IPL gamblers arrested In Guwahati:ফটাশিল আৰক্ষীৰ অভিযানত আটক তিনি আইপিএল

দাঁতালপাৰাৰ পৰা আটক জুৱাৰী তিনিজনক

fatachil

IPL gamblers arrested In Guwahati:

টাটা আইপিএল মেচ আৰম্ভ হোৱাৰ পিচৰে পৰা গুৱাহাটী মহানগৰীত সংগোপনে অব্যাহত আছে আইপিএল জুৱা
মহানগৰীৰ কেতবোৰ অঞ্চলত অবৈধভাৱে অব্যাহত ৰখা আইপিএল জুৱাৰ এটা চক্ৰক যোৱানিশা উৎখাত কৰিবলৈ সক্ষম হ’ল ফটাশিল আৰক্ষী

ADVERTISEMENT

বিশেষ খবৰ ভিত্তিত ফটাশিল আৰক্ষীয়ে গণেশপাৰাৰ দাঁতালপাৰা অঞ্চলৰ এটা বাসগৃহ অৰ্তকিতে অভিযান চলাই তিনি আইপিএল জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত জুৱাৰী কেইজনৰ নাম দ্বীপজ্যোতি বড়ো,কৃপাংকৰ শৰ্মা আৰু বিজয় শ্ব’ ৷ আৰক্ষীয়ে তিনি জুৱাৰীৰ পৰা জব্দ কৰে নগদ ধন,আপত্তিজনক সা-সামগ্ৰী আৰু নথিপত্ৰ ৷

Exit mobile version