Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Condemnation of Jua :ৰাজ্যত সঘন সাংবাদিক নিগ্ৰহৰ ঘটনাক তীব্ৰ গৰিহণা জুৱাৰ

আবুল মাজানক মুকলি কৰি দিবলৈ দাবী, বঙাইগাঁৱত সাংবাদিক নিগ্ৰহৰ ঘটনাত গৰিহণা-মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ জুৱাৰ

publisher by publisher
January 21, 2025
in News, Assam, India
Reading Time: 2 mins read
0
Condemnation of Jua :ৰাজ্যত সঘন সাংবাদিক নিগ্ৰহৰ ঘটনাক তীব্ৰ গৰিহণা জুৱাৰ
5
SHARES
49
VIEWS
ShareShareShareShare

Condemnation of Jua :

ৰাজ্যত বর্ধিত সাংবাদিক নিগ্ৰহৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসাম (জুৱা)ই। বঙাইগাঁৱৰ বিজি কলনিত কালি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক এদল দুর্বৃত্তৰ আক্ৰমণৰ লগতে বিশ্বনাথত ‘ঈশান নিউজ’ৰ সাংবাদিক আবুল মাজানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক গভীৰ উদ্বেগ প্রকাশ কৰে জুৱাই। এক বিবৃতিত জুৱাৰ সভাপতি চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ দাসে কয় যে ৰাজ্যত বিগত সময়ছোৱাত সঘনাই এটাৰ পাছত আনটো সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হোৱাৰ পাছতো চৰকাৰ-প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ইয়াৰ বিপৰীতে আৰক্ষী প্রশাসনে সাংবাদিকৰ বিৰুদ্ধে বহু ক্ষেত্ৰত নেতিবাচক স্থিতি গ্রহণ কৰা দেখা গৈছে। দুর্ভাগ্যজনকভাৱে নাগৰিকৰ সুৰক্ষাৰ দায়িত্বত ন্যস্ত আৰক্ষী- প্ৰশাসনৰ দ্বাৰা বিভিন্ন অজুহাতত সাংবাদিক শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হোৱা দেখা গৈছে।

ADVERTISEMENT

#মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ জুৱাৰ বঙাইগাঁৱৰ জিলা সমিতিৰ

বঙাইগাঁৱত কালি আক্ৰমণৰ ঘটনাৰ বলি হোৱা সাংবাদিক আফটাব আলীয়ে আজি বঙাইগাঁও থানাত এজাহাৰ দাখিল কৰে। এই ঘটনাক তীব্র গৰিহণা দিয়াৰ লগতে দুর্বৃত্তক গ্ৰেপ্তাৰ আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত জুৱাৰ বঙাইগাঁও জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। তদুপৰি জাফাৰ বঙাইগাঁও জিলা সমিতিয়ে দুর্বৃত্তক আটক কৰি শাস্তি প্রদানৰ দাবীত আজি আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

RelatedPosts

Guwahati Press Club Condemnation:সাংবাদিকৰ প্ৰতি কংগ্ৰেছ বিধায়ক এ কে ৰশিদ আলমৰ অশুভ আচৰণৰ তীব্ৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ

Samaguri :চামগুৰি যুৱ কংগ্ৰেছৰ উপ-সভাপতি প্ৰণৱজ্যোতি বৰাৰ ৰহস্যজনক মৃত্যুক লৈ ভূপেন বৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া

Assam Civil Society:ভাওনা আৰু মিঞা বিৰোধী অশোক সিংহাল অসমীয়া জাতীয় সত্বাৰ প্ৰতি ভাবুকি : অসম চিভিল ছ’চাইটি

#মাজানক শীঘ্রে মুকলি কৰি দিয়াৰ দাবী

জুৱাই সাংবাদিক মাজানক শীঘ্রে মুকলি কৰি দিবলৈ দাবী জনাইছে। চতিয়াত সংঘটিত ‘হিট এণ্ড ৰাণ’ৰ এটা বাতৰি পৰিৱেশনৰ বাবে সাংবাদিকজনক গ্রেপ্তাৰৰ অভিযোগ উঠিছে। সাংবাদিকক এইদৰে সহজ আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাক কোনোপধ্যে মানি ল’ব নোৱাৰি আৰু ই অতি গৰিহণাৰ যোগ্য বুলি বিবৃতিত কয় জুৱাই। আনহাতে, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড: শৰ্মাক সাংবাদিকক সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Condemnationjournalist attackJournalist Union of Assam
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d