Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Horrific murder:পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ’ল ড্ৰাবল মাডাৰ

পত্নী আৰু প্ৰেমিকক হত্যা কৰি থানাত আত্মসমৰ্পণ স্বামীৰ

publisher by publisher
May 21, 2025
in News, Assam, Crime
Reading Time: 2 mins read
0
Horrific murder:পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ’ল ড্ৰাবল মাডাৰ
3
SHARES
31
VIEWS
ShareShareShareShare

Horrific murder:

এক লোমহৰ্ষক হত্যাকাণ্ড ৷ পৰকীয়া প্ৰেমৰ বাবেই নিজ পত্নী আৰু প্ৰেমিকক হত্যা কৰি স্বামীয়ে আত্মসমৰ্পণ কৰিলে থানাত ৷ এই ঘটনা সংঘটিত হয় মঙলবাৰে নিশা নগাঁও জিলাৰ কামপুৰৰ পাচনিঝাৰত ৷

ADVERTISEMENT

পৰকীয়া প্ৰেমৰ সন্দেহত জয়কান্ত দাস নামৰ লোকজনে তেওঁৰ পত্নী গীতাৰাণী দাস আৰু প্ৰেমিক ভাস্কৰ নাথক নিজ ভাড়া গৃহত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে ৷ ঘটনা সংঘটিত কৰিয়ে জয়কান্তই কামপুৰ থানাত কৰে আত্মসমৰ্পণ ৷ নিশাই ঘটনাস্থলীত জিলা আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক সহ কামপুৰ আৰক্ষী দল উপস্থিত হৈ পৰিবেশ পৰ্যবেক্ষণ কৰাৰ লগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

RelatedPosts

7 Wild Elephant Death in Kampur:নগাঁৱৰ কামপুৰত কৰুণ ঘটনা, ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭ টা বন্যহস্তীৰ মৃত্যু

Horrific murder in Patacharkusi:পাটাছাৰকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড

Horrific murder in Sipajhar :ছিপাঝাৰৰ নাৰিকলিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ৰহস্যৰ আৱৰ্তত

kampur 3আনহাতে স্থানীয় লোকৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি ঘাতক জয়কান্ত দাস আৰু মঙলদৈৰ ভাস্কৰ নাথৰ মাজত আছিল চা- চিনাকি ৷ সেই সূত্ৰে নিয়মীয়া আহযাহ আছিল ভাস্কৰৰ ৷ ভাস্কৰ কৰ্মসূত্ৰে কামপুৰৰ পুঠিমাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক ৷

ভাস্কৰৰ নিয়মীয়া আহযাহ পৰৱৰ্তী সময়ত জয়কান্ত দাসৰ পত্নীৰে এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে ৷ইয়াকে লৈ মাজেসময়ে পত্নী গীতাৰাণীৰে বাকবিতণ্ডা হয় জয়কান্ত দাসৰ ৷ ঘটনাৰ সংঘটিত হোৱাৰ দিনা জয়কান্তৰ বাসগৃহত তেওঁৰ অনুপস্থিতিত ভাস্কৰৰ উপস্থিতি দেখি খঙত অগ্নিশৰ্মা হৈ হাতত চোকা অস্ত্ৰ লৈ পত্নী আৰু প্ৰেমিকক আক্ৰমণ কৰি হত্যা কৰে ৷ নৃশংস কাণ্ড সংঘটিত কৰি কামপুৰ থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে জয়কান্ত দাসে ৷

kampur 2আনহাতে জয়কান্ত কিশোৰ পুত্ৰৰ মাতৃৰ নিথৰ দেহ দেখি চিঞৰ- বাখৰ কৰি কাষৰ এঘৰলৈ দৌৰি গৈ মাকক দেউতাকে হত্যা কৰিছে বুলি বিৱৰি কয় ৷ ইয়াৰ পিছতে স্থানীয় লোকে ১০৮ এম্বুলেন্স সেৱা আৰু আৰক্ষীক খবৰ দিয়ে ৷ ইপিনে,এই ঘটনাক লৈ কামপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ’ল এই নৃশংসকাণ্ড ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Horrific MurderKampurMurderer Surrendered
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d