটে ১ অক্টোবৰ ২০২৫ ৰ পৰা সমূহ এ টি চি এল বাগানত অধিসূচিত সম্পূর্ণ মজুৰি পৰিশোধ ৰূপায়ণত অনুমোদন জনাইছে ৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আন কেতবোৰ সিদ্ধান্তও সদৰি কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Cabinet MeetingCm Himanta Biswa SarmaDergaonLachit Barphukan Police Akademi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d