Educationist Arun Chandra Das passes away:অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক অৰুন চন্দ্ৰ দাসৰ দেহাৱসান

passes away

Educationist Arun Chandra Das passes away:

দেৰগাঁৱৰ বৰ্ষীয়ান শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক অৰুন চন্দ্ৰ দাসৰ দেহাৱসান ৷ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত থকা শিক্ষাবিদজনৰ শাৰীৰিক অৱস্থা অধিক অৱনতি ঘটে নাৰিকলগুৰিৰ বাসগৃহত ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ কিন্ত শুক্ৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক গৰাকী ৷
দেৰগাঁৱৰ সমাজ জীৱনত ওৰেটো জীৱন সমাজৰ কাম কৰি এজন আগৰনুৱা ব্যক্তি হিচাপে কাম কৰি যোৱা অৰুন চন্দ্ৰ দাসৰ মৃত্যুত গভীৰ ছাঁ পৰে দেৰগাঁৱত ৷

ADVERTISEMENT
Exit mobile version