Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ইউক্ৰেইনৰ আক্ৰমণত ৰাছিয়াত বিপদত পৰিলে ভাৰতীয় প্ৰতিনিধি দল!

ঘণ্টাৰ পাছত ঘণ্টা ধৰি আকাশৰ মাজত বিমানৰ চক্ৰ

publisher by publisher
May 23, 2025
in News, International
Reading Time: 1 min read
0
ইউক্ৰেইনৰ আক্ৰমণত ৰাছিয়াত বিপদত পৰিলে ভাৰতীয় প্ৰতিনিধি দল!
2
SHARES
18
VIEWS
ShareShareShareShare

India delegation:বিশ্ব দৰবাৰত পাকিস্তানক উদঙাই দিবলৈ কেন্দ্ৰই বিভিন্ন দেশলৈ সৰ্বদলীয় প্ৰতিনিধি প্ৰেৰণ কৰিছে। কিন্তু ৰাছিয়ালৈ যোৱাৰ পথত মাজ আকাশৰ মাজত বিপদত পৰিল ভাৰতীয় প্ৰতিনিধি দলটো।

ADVERTISEMENT

দীৰ্ঘসময় ধৰি আকাশত ঘূৰিব লগা হ’ল তেওঁলোকৰ বিমান। অৱশ্যে অৱশেষত ভাৰতৰ প্ৰতিনিধি দলটো নিৰাপদে মস্কোত উপস্থিত হয়।

RelatedPosts

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

‘আগতকৈ অধিক কঠোৰ হ’ব প্ৰতিক্ৰিয়া’ ,Operation Sindoor 2.0 লৈ সেনা কৰ্তৃপক্ষৰ স্পষ্ট বাৰ্তা

Russia:আকাশলংঘী মূল্যত বিক্রী তিয়হ, ৰাছিয়াত অভাৱনীয় মুদ্রাস্ফীতি

তথ্য অনুসৰি, ভাৰতীয় প্ৰতিনিধি দলটোক লৈ যোৱা বিমানখন মস্কোৰ ডোমোডেড’ভ’ বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। স্থানীয় সময় অনুসৰি শুকুৰবাৰে পুৱা বিমানখন অৱতৰণ কৰাৰ কথা আছিল।

কিন্তু সেই সময়তে ইউক্ৰেইনে বিমানবন্দৰৰ ওচৰৰ অঞ্চলটোত ড্ৰ’ন আক্ৰমণ আৰম্ভ কৰে। ফলত বিমানবন্দৰটো দ্ৰুতগতিত বন্ধ হৈ পৰে।

ফলত ভাৰতীয় সাংসদসকল বিমান বিপদত পৰিল।অৱতৰণ কৰিব নোৱাৰি বিমানখনে বহু সময় আকাশতে ঘূৰিব লগা হ’ল। অৱশেষত নিৰ্ধাৰিত সময়ৰ কেবাঘণ্টাৰ পাছত সাংসদসকল মস্কোত অৱতৰণ কৰে ।অৱশ্যে তথ্য অনুসৰি,সকলোৱে সুৰক্ষিত অৱস্থাত আছে।

মস্কোৰ সৰ্বভাৰতীয় ভাৰতীয় দূতাবাসে এক্স হেণ্ডেলত থকা জনোৱা হৈছে, “সাংসদ কানিমোজি কৰুণানিধিৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দল মস্কোত উপস্থিত হৈছে।” ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দৃঢ়প্ৰতিজ্ঞ , এই বাৰ্তা প্ৰেৰণ কৰিব এই দিলে।

উল্লেখ্য যে,কণিমোঝিৰ নেতৃত্বত ছজনীয়া প্ৰতিনিধি দলটোত আছে আপৰ অশোক কুমাৰ মিট্টল, বিজেপিৰ ব্রিজেশ চৌটা, ৰাষ্ট্ৰীয় সন্মিলনৰ মিলন আলতাফ আহমেদ, সমাজবাদী পাৰ্টিৰ ৰাজীৱ ৰায় আৰু আৰজেডিৰ প্ৰেমচান্দ গুপ্তা।

ৰাছিয়াৰ পাছত এই প্ৰতিনিধি দলটোৱে স্পেইন, গ্ৰীচ, স্লোভেনিয়া, আৰু লাটভিয়ালৈ যাত্ৰা কৰিব।

উল্লেখযোগ্য যে,ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত ভাৰতৰ স্থিতি আৰু পাকিস্তানে সন্ত্ৰাসবাদীক কেনেকৈ প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছে সেই বিষয়ে সমগ্ৰ বিশ্বৰ আগত তুলি ধৰিব বিচাৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MoscowOperation SindoorRussia
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d