Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhula kataki :নটসূৰ্য ফণী শৰ্মা বঁটা পাপক প্ৰবীন চলচ্চিত্ৰ অভিনেতা ভোলা কটকীৰ মৃত্যু

অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবে যিয়ে ত্যাগ কৰিছিল চৰকাৰী চাকৰি

publisher by publisher
November 4, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Bhula kataki :নটসূৰ্য ফণী শৰ্মা বঁটা পাপক প্ৰবীন চলচ্চিত্ৰ অভিনেতা ভোলা কটকীৰ মৃত্যু
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

Flutist Dipak Sarma:বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান

Bhula kataki :

প্ৰবীন চলচ্চিত্ৰ অভিনেতা তথা নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কটকীৰ দেহাৱসান । বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভোগি থকা কটকীয়ে আজি বিয়লি দুই বাজি ৩০ মিনিটত চিকিংসাধীন অৱস্থাত গুৱাহাটী মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ । ১৯৩৫ত জামুগুৰিহাটৰ সংগীয়া মাজৰচুক গাঁৱত জন্ম লাভ কৰা কটকীয়ে ছাত্ৰ অৱস্থাতে অভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু পাছত তেজপুৰ দৰং কলেজত পঢ়িবলৈ গৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰি নিজকে অভিনয় জগতত উজ্জীৱিত কৰি তুলিবলৈ সুবিধা লাভ কৰে ।

ADVERTISEMENT

কলেজীয়া শিক্ষা সমাপ্ত কৰি ৰঙাচকুৱাত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলা কটকীয়ে অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবেই শিক্ষকতাৰ চাকৰি ত্যাগ কৰি অৱশেষত ১৯৬৩ত অচ্যুত লহকৰৰ ‘নটৰাজ থিয়েটাৰ’ত যোগদান কৰে ।

৩৫ বছৰ কাল দুৰ্দান্ত অভিনয়ৰে অসমৰ ভ্ৰাম্যমাণ জগতত খলকনিৰ সৃষ্টি কৰা ভোলা কটকীয়ে ১৯৮০ত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অৰ্ণিবান’ চলচ্চিত্ৰত ‘ৰজনি মাষ্টৰ’ৰ চৰিত্ৰত কৰা অভিনয়ে দৰ্শকৰ মাজত সাজ বহুৱাবলৈ সক্ষম হৈছিল ।

ইয়াৰ উপৰি সাদৰি, জলাঞ্জলি, ৰাজা, উৰ্বশী, দেউতা আৰু সূৰ্য্য, বৃকোদৰ বৰুৱাৰ বিয়াকে ধৰি একাধিক সৰু পৰ্দাৰ ধাৰাবাহিকতো অভিনয় কৰিছিল কটকীয়ে । এগৰাকী নাট্যকাৰ -পৰিচালক হিচাপে ৬০ৰ দশকতে ৰাষ্ট্ৰীয় স্বীকৃতি পোৱা তেওঁৰ অংকীয়া নাটসমূহ ক্ৰমে স্বদেশী গোলা, বিভ্ৰাট, দ্বিতীয়-চাহজাহান, দূ-স্বপ্ন, সংঘাট, মাষ্টৰবাবু, প্ৰতিৱাদ, প্ৰতিক্ৰিয়া, এনাজৰী, সম্প্ৰিতী, চেনেহৰ সোতা, শ্ৰদ্ধাঞ্জলী, অমৰাৱতী, ৰাভাৰ আভা, দস্যুৰাণী পুতুলী বাঈ, কাৰাগাৰ, সংঘাট,অপৰাধ আদি ৷

উল্লেখ্য যে মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, দুই পুত্ৰ, একমাত্ৰ জীয়াৰী নাতি, নাতিনীসহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhula KatakiDeadGMCHSENIOR ACTOR
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d