Bank Manager Arrested In Dhamdhama:উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ বেংক বিষয়াক

bank

Bank Manager Arrested In Dhamdhama:

লোভেই পাপেই পাপেই মৃত্যু ৷ এই আপ্তবাক্য শাৰী প্ৰযোজ্য হ’ল এজন ঘোচখোৰ বেংক বিষয়াৰ ক্ষেত্ৰত ৷ ৫ হেজাৰ টকা উংকোচ লওঁতেই পৰে চিআইডিৰ জালত ৷

নলবাৰীৰ ধমধমাস্থ চেন্ট্ৰেল বেংকৰ শাখা পৰিচালক বীৰেন্দ্ৰ কুমাৰক বৃহস্পতিবাৰে হাতে-লোটে আটক কৰে চিআইডি- এ ৷ মাজনিশালৈ সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ বেংক বিষয়াজনক ৷

ইতিমধ্যে আটকাধীন বেংক বিষয়াজনক অধিক জেৰাৰ বাবে গুৱাহাটীস্থ চিআইডিৰ হেডকোৱাৰ্টাৰলৈ অনা হৈছে ৷

Exit mobile version