Indian Forest Service Examination:
সৰ্বভাৰতীয় পৰীক্ষাত পুনৰ উজ্জ্বলিল এগৰাকী আৰু এগৰাকী অসম সন্তান ৷ ইউপিএছচিৰ সদ্য ঘোষিত ভাৰতীয় বন সেৱা পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম ৷ সৰ্বভাৰতীয় পৰ্যায়ত ৪৮ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হোৱা কৃতি ছাত্ৰজনৰ নাম অভিজ্ঞান খাউণ্ড ৷
ADVERTISEMENT
গুৱাহাটীৰ বাসিন্দা এচিএছ বিষয়া অভিজ্ঞান খাউণ্ড বৰ্তমান নিয়োজিত হৈ আছে অসমৰ ৰাজ্যপালৰ কাৰ্যালয় ৰাজভৱনৰ সহকাৰী আয়ুক্ত হিচাপে ।