Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

    সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

    CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

    সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

    BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সুৰা প্ৰেমীসকলৰ বাবে সুখবৰ ! ভাৰতত হ্ৰাস পাব বিলাতী সুৰাৰ দাম 

publisher by publisher
May 29, 2025
in India, News
Reading Time: 1 min read
0
সুৰা প্ৰেমীসকলৰ বাবে সুখবৰ ! ভাৰতত হ্ৰাস পাব বিলাতী সুৰাৰ দাম 
1
SHARES
8
VIEWS
ShareShareShareShare

India-UK FTA:সুৰা প্ৰেমীসকলৰ বাবে ভাল খবৰ! এইবাৰ ভাৰতত হ্ৰাস পাব বিলাতী সুৰাৰ দাম। নেপথ্যত ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি। ফলত ইতিমধ্যে হ্ৰাস পাইছে বিলাতী সুৰাৰ শুল্কৰ পৰিমাণ । ফলত আমদানিৰ খৰচো হ্ৰাস পাইছে ।

ADVERTISEMENT

শুল্ক হ্ৰাসৰ প্ৰভাৱৰ বাবে ভাৰতীয় খুচুৰা বজাৰত স্কচ হুইস্কিৰ মূল্য অতি শীঘ্ৰেই হ্ৰাস পাব বুলি প্ৰকাশ কৰিছে ফ্ৰান্সৰ জনপ্ৰিয় স্কচ হুইস্কি নিৰ্মাতা প্ৰতিষ্ঠান পেনৰ্ড ৰিকাৰ্ডে।পেনৰ্ড ৰিকাৰ্ডৰ ভাৰতৰ শাখা সংগঠন পিআৰআই।

RelatedPosts

সুৰা বিক্ৰীৰ জৰিয়তে দেশৰ এই তিনি ৰাজ্যই আহৰণ কৰিছে সৰ্বাধিক ৰাজহ

একেৰাহে পাঁচ বটল মদ্যপান, ১০ হেজাৰ টকাৰ বাজি জিকিবলৈ গৈ প্রাণ হেৰুৱালে যুৱকে !

Pheasant Island:বিশ্বৰ এটা দ্বীপ,ছমাহৰ অন্তৰে অন্তৰে শাসন চলে দুখন দেশৰ !

পি আৰ আইৰ এগৰাকী মুখপাত্ৰই সংবাদ সংস্থাক জনোৱা মতে, “এফটিএ (ব্ৰিটেইন-ভাৰত বাণিজ্য চুক্তি)ৰ ফলত উন্নতমানৰ স্কচ হুইস্কিৰ মূল্য প্ৰতিযোগিতামূলক হ’ব। আমদানি শুল্ক হ্ৰাস হৈছে ।ফলত ভাৰতৰ বেছিভাগ ৰাজ্যৰ খুচুৰা বজাৰত এই সুৰাৰ দাম হ্ৰাস হ’বলৈ গৈ আছে।”

প্ৰসংগক্ৰমে মে’ মাহৰ আৰম্ভণিতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়ালৈকে ব্ৰিটেইনৰ পৰা ভাৰতলৈ আমদানি কৰা সকলো হুইস্কিৰ ওপৰত ১৫০ শতাংশ কৰ আৰোপ কৰা হৈছিল।

এফ টি এৰ পাছত কৰ হাৰ ৭৫ শতাংশলৈ হ্ৰাস কৰা হয়।যদিও ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ সবিশেষ আনুষ্ঠানিকভাৱে উপলব্ধ নহয়, পি আৰ আই কৰ্তৃপক্ষৰ মতে এইবাৰ অধিক লোকে ব্ৰিটিছ সুৰা ক্ৰয় কৰিব পাৰিব।

ভাৰত আৰু ব্ৰিটেইনে গ্ৰহণ কৰা পদক্ষেপে সুৰাৰ বজাৰত ইতিবাচক প্ৰভাৱ পেলাব।উল্লেখ্য যে ,ভাৰতত নিৰ্মিত বিদেশী সুৰাও পূৰ্বৰ দৰে কম দামত বিক্ৰী কৰা হ’ব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: alcoholFrance
publisher

publisher

Related Posts

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 
India

May 30, 2025
সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 
India

সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

May 30, 2025
CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে
News

CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

May 30, 2025
সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!
India

সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

May 30, 2025
BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !
News

BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

May 30, 2025
ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 
India

ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

May 30, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d