Assam State Human Rights Commission:
আন এক বিপদৰ সন্মুখীন ডিব্ৰুগড় আৰক্ষী ৷ প্রাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত হাতকেৰেয়া লগোৱাক লৈ ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি হৈ আছে। এনে অৱস্থাতে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ সন্মুখীন হৈছে ডিব্ৰুগড় আৰক্ষী। ইতিমধ্যে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ডিব্ৰুগড় আয়ুক্তক ৷
ADVERTISEMENT